DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, September 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমত উপস্থিত বংগৰ তৃণমূলৰ প্ৰতিনিধি : ৰাজ্যত প্ৰতিবাদী আন্দোলন চলাই যোৱাৰ হুংকাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 4, 2018 10:24 am
402
VIEWS
Share on FacebookShare on Twitter

পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীৰ নিৰ্দেশত ধলাৰ জঘন্য নিৰীহ হত্যাকাণ্ডৰ বুজ ল’বলৈ পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ এটা চাৰিজনীয়া প্ৰতিনিধিৰ দল অসমত উপস্থিত হয়হি। প্ৰতিনিধিৰ দলটোত অহা কেইজন ক্ৰমে সাংসদ ডেৰিক অ’বব্ৰেইন, সাংসাদ মহুৱা মৈত্ৰা, মমতা বালা ঠাকুৰ, নাজিমুল হক।

পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰিক অ’বব্ৰেইনৰ নেতৃত্বত অহা প্ৰতিনিধিৰ দলটো ডিব্ৰুগড় বিমান বন্দৰত উপস্থিত হৈয়ে প্ৰৰোচনামূলক মন্তব্য প্ৰদান কৰে।

প্ৰতিনিধিৰ দলটোৱে ডিব্ৰুগড়ৰ বিমান বন্দৰত উপস্থিত হৈ সাংবাদিকৰ আগত কয় যে, ‘সংঘটিত ঘটনাটো এক ভয়ানক ঘটনা। এই আন্দোলন আৰম্ভ হৈছে আৰু এই আন্দোলন থমকি নৰয়। যেতিয়ালৈকে কোনে, কিয় সংঘটিত কৰিলে এই কথা পোহৰলৈ নাহে।’

ডিব্ৰুগড় বিমান বন্দৰৰ পৰা প্ৰতিনিধিৰ দলটো পোনে পোনে তিনিচুকীয়া জিলাৰ ধলাত উপস্থিত হ’ব বুলি জানিব পৰা গৈছে।

প্ৰতিনিধিৰ দলটোৱে ধলাত ১ নৱেম্বৰত সংঘটিত ঘটনাটোত নিহত পৰিয়ালৰ লোকক সাক্ষাৎ কৰি সমগ্ৰ ঘটনাৰ বুজ ল’ব।

ইফালে অসমত ভাতৃঘাটী সংঘৰ্ষ সৃষ্টি কৰিব পৰা যিকোনো কাৰ্যৰ পৰা বিৰত থাকিবলৈ পশ্চিমবংগৰ তৃণমূলবাহীনিক সকীয়নি প্ৰদান কৰিছে অসমৰ বিভিন্ন জাতীয় দল-সংগঠন সমূহে।

Recent News

নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিলে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ৭২ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি

নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিলে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ৭২ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি

নিৰুদ্দেশ যুৱক, অৱশেষত ভাড়াঘৰৰ শৌচাগাৰত উদ্ধাৰ মৃতদেহ

নিৰুদ্দেশ যুৱক, অৱশেষত ভাড়াঘৰৰ শৌচাগাৰত উদ্ধাৰ মৃতদেহ

সংগমৰ আগত বা পিছত প্ৰস্ৰাৱ কৰে নেকি? কৰিব লাগে নে নালাগে? জানো আহক

সংগমৰ আগত বা পিছত প্ৰস্ৰাৱ কৰে নেকি? কৰিব লাগে নে নালাগে? জানো আহক

৩ ফুট তললৈ বহি গৈছে যোশীমঠ, এন জি আৰ আই প্ৰতিবেদনত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য 

৩ ফুট তললৈ বহি গৈছে যোশীমঠ, এন জি আৰ আই প্ৰতিবেদনত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য 

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd