• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

‘ছালাহ’ ধুমুহাত বিধ্বস্ত মানচেষ্টাৰ ইউনাইটেড, অ’ল্ড ট্ৰেফ’ৰ্ডত ‘ৰেড আৰ্মী’ৰ গলৰ বন্যা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 25, 2021 12:52 pm
Liverpool vs Manchester United Premier League Match
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘অ’ল্ড ট্ৰেফ’ৰ্ড’ বুলিলেই মানচেষ্টাৰ ইউনাইটেডৰ শক্তিৰ আধাৰ। ঘৰুৱা ফিল্ড অ’ল্ড ট্ৰেফ’ৰ্ডত সমৰ্থকৰ তুমুল সমৰ্থনৰ ছাঁত ইউনাইটেডক পৰাস্ত কৰাটো যথেষ্ট কঠিন।

পিছে এই কঠিনতাক তেনেই সহজ কৰি অ’ল্ড ট্ৰেফ’ৰ্ডত বিজয় ধ্বজা উৰুৱালে ‘ৰেড আৰ্মী’ খ্যাত লিভাৰপুলে। ঘৰতেই ইউনাইটেডক ৫-০ গলত বিধ্বস্ত কৰিলে লিভাৰপুলে।

লিভাৰপুলৰ এই জয়ত মুখ্য ভূমিকা লোৱা ইজিপ্তিয়ান ফুটবলাৰ ছালাহ ধুমুহাত বিপৰ্যস্ত হৈ পৰিল মানচেষ্টাৰৰ শক্তিশালী ডিফেঞ্চ।

খেলৰ ৫ মিনিটতেই ছালাহৰ পৰা পোৱা এটা চতুৰ পাছ ইউনাইটেডৰ গলপোষ্টৰ ভিতৰলৈ ঠেলি নবী কেইটাই গলৰ আৰম্ভণি কৰে।

পুনৰ ১৩ মিনিটত আলেকজেণ্ডাৰ আৰ্নল্ডে সোঁফালৰ পৰা আগবঢ়াই দিয়া এটা ক্ৰছত ডিয়েগু জ’টাই গললৈ ৰূপান্তৰ কৰি লিভাৰপুলক দ্বিতীয় অগ্ৰগতি দিয়ে।

Apply Now

ইয়াৰ পাছতেই আৰম্ভ হয় ছালাহৰ যাদু। খেলৰ ৩৮ মিনিটত ছালাহ আৰু ফিৰ্মিন’ই চুটি চুটি পাছেৰে ইউনাইটেডৰ গলবক্সত প্ৰৱেশ কৰাৰ পাছত ছালাহে জ’টালৈ এটা চুটি পাছ আগবঢ়াই দিয়ে। জ’টাই বলটো পুনৰ ছালাহলৈ ঠেলি দিয়ে আৰু ছালাহে গললৈ শ্বট লয় যদিও ইউনাইটেডৰ ডিফেঞ্চে তাক প্ৰতিহত কৰে।

অৱশ্যে ঘূৰি যোৱা বল পুনৰ লিভাৰপুলৰ নবী কেইটাৰ ভৰিত পৰে আৰু কেইটাই কৰা ক্ৰছত ছালাহে গল স্ক’ৰ কৰি লিভাৰপুলক ৩-০ ৰ অগ্ৰগতি প্ৰদান কৰে।

প্ৰথমাৰ্দ্ধৰ ইনজুৰি টাইমত জ’টাৰ পৰা পোৱা পাছক গলত কাৰ্যকৰী কৰি ব্যক্তিগত দ্বিতীয় আৰু দলৰ হৈ চতুৰ্থটো গলৰ সোৱাদ দিয়ে ছালাহে।

দ্বিতীয়াৰ্দ্ধৰ পঞ্চম মিনিটত হেণ্ডাৰচনে মিডফিল্ডৰ পৰা ঠেলি দিয়া এটা দৰ্শনীয় পাছত ছালাহে ইউনাইটেডৰ গলৰক্ষক ডে গয়াক পৰাস্ত কৰি বল নেটলৈ ঠেলি পঠিয়াই আৰু হেট্ৰিক সম্পূৰ্ণ কৰে।

এনেদৰে প্ৰিমিয়াৰ লীগত মানচেষ্টাৰৰ বিৰুদ্ধে ঘৰুৱা ফিল্ড অ’ল্ড ট্ৰেফ’ৰ্ডত হেট্ৰিক অৰ্জন কৰা প্ৰথম ফুটবলাৰত পৰিণত হয় ছালাহ।

খেলৰ ৬০ মিনিটত ইউনাইটেডৰ মিডফিল্ডাৰ পগবাই নবী কেইটাক ফাউল কৰাৰ বাবে ৰেড কাৰ্ড লাভ কৰি খেলপথাৰ এৰিব লগীয়া হয়। বিধিনিষিদ্ধ ভাৱে খেলাৰ বাবে মানচেষ্টাৰ ইউনাইটেডৰ ছয়জন খেলুৱৈক ৰেফাৰীয়ে হালধীয়া কাৰ্ড প্ৰদৰ্শন কৰে।

খেলখনত সম্পূৰ্ণ দমনীয় প্ৰদৰ্শনেৰে ইউনাইটেডক নিষ্প্ৰভ কৰি তোলে লিভাৰপুলে। সমগ্ৰ খেলখনত অধিক সময় বল নিজৰ দখলত ৰাখে লিভাৰপুলে ।

এই জয়েৰে লিভাৰপুলে পইন্ট তালিকাৰ দ্বিতীয় স্থানলৈ উন্নীত হয়। খিতাপ জয়ৰ দৌৰত শীৰ্ষ স্থানত থকা চেলছীতকৈ এক পইণ্টৰ ব্যৱধানত পিছ পৰি আছে লিভাৰপুল। আনহাতে পইণ্ট তালিকাৰ সপ্তম স্থানত অৱস্থান কৰিছে মানচেষ্টাৰ ইউনাইটেডে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

September 20, 2026 7:50 am
অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

September 19, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

September 20, 2026 7:50 am
অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd