• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, April 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৃহৎ সামাজিক অৱদানৰ স্বীকৃতি; মহাত্মা গান্ধীৰ স্মৃতিত নতুন মুদ্ৰা ব্ৰিটেইনৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 3, 2020 8:22 am

1 min read

মহাত্মা গান্ধী
231
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ স্বাধীনতাৰ বাবে যাৰ বিৰুদ্ধে যুঁজ দিছিল সেই ব্ৰিটিছেই এতিয়া এক সুকীয়া সন্মান দিবলৈ আগবাঢ়িছে জাতিৰ পিতা মহাত্মা গান্ধীক।

ব্ৰিটেইনে মহাত্মা গান্ধীৰ স্মৃতিত এটা নতুন মুদ্ৰা প্ৰস্তুত কৰাৰ কথা চিন্তা কৰিছে।

কৃষ্ণাংগ তথা এছিয়া আৰু আন সংখ্যালঘু সম্প্ৰদায়ৰ ব্যক্তিৰ অৱদানক সন্মান জনোৱাৰ বাবেই এনে স্মাৰক মুদ্ৰাৰ প্ৰচলনৰ পৰিকল্পনা কৰা হৈছে।

দেশখনৰ বিত্ত মন্ত্ৰী ঋষি ছুনাকে ৰয়েল মিন্ট এডভাইছৰী কমিটিলৈ লিখা এখন পত্ৰত মহাত্মা গান্ধীৰ সন্মানত এই বিশেষ মুদ্ৰা প্ৰস্তুত কৰাৰ বাবে অনুৰোধ জনাইছে।

শনিবাৰে মাজ নিশা ব্ৰিটেইনৰ ট্ৰেজাৰীয়ে ই-মেইলৰ জৰিয়তে এই কথা জনাইছে। ইয়াত কোৱা হৈছে যে মহাত্মা গান্ধীৰ স্মৃতিত ৰয়েল মিন্ট এডভাইছৰী কমিটিয়ে এটা মুদ্ৰাৰ প্ৰচলনৰ কথা বিবেচনা কৰিছে।

অহিংসাৰ আদৰ্শেৰে ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতৃত্ব বহন কৰা মহাত্মা গান্ধীৰ অহিংস নীতি সুঁৱৰি প্ৰতি বছৰে ২ অক্টোবৰত আন্তৰ্জাতিক অহিংসা দিৱসো পালন কৰা হয়।

১৯৪৮চনৰ ৩০জানুৱাৰিত আততায়ীৰ হাতত মৃত্যুবৰণ কৰা মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত কৃষ্ণাংগৰ অধিকাৰৰ বাবে প্ৰথম আন্দোলন কৰিছিল।

Recent News

index.jpgz

দেশজুৰি পুনৰ কোভিড আতংক : এপ্ৰিলত অনুষ্ঠিতব্য JEEৰ মূল পৰীক্ষা স্থগিত

index

কোভিড আতংক! : ডিব্ৰুগড় বিশ্বিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা স্থগিত

index.jpg2

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ২০২১-২৩ বৰ্ষৰ নতুন সমিতিৰ আনুষ্ঠানিকভাৱে দ্বায়িত্ব গ্ৰহণ

index.jpg1

এতিয়াৰে পৰা ৰাজহুৱা স্থানত পিক পেৱোলা বন্ধ কৰক; মাস্ক পিন্ধক : নিয়ম উলংঘা কৰিলে ভুগিব লাগিব শাস্তি!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd