DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত তোলনীয়া কন্যাক যৌন নিৰ্যাতন চলোৱা পিতৃক দহ বছৰৰ কাৰাদণ্ড

ৰিনয় বসুমতাৰী,কোকৰাঝাৰ by ৰিনয় বসুমতাৰী,কোকৰাঝাৰ
June 15, 2022 8:48 pm
কোকৰাঝাৰৰ আদালতত এগৰাকী অধিবক্তা

কোকৰাঝাৰৰ আদালতত এগৰাকী অধিবক্তা

215
VIEWS
Share on FacebookShare on Twitter

নিজৰ তোলনীয়া কন্যাক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত সুবিৰাম ৰায় নামৰ এজন লোকক কোকৰাঝাৰৰ বিশেষ আদালতৰ জে.কোচৰ আদালতে আজি দহ বছৰৰ কাৰাদণ্ডৰ ৰায়দান দিয়ে৷ লগতে পাঁচ হাজাৰ টকাৰ জৰিমনাও বিহে ।

তদুপৰি জৰিমনা আদায় অবিহনে অতিৰিক্তভাৱে দুমাহৰ কাৰাদণ্ড ভৰিব লাগিব বুলি আদালতে নিৰ্দেশ প্ৰদান কৰিছে ।
উল্লেখ্য যে, কোকৰাঝাৰ জিলাৰ এখন গাঁৱৰ অতি দুখীয়া পৰিয়ালৰ এগৰাকী নাবালিকাক জিলাখনৰে কাৰিগাঁও এলেকাৰ সুবিৰাম ৰায়ে নিজৰ তোলনীয়া কন্যা হিচাপে গ্ৰহণ কৰিছিল ।

২০১৮ চনৰ ৮ জুনত যেতিয়া নাবালিকা ছোৱালীজনীক তেওঁৰ মাতৃয়ে স্বগৃহলৈ কেইদিনমানৰ বাবে লৈ আহে তেতিয়াই নাবালিকা ছোৱালীজনীয়ে তাইৰ মাতৃক পালিত পিতৃ অৰ্থাৎ সুবিৰাম ৰায়ে তাইক যৌন নিৰ্যাতন চলায় বুলি অভিযোগ কৰে ।

ইয়াতেই হতভম্ব হৈ পৰিয়ালৰ লোকে ২০১৮ চনৰ ২১ জুনত বিষয়টো আৰক্ষীক অৱগত কৰে ৷ পিছত ঘটনা সন্দৰ্ভত কোকৰাঝাৰ সদৰ থানাত পকচো আইনৰ অধীনত এক গোচৰ (নং ২৯৫/১৮) ৰজু কৰা হয় ।

আৰক্ষীয়ে সুবিৰাম ৰায় আৰু তেওঁৰ পত্নী ববিতা ৰায়ৰ বিৰুদ্ধে গোচৰ ৰজু কৰি অনুসন্ধান চলায় আৰু অভিযোগনামা দাখিল কৰে । কোকৰাঝাৰ বিশেষ আদালতে সকলো বিষয়বস্তু চালি – জাৰি চাই চাৰি বছৰৰ মূৰত আজি সুবিৰাম ৰায়ৰ বিৰুদ্ধে শাস্তি ঘোষণা কৰাৰ লগতে ববিতা ৰায়ক দোষমুক্ত বুলি ঘোষণা কৰে ।

আদালতে সুবিৰাম ৰায়ক দহ বছৰৰ কাৰাদণ্ডৰেদণ্ডিত কৰাৰ লগতে পাঁচ হাজাৰ টকাৰ জৰিমনা বিহিছে ।

Recent News

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Sivasagar

শিৱসাগৰ কোঁৱৰপুৰত অঘটন : চোকা অস্ত্ৰৰে এজন যুৱকে হত্যা কৰিলে দুটাকৈ গোধন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd