• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সমগ্ৰ ৰাজ্যৰ লগতে বোকাখাততো মণ্ডল কাননগো সন্মিলনীৰ অসহযোগ আন্দোলন

NE NOW NEWS উত্তম শইকীয়া
বোকাখাত , September 24, 2018 3:32 pm

1 min read

Bokakhat
282
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ ৰাজ্যৰ লগতে বোকাখাততো আজিৰে পৰা আৰম্ভ হৈছে মণ্ডল কাননগো সন্মিলনীৰ অসহযোগ আন্দোলন।

এই উপলক্ষে আজি পুৱা বোকাখাতৰ সমূহ মণ্ডল কাননগোয়ে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টা জোৰা অৱস্থান ধৰ্মঘট পালন কৰি দিনটোৰ বাবে অসহযোগ কাৰ্যসূচী পালন কৰি বিভাগীয় কামকাজৰ পৰা বিৰত থাকে।

তাৰোপৰি মণ্ডল কাননগো সন্মিলনীৰ বোকাখাত চক্ৰ সমিতিৰ সম্পাদক প্ৰণৱ বৰাই নৰ্থ ইষ্ট নাওক কয় যে, ‘বিভিন্ন দাবীৰ লগতে মণ্ডল কাননগো সকলক কাৰিকৰী কৰ্মচাৰীৰ মৰ্যাদা প্ৰদান কৰিবৰ বাবেও আমি দাবী জনাইছো।’

উল্লেখযোগ্য যে অসমত ভূমিৰ পুনৰ বন্দোবস্ত প্রক্রিয়া অতি শীঘ্র আৰম্ভ কৰা আৰু  মণ্ডল কাননগাে সকলক আন্তঃজিলা বদলিকৰণৰ প্ৰস্তাৱ পুনঃ বিবেচনা কৰাৰ উপৰিও  সদৌ অসম মণ্ডল কানগো সন্মিলনীৰ অন্যান্য দীর্ঘদিনীয়া দাবীসমূহ পূৰণ কৰাৰ দাবীত আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে সদৌ অসম মণ্ডল কাননগো সন্মিলনীৰ প্ৰথম পৰ্যায়ৰ অসহযোগ আন্দোলন ৷
মণ্ডল কাননগো সকলৰ এই অসহযোগ আজিৰে পৰা ২৬ ছেপ্তেম্বৰলৈকে চলিব বুলি জানিব পৰা গৈছে ৷ অহা ৩ অক্টোবৰৰ পৰা মণ্ডল কাননগো সকলৰ দ্বিতীয় পৰ্যায়ৰ আন্দোলন আৰম্ভ হ’ব বুলিও সন্মিলনীৰ তৰফৰ পৰা জানিব পৰা গৈছে ৷

Recent News

IMG-20210115-WA0005

নগাঁৱত বনকৰ্মী মহেশ নাথৰ দুখনকৈ গ্ৰন্থ উন্মোচন

a doctor

ৰাজ্যৰ ১২ গৰাকী জ্যেষ্ঠ চিকিৎসকে সৰ্বপ্ৰথমে গ্ৰহণ কৰিব কোভিডৰ ভেকচিন

FB_IMG_1610717632176

বিশিষ্ট সাহিত্যিক সু- লেখিকা বীণা শৰ্মাৰ মৃত্যু, শোক স্তব্ধ নগাঁও

a gana

ভাৰতীয় গণনাট্য সংঘৰ জ্যোতি-স্মৰণ আৰু গণশিল্পী হেমাঙ্গ বিশ্বাস বঁটা প্ৰদান অনুষ্ঠান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd