• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১০ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান : প্ৰদূষণমুক্ত কৰি ৰখাৰ প্ৰচেষ্টা লৈছে বন বিভাগে

এন ই নাও নিউজ by এন ই নাও নিউজ
October 5, 2018 7:04 am
manah national park

মানাহ ৰাষ্ট্ৰীয় উদ্যান

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ১০ অক্টোবৰত পৰ্যটকৰ বাবে পুনৰ মুকলি হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান। দেশ-বিদেশৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হিচাপে মানাহ ৰাষ্ট্ৰীয় উদ্যানে ইতিমধ্যে বিশেষ সঁহাৰি লাভ কৰি আহিছে।

এইবাৰ মানাহক প্রদূষণমুক্ত কৰি ৰখাৰ বাবে বন বিভাগে বিশেষ উদ্যোগ গ্রহণ কৰিছে। মানাহ ব্যাঘ্র প্রকল্পৰ ক্ষেত্র সঞ্চালক হিৰণ্য কুমাৰ শৰ্মাই জনোৱা মতে  পর্যটকে উদ্যানখনৰ বাঁহবাৰীৰ প্ৰৱেশদ্বাৰ, কাহিটেমা বিট অফিচ, ভূঁয়াপাৰা ৰেঞ্জ অফিচ, ককিলাবাৰী আৰু পাণবাৰী ৰেঞ্জ অফিচৰ প্ৰৱেশ পথেৰে উদ্যানখনৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব।

Apply Now

বন বিভাগে উদ্যানখনৰ ভিতৰত বনভোজ খোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে। বিভাগে উদ্যানখনক প্রদূষণমুক্ত কৰি ৰখাৰ উদ্দেশ্যে সকলো পর্যটককে উদ্যানখনৰ ভিতৰত প্ৰৱেশৰ সময়ত লগত নিয়া প্লাষ্টিক পেকেট, পানীৰ বটল আদিৰ তথ্য প্রৱেশ পথত দি যাব লাগিব।

সেইদৰে পৰ্যটকসকলে উভতি আহোঁতে উক্ত সামগ্ৰীসমূহৰ খালী পেকেটসমূহ  কর্তৃপক্ষৰ আগত প্ৰদৰ্শন কৰাৰ নিয়ম বান্ধি দিয়া হৈছে। আনহাতে, কোনো পর্যটকে উদ্যানখনৰ ভিতৰত প্লাষ্টিকৰ সামগ্রী এৰি থৈ আহিলে উদ্যানখনৰ আইন অনুসৰি জৰিমনা ভৰিব লাগিব।

উল্লেখযোগ্য যে যোৱা ৩০ জুনৰ পৰা সাধাৰণ পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছিল মানাহ ৰাষ্ট্ৰীয় উদ্যান। মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ সঞ্চালক হিৰণ্য কুমাৰ শৰ্মাই জাৰি কৰা এক নিৰ্দেশনা অনুসৰি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছিল। উদ্যানখনৰ ভিতৰি ভাগৰ বাট-পথসমূহ বৰষুণৰ বাবে পৰিত্যক্ত হৈ পৰাত কৰ্তৃপক্ষই এই সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিছিল।

বিগত বৰ্ষৰ ১৫ অক্টোবৰতে ব্যাঘ্ৰ প্ৰকল্পৰ সঞ্চালক শৰ্মাৰ উপস্থিতিত বি টি চিৰ কাৰ্যবাহী সদস্য অনছুমৈ ব্ৰহ্মৰ সহযোগিতাত বি টি এ ডিৰ মুখ্য সচিব বীৰেন্দ্ৰ চন্দ্ৰ ফুকনে পৰ্যটকৰ বাবে মুকলি কৰিছিল মানাহ ৰাষ্ট্ৰীয় উদ্যান। তেতিয়াৰ পৰাই দেশী-বিদেশী পৰ্যটকে ৩০ জুনলৈকে ৰাষ্ট্ৰীয় উদ্যানখনত ভিৰ কৰিছিলহি।

আনহাতে, মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই তথ্য সদৰী কৰিছিল যে বিগত ২০১৭ চনৰ এপ্ৰিল মাহৰ পৰা ৩৭,২৬৭ গৰাকী দেশীয় পৰ্যটক আৰু সেই বৰ্ষৰে একে মাহৰ পৰা ৪৮০গৰাকী বিদেশী পৰ্যটক মানাহলৈ আহিছিল। ইয়াৰ ফলত উদ্যান কৰ্তৃপক্ষই ৮০,৭১,০৩৫ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd