• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মদ্যপানৰ বাবে আমন্ত্ৰণ পত্নীৰ প্ৰেমিকক; একেলগে বহিছিল সুৰাৰ আড্ডাত, তাৰ পিছত…

এন ই নাও নিউজ, মুম্বাই by এন ই নাও নিউজ, মুম্বাই
May 15, 2026 10:24 am
328
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পত্নী বিবাহ বহিৰ্ভূত প্ৰেমত জড়িত হোৱাৰ সন্দেহ কৰিছিল স্বামীয়ে। মানুহজনে পত্নীৰ ‘প্ৰেমিক’ক নিজৰ ঘৰলৈ মাতিছিল। একেলগে মদ খোৱাৰ অজুহাতত তেওঁক মাতি আনিছিল। ইয়াৰ পিছতে মহিলাগৰাকীৰ স্বামীয়ে লোকজনক হত্যা কৰাৰ অভিযোগ উঠিছে। মুম্বাইৰ গোৰেগাঁও অঞ্চলত সংঘটিত হৈছে এই ঘটনা। হত্যাকাণ্ডৰ গোচৰত অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত লোকজনৰ নাম বিকাশ অশোক ভুছাৰে (৪৮)। ভীমৰাজ ওমপ্ৰকাশ শৰ্মাৰ বিৰুদ্ধে তেওঁক হত্যা কৰাৰ অভিযোগ উঠিছে।

Apply Now

বৃহস্পতিবাৰে আৰক্ষীয়ে জনোৱা মতে, পত্নীৰ সৈতে বিকাশে সম্পৰ্ক গঢ়ি তুলিছিল বুলিপত্নীক ভীমৰাজে সন্দেহ কৰিছিল। ভীমৰাজে তেওঁক ফোন কৰিছিল। ভীমৰাজে তেওঁক দুয়ো একেলগে বহি মদ খাব বুলি গোৰেগাঁৱৰ আৰে অঞ্চলত থকা নিজৰ ঘৰলৈ আমন্ত্ৰণজনাইছিল।

নিমন্ত্ৰণ পোৱাৰ পিছত বুধবাৰে বিকাশ তেওঁৰ ঘৰলৈ আহে। তাতেই বিকাশৰ লগত ভীমৰাজ আৰু তেওঁৰ পত্নীয়ে সুৰাপান কৰিছিল। তাৰ পিছতে বিকাশক হত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছে।

আৰে অঞ্চলৰ এজন আৰক্ষী বিষয়াই জনোৱা মতে, ভীমৰাজ ওমপ্ৰকাশ শৰ্মাই তেওঁৰ পত্নীয়ে বিকাশৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰা বুলি সন্দেহ কৰিছিল। ভীমৰাজে তেওঁক নিজৰ বাসগৃহলৈ মাতিলে। তেওঁ, পত্নী আৰু বিকাশে একেলগে সুৰাপান কৰিছিল। ইয়াৰ পিছত ভীমৰাজে বিকাশক সকীয়াই দিলে যে পুনৰ পত্নীক যাতে লগ নকৰে। ইয়াৰ কিছু সময়ৰ পাছতে ভীমৰাজে পত্নীৰ সন্মুখতে দাৰে বিকাশৰ ডিঙি কাটি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে।

আৰক্ষীয়ে জনোৱা মতে, ইয়াৰ পিছতে ভীমৰাজে তাৰ পৰা পলায়ন কৰে। তেওঁ ওচৰৰ বনাঞ্চলত আত্মগোপন কৰি আছিল। আৰক্ষীয়ে তথ্য লাভ কৰাৰ লগে লগে তালৈ যায় আৰু অভিযুক্তই পুনৰ পলায়নৰ চেষ্টা কৰে। প্ৰায় তিনি ঘণ্টা খেদি যোৱাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

আৰক্ষীৰ দাবী যে ভীমৰাজে নিজৰ অপৰাধ স্বীকাৰ কৰিছে। তেওঁ আৰক্ষীক জনাইছে যে বিকাশে আগতেও পত্নীক হাৰাশাস্তি কৰিছিল। এই বিষয়ে তেওঁক কেইবাবাৰো সকীয়াই দিছিল। ইয়াৰ পিছতো বিকাশে পত্নীক লগ পাই আছিল।

এই সন্দৰ্ভত তদন্ত চলি থকা বুলিও বিষয়াসকলে জানিবলৈ দিয়ে। অভিযুক্তৰ পত্নীৰ ভূমিকাৰো তদন্ত চলি থকা বুলি জানিবলৈ দিয়ে।

এন ই নাও নিউজ, মুম্বাই

এন ই নাও নিউজ, মুম্বাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

September 13, 2026 3:37 pm
বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm
ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

September 13, 2026 11:39 am
প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

September 13, 2026 11:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

September 13, 2026 3:37 pm
বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd