• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহাৰাষ্ট্ৰৰ সিন্দে বাহিনীৰ বিদ্ৰোহৰ আঁৰত কোটিটকীয়া খেল; চাৰ্টাৰ্ড বিমানতে খৰচ ৫০ লাখ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 24, 2022 7:18 am
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুনিলেই আপোনাৰ চকু ওপৰলৈ উঠিব। কেৱল বিমান ভাড়াই হেনো ৫০লাখ। এনেদৰেই বিলাসী বিমানত শিৱসেনাৰ বিধায়কসকলক অসমলৈ লৈ আহিছে নেতা একনাথ সম্ভাজী সিন্দেই। অৱশ্যে তেওঁ নহয়, যিসকলৰ নিৰ্দেশত তেওঁ মহাৰাষ্ট্ৰত চৰকাৰ ভঙাৰ খেল খেলি আছে তেওঁলোকৰ ধনেৰেহে লৈ আহিছে।

চুৰাটৰ পৰা গুৱাহাটীলৈ চাৰ্টাৰ্ড বিমানেৰে অহাটো একেবাৰে সৰু কথা নহয়। ৩০ জনতকৈ অধিক যাত্ৰী কঢ়িয়াব পৰা এখন চাৰ্টাৰ্ড বিমানত চুৰাটৰ পৰা গুৱাহাটীলৈ উৰা মাৰিবলৈ ৫০ লাখতকৈও অধিক টকা লাগে।

লগতে পঢ়ক: Maharashtra Crisis: একনাথ সিন্দেকে ধৰি ১৭-২০ জন বিদ্ৰোহী বিধায়ক আছে ইডিৰ নজৰত; দাবী সঞ্জয় ৰাউটৰ

Apply Now

কিন্তু ইয়াতেই শেষ নহয়। এখন চাৰ্টাৰ্ড বিমান, তিনিখন বিলাসী বাছ আৰু বিমানবন্দৰৰ পৰা প্ৰায় দুই কিলোমিটাৰ দূৰত এখন হোটেল। মহাৰাষ্ট্ৰৰ পৰা বিদ্ৰোহী বিধায়কসকলক উলিয়াই অনাটো একনাথ সিন্দেৰ বাবে এক সাধাৰণ কথা নাছিল। স্বাভাৱিকতে এক  ব্যয়বহুল কাৰবাৰ।

অৱশ্যে সেই পথেৰে আগবাঢ়িয়েই সিন্দেই শাসকীয় কংগ্ৰেছ আৰু ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দলৰ মহাবিকাশ আঘাডী মিত্ৰতাৰ পৰা শিৱসেনাক উলিয়াই অনাৰ যৎপৰোনাস্তি চেষ্টা আৰম্ভ কৰিছে।

এই নাটকখন আৰম্ভ হৈছিল মঙলবাৰে। সেই নিশাই মন্ত্ৰী একনাথ সিন্দেই বিদ্ৰোহী বিধায়কৰ এটা গোটৰ সৈতে মহাৰাষ্ট্ৰৰ পৰা বিজেপি শাসিত গুজৰাটলৈ গুচি গৈছিল। তেওঁ গুজৰাটৰ চুৰাটৰ এখন হোটেলত আৰক্ষীৰ কঠোৰ নিৰাপত্তাৰ মাজত আছিল।

লগতে পঢ়ক: মোডীয়ে মহাৰাষ্ট্ৰ চৰকাৰক অস্থিৰ কৰাৰ পৰিৱৰ্তে বানপীড়িত অসম ভ্ৰমণ কৰা উচিত: গৌৰৱ গগৈ

নিশাৰ ভাগত চুৰাট বিমানবন্দৰত এখন চাৰ্টাৰ্ড স্পাইচজেট বিমান সাজু আছিল। প্ৰায় মাজনিশা সিন্দে আৰু তেওঁৰ বিধায়কসকলক গুৱাহাটী বিমানবন্দৰৰ পৰা তিনিখন বিলাসী বাছেৰে হোটেললৈ লৈ অনা হৈছিল।

গুৱাহাটীৰ পাঁচতাৰকা হোটেল ৰেডিছন ব্লু সিন্দে বাহিনীয়ে এসপ্তাহৰ বাবে বুক কৰিছে। ইয়াৰ অৰ্থ  এই যুঁজৰ বাবে তেওঁলোকে দীঘলীয়া বাট বুলিবলৈ প্ৰস্তুতি চলাই ৰাখিছে। বিদ্ৰোহীসকলে দাবী কৰিছে যে তেওঁলোকৰ সৈতে শিৱসেনাৰ লগত ৪০ জন বিধায়ক আছে। বিদ্ৰোহৰ কাৰণ হিচাপে তেওঁলোকে যোৱা আঢ়ৈ বছৰত মহাৰাষ্ট্ৰত শিৱসেনাৰ নেতা আৰু কৰ্মীসকল বঞ্চিত হোৱাৰ অভিযোগ কৰিছে।

ইয়াৰ প্ৰতিবাদতেই তেওঁলোকে উদ্ধৱ ঠাকৰেৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছে। সিন্দে বাহিনীয়ে দাবী কৰিছে যে বিজেপি ইয়াৰ স্বাভাৱিক মিত্ৰ। সেইকাৰণে তেওঁলোকে বিজেপিৰ লগত যাব বিচাৰে।

লগতে পঢ়ক: মহাৰাষ্ট্ৰৰ ৰাজনীতিয়ে গৰম কৰি ৰখাৰ সময়তে Radisson Blue ত চাংমা?

আনহাতে, বিদ্ৰোহী বিধায়কসকলৰ এটা গোটে ইতিমধ্যে কৈছে যে যদি শিৱসেনাই মিত্ৰতা ত্যাগ কৰে তেন্তে তেওঁলোকে বিদ্ৰোহৰ সমাপ্তি ঘটাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd