• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বর্ষাশ্ৰীক কাৰাগাৰত পৰীক্ষা দিবলৈ দি মুখ্যমন্ত্ৰীয়ে বাহ: বাহ: ল’লেই নহ’ব; বৰ্ষাশ্ৰীৰ মুকলিৰ দাবী মীৰা বৰঠাকুৰৰ

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
July 16, 2022 6:54 pm
Mahila Congress president Mira Borthakur demands release of Barshashree Buragohain
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত কাৰাবন্দী হৈ থকা বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ মুকলিৰ দাবী কৰিছে মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে।

আজি ৰাজীৱ ভৱনত সাংবাদিকৰ সৈতে এক সাক্ষাৎকাৰত মীৰা বৰঠাকুৰে কয় যে বৰ্ষাশ্ৰীক কাৰাগাৰত পৰীক্ষা দিবলৈ দি মুখ্যমন্ত্ৰীয়ে বাহ: বাহ: ল’লেই নহ’ব।

Apply Now

“উচিত তথ্য প্ৰমাণ নথকাকৈ কেৱল বিদ্ৰোহী কবিতা লিখাৰ বাবেই বর্ষাশ্ৰীক জেলত ৰখা হৈছে। তাৰ পিছতো কাৰাগাৰত পৰীক্ষা দিয়াৰ সুবিধা দিয়েই মুখ্যমন্ত্ৰীয়ে বাহ: বাহ: লোৱাৰ কোনো যুক্তি নাই।”- বৰঠাকুৰে কয়।

আনহাতে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই বৰ্ষাশ্ৰী সন্দৰ্ভত কৰা মন্তব্যৰ বাবে “তেখেতে নিজৰ ল’ৰা-ছোৱালী হোৱা হ’লে এনেদৰে জেলত ৰাখিলেহেঁতেন জানো” বুলিও প্ৰশ্ন কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।

তেওঁ কয় ‘বর্ষাশ্ৰীক প্ৰকৃততে জেলৰ নহয়, উপযুক্ত কাউন্সিলিংৰ প্ৰয়োজন। গণতন্ত্ৰত আমাৰ সংবিধানে এক বাক স্বাধীনতা দিছে। প্ৰতিবাদ কৰা গণতান্ত্ৰিক ধিৰা বিভিন্ন ধৰণৰ হ’ব পাৰে। কোনোবাই কবিতাৰে প্ৰতিবাদ কৰিব পাৰে কোনোবাই বিভিন্ন কথাৰে প্ৰতিবাদ কৰিব পাৰে।”

এটা কবিতা লিখা বাবেই এগৰাকী মেধাৱী ছাত্ৰীক পৰীক্ষা দিয়াৰ নামত এনে এটা লঘু শাস্তি দিয়া হৈছে বুলি অভিযোগ কৰি মীৰা বৰঠাকুৰে বৰ্ষাশ্ৰী আলফা বা কোনো নিষিদ্ধ সংগঠনত যোগদান কৰা ছোৱালী নহয় বুলি মন্তব্য কৰে।

আনহাতে চৰকাৰখনে হাল এৰি শিয়াল খেদিছে বুলিও উপহাস কৰি অসমৰ বিভিন্ন সমস্যাসমূহৰ ওপৰত চৰকাৰখনে মনোযোগ দিয়া উচিত বুলি মহিলা কংগ্ৰেছৰ সভানেত্ৰী গৰাকীয়ে উপদেশ দিয়ে।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd