• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাক্সাত তীব্ৰবেগী বাছৰ খুন্দাত কৰুণ মৃত্যু প্ৰাতঃভ্ৰমণলৈ যোৱা ব্যক্তিৰ

NE NOW NEWS
গুৱাহাটী , December 3, 2020 7:11 pm

1 min read

বাক্সাত তীব্ৰবেগী বাছৰ খুন্দাত কৰুণ মৃত্যু প্ৰাতঃভ্ৰমণলৈ যোৱা ব্যক্তিৰ

পথ দুৰ্ঘটনাত মৃত্যু হোৱা দুৰ্ভগীয়া ব্যক্তি গৰাকী

8.6k
VIEWS
Share on FacebookShare on Twitter

বাক্সা জিলাৰ বৰমাত বৃহস্পতিবাৰে ৰাতিপুৱা সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এগৰাকী লোকৰ কৰুণ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

দুৰ্ঘটনাটোৰ ফলত মৃত্যু হোৱা ব্যক্তি গৰাকী বৰমাৰ স্থানীয় বাসিন্দা কালিচৰণ তালুকদাৰ বুলি চিনাক্ত কৰা হয়।

জানিব পৰা মতে, ৰাতিপুৱা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেৰে প্ৰাত ভ্ৰমণলৈ ওলাই যোৱা কালিচৰণ দাসক গুৱাহাটী পৰা ধুবুৰী অভিমুখী এ এছ ০১ এল চি ৪১১১ নম্বৰৰ এখন যাত্ৰীবাহী বাছে মহতিয়াই লৈ যায়।

তীব্ৰবেগী যাত্ৰীবাহী বাছখনৰ খুন্দাত থিতাতে মৃত্যুক আকোৱালি ল’বলগীয়া হ’য় দুৰ্ভগীয়া কালিচৰণ দাসে।

দুৰ্ঘটনা সংঘটিত কৰিয়ে বাছখনৰ চালক আৰু হেণ্ডিমেনে দুৰ্ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

আনহাতে, পৰৱৰ্তী সময়ত দুৰ্ঘটনাস্থলীত বৰমা আৰক্ষীৰ এটা দল উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা বাছখন জব্দ কৰে।

স্থানীয় ৰাইজে বাছ চালকৰ দৌৰাত্মৰ বাবেই এনেদৰে এগৰাকী সাধাৰণ লোকে প্ৰাণ হেৰুৱাবলগীয়া হ’ল বুলি উল্লেখ কৰি তীব্ৰ বেগী বাহনৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ হোৱাৰ বাবে আহ্বান জনায়।

Recent News

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd