• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মাতৃৰ মমতাৰ ওচৰত হাৰ মানিলে দাৰিদ্ৰ্যই! শাড়ী পিন্ধি মাৰাথন দৌৰি কন্যাৰ স্কুলৰ মাচুল যোগাৰ ৰমাবাইৰ

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 1, 2026 3:17 pm
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খোজত খালী ভৰি। পিন্ধনত এখন সাধাৰণ শাড়ী। সোঁহাতত এযোৰ ক্ষয় যোৱা চেণ্ডেল। লক্ষ্য মাত্ৰ এটাই যিকোনো প্ৰকাৰে দৌৰ প্ৰতিযোগিতাত জয়লাভ কৰা। নিজৰ বাবে নহয়, দুই কন্যাৰ ভৱিষ্যতৰ বাবে এই জয় তেওঁৰ বাবে অপৰিহাৰ্য আছিল। এইগৰাকী মহিয়সী মাতৃ হৈছে মহাৰাষ্ট্ৰৰ ৪৭ বছৰীয়া ৰমাবাই ৰণবীৰ, যি কেৱল কন্যাৰ স্কুলৰ মাচুল যোগাৰ কৰাৰ স্বাৰ্থত খালী ভৰিৰে মাৰাথন দৌৰি সকলোকে আচৰিত কৰি তুলিলে।

 

Apply Now

মহাৰাষ্ট্ৰৰ বীড় জিলাৰ আম্বাজোগাই গাঁৱৰ বাসিন্দা ৰমাবাই। স্বামীৰ মৃত্যুৰ পাছত পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী তেৱেঁই। ঘৰে ঘৰে ৰন্ধা-বঢ়াৰ কাম কৰি তেওঁ দুই কন্যাক পঢ়ুৱাই আছে। পৰিস্থিতি যিমানেই বেয়া নহওক কিয়, কন্যাৰ পঢ়া-শুনাত যাতে কোনো ব্যাঘাত নজন্মে, তাৰ বাবে তেওঁ সকলো কষ্ট স্বীকাৰ কৰিবলৈ প্ৰস্তুত। এইবাৰো তাৰেই প্ৰমাণ দিলে ৰমাবাইয়ে।

 

কন্যাৰ স্কুলৰ মাচুল দিব নোৱাৰি উপায়হীন হৈ পৰা ৰমাবাইয়ে তেনে সময়তে জানিব পাৰে যে আম্বাজোগাই চহৰৰ খোলেশ্বৰ এডুকেচনেল কমপ্লেক্সৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে ‘অমৃত দৌৰ’ নামৰ এক মাৰাথনৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ হিচাপে ৩০০০ টকা দিয়া হ’ব বুলি জানিব পাৰি তেওঁ পলম নকৰি নাম পঞ্জীয়ন কৰে। কাৰণ এই টকাৰে তেওঁ কন্যাৰ স্কুলৰ মাচুল দিব পাৰিব।

 

দৌৰিবলৈ তেওঁৰ কোনো বিশেষ প্ৰশিক্ষণ নাছিল, নাছিল কোনো স্প’ৰ্টছ জোতা। পিন্ধনত শাড়ী আৰু ভৰিত চেণ্ডেল পিন্ধিয়েই তেওঁ দৌৰিবলৈ সাজু হয়। তেওঁক দেখি বহুতে ইতিকিং কৰিছিল যদিও দৌৰ আৰম্ভ হোৱাৰ লগে লগে সকলোৰে চকু কপালত উঠে। দৌৰ আৰম্ভ হোৱাৰ লগে লগেই ভৰিৰ পৰা চেণ্ডেলযোৰ সোঁহাতত লৈ খালী ভৰিৰেই দৌৰিবলৈ আৰম্ভ কৰে ৰমাবাইয়ে। একেবাৰে শেষত সকলো প্ৰতিযোগীক পিছ পেলাই ৰমাবাইয়ে প্ৰথম স্থান অধিকাৰ কৰে। বিজয়ীৰ পুৰস্কাৰ হিচাপে লাভ কৰা ৩০০০ টকা তেওঁৰ হাতত তুলি দিয়া হয়, যি ধন তেওঁ কন্যাৰ পঢ়া-শুনাৰ খৰচত ব্যৱহাৰ কৰিব বুলি জানিবলৈ দিয়ে। ৰমাবাইৰ এই অদম্য সাহসে এতিয়া ছ’চিয়েল মিডিয়াতো সকলোৰে হৃদয় জিনিছে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd