• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আমিষ খাদ্য পৰিবেশন কৰাৰ বাবে বন্দে ভাৰতৰ ওৱেটাৰক চৰ সোধালে ক্ষুব্ধ যাত্ৰীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 29, 2024 7:20 pm
6.1k
VIEWS
Share on FacebookShare on Twitter

হাওৰাৰ পৰা ৰাঁচীলৈ যোৱা বন্দে ভাৰত এক্সপ্ৰেছত যোৱা এজন যাত্ৰীয়ে যাত্ৰাৰ সময়ত ভুলতে আমিষ খাদ্য প্ৰদান কৰা এজন ওৱেটাৰক চৰ সোধায়। ২৬ জুলাইত ঘটনাটো ৰেকৰ্ডিং কৰা যাত্ৰী কুনাল ভাৰ্মাই এই ঘটনাটোৰ বৰ্ণনা কৰাৰ সময়তে এক্সত ভিডিঅ’টো শ্বেয়াৰ কৰিছিল।

Vande Bharat by mistake served Non-Veg food to a old person. He didn’t saw instructions and ate the food. Being vegetarian he realised it tastes like non-veg so he got furious & gave 2 tight slap to the waiter.

Vande Bharat – Howrah to Ranchi
Date – 26/ July/ 24
Live recording- pic.twitter.com/Mg0skE3KLo

— Kunal Verma (@itsmekunal07) July 27, 2024


বৃদ্ধজনে যাত্ৰাকালত নিৰামিষ খাদ্যৰ অৰ্ডাৰ দিছিল যদিও তাৰ পৰিৱৰ্তে আমিষ খাদ্য পৰিবেশন কৰা হৈছিল। তেওঁৰ পোষ্টত ভাৰ্মাই কয় যে বন্দে ভাৰতৰ যাত্ৰীজনে তেওঁৰ থালীৰ লেবেলটো দেখা নাপালে আৰু তাৰ এটা অংশ খালে।

খাদ্য নিৰামিষ নহয় বুলি গম পাই খঙাল হৈ তেওঁ ওৱেটাৰজনক চৰ মাৰিলে – যিটো কাৰ্যই সহযাত্ৰীসকলক ক্ষুব্ধ কৰি তুলিছিল।

আন যাত্ৰীসকলে বৃদ্ধজনক সমালোচনা কৰি চকুলো টুকি থকা ওৱেটাৰজনৰ ওচৰত ক্ষমা খুজিবলৈ কয়।

ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পাছত ইষ্টাৰ্ণ ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়া (চিপিআৰঅ’) প্ৰকাশ চৰণে কয়, ‘হয়, ভুলতে পৰিবেশন কৰা হৈছিল, কিন্তু তেওঁ নাখালে। যাত্ৰীগৰাকীয়ে চৰ মৰাৰ ঘটনাক লৈ সহযাত্ৰীসকল অসন্তুষ্ট হৈ পৰিল আৰু পাছত বিষয়টো সমাধান হ’ল।”

লগতে কেইবাজনো ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে বৃদ্ধ যাত্ৰীগৰাকীক ওৱেটাৰগৰাকীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ বাবে তীব্ৰ সমালোচনা কৰে।

Recent News

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd