• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাস উদযাপনক লৈ আয়োজক সমিতিৰে মাজুলী জিলা প্ৰশাসনৰ বৈঠক

পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰত ব্যৱহাৰ কৰিব নোৱাৰিব ৰাস উদযাপন মঞ্চক

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
November 12, 2018 8:11 pm
IMG-20181112-WA0033
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাজুলীৰ ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱ পূৰ্বৰ দৰে এইবাৰো সুচাৰুভাৱে উদযাপনৰ বাবে সমগ্ৰ জিলাখনতে ইতিমধ্যে ব্যাপক আয়োজন চলিছে। অহা ২২, ২৩ আৰু ২৪ নৱেম্বৰত তিনিদিনীয়াকৈ অনুষ্ঠিতব্য ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা সুশৃংখল আৰু সফলতাৰে আয়োজন কৰাত সকলোৰে সহযোগ বিচাৰি মাজুলী জিলা প্ৰশাসনে আজি জিলাখনৰ বিভিন্ন স্থানত ৰাসলীলা উদযাপন কৰি অহা আয়োজক সমিতিসমূহৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰে।

উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকখনত জিলা প্ৰশাসনৰ ফালৰ পৰা ইতিমধ্যে জিলাখনত প্ৰযোজ্য হোৱা এইবাৰৰ পঞ্চায়ত নিৰ্বাচনৰ আদৰ্শ আচৰণ বিধিৰ বিষয়ে অৱগত কৰি ৰাসমঞ্চসমূহক পৰোক্ষ বা প্ৰত্যক্ষ কোনোধৰণৰ নিৰ্বাচনী প্ৰচাৰ তথা ৰাজনৈতিক গতি-বিধিৰ বাবে ব্যৱহাৰ কৰিবলৈ নিদিবলৈ ৰাসলীলা উৎসৱৰ আয়োজক সমিতিসমূহক সচেষ্ট কৰি দিয়া হয়।

Apply Now

ৰাসমঞ্চ তথা ৰাসৰ আয়োজনৰ মাধ্যমেৰে নিৰ্বাচনী প্ৰচাৰ বা ৰাজনৈতিক গতি-বিধি চলোৱাৰ বিষয়ে দৃষ্টিগোচৰ হ’লে, তেনে কাৰ্যক আদৰ্শ আচৰণ বিধিৰ উলংঘন হিচাপে গণ্য কৰা হ’ব বুলি আয়োজকসকলক স্পষ্ট কৰি দিয়ে অতিৰিক্ত উপায়ুক্ত চিন্ময় নাথে। মাজুলীৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, উপ আৰক্ষী অধীক্ষক দীপজ্যোতি তালুকদাৰৰ লগতে এপিডিচিএল, জনস্বাস্থ্য কাৰিকৰী আদি কেইবাটাও বিভাগৰ বিষয়া আৰু  ৰাসলীলা আয়োজনকাৰী ৰঙ্গমঞ্চসমূহৰ উদ্যোক্তাসকলে অংশগ্ৰহণ কৰা বৈঠকখনত পূৰ্বৰ দৰে এইবাৰো মাজুলীৰ গৰিমা আৰু সুনাম অক্ষুন্ন ৰাখি ৰাস মহোৎসৱ যাতে সাফল্যমণ্ডিত কৰি তুলিব পৰা যায়, তাৰ বাবে জিলাখনৰ সকলোৰে পৰা পূৰ্ণ সহযোগিতা কামনা কৰে উপায়ুক্ত মিশ্ৰই।

পূৰ্বৰ দৰে এইবাৰো আয়োজক সমিতিসমূহে নিজ নিজ ৰাসমঞ্চ তথা প্ৰেক্ষাগৃহৰ ক্ষেত্ৰত গড়কাপ্তানি (গৃহ), গড়কাপ্তানী (বৈদ্যুতিক), অগ্নি নিৰ্বাপণ বিভাগৰ পৰা ফিটনেছ চাৰ্টিফিকেট লোৱাৰ উপৰি ৰাসলীলা অনুষ্ঠিত কৰিবলৈ প্ৰশাসনৰ পৰা আগতীয়া অনুমতি গ্ৰহণ কৰিব লাগিব। ৰাসৰ কেইদিনত যিকোনো জৰুৰীকালীন পৰিস্থিতিত জিলা প্ৰশাসনৰ দিনে-নিশাই নিৰন্তৰ সক্ৰিয় নিয়ন্ত্ৰণ কক্ষৰ ফোন নম্বৰ ১০৭৭ত যোগাযোগ কৰিবলৈ আহ্বান জনায় অতিৰিক্ত উপায়ুক্ত নাথে। একেদৰে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত স্থাপন কৰা মাজুলী আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষৰ যোগাযোগ নম্বৰ হৈছে ০৩৭৭৫২৭৪৪৬৩।

মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd