• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

জম্মু-কাশ্মীৰৰ বিৰুদ্ধে মণিপুৰৰ মায়াংক ৰাঘৱৰ দুৰ্দান্ত শতৰাণ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 28, 2019 12:43 pm

1 min read

জম্মু-কাশ্মীৰৰ বিৰুদ্ধে মণিপুৰৰ মায়াংক ৰাঘৱৰ দুৰ্দান্ত শতৰাণ

জম্মু-কাশ্মীৰৰ শুভম সিঙৰ আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

506
VIEWS
Share on FacebookShare on Twitter

ছৈয়দ মুস্তাক আলী টি-২০ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত হোৱা এখন খেলত মণিপুৰৰ অপেনিং বেটছমেন মায়াংক ৰাঘৱে জম্মু-কাশ্মীৰৰ বিৰুদ্ধে দুৰ্দান্ত শতৰাণ অৰ্জন কৰে।

পোন প্ৰথমবাৰৰ বাবে সৰ্বভাৰতীয় পৰ্য্যায়ৰ ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা মণিপুৰ ক্ৰিকেট দলটোৰ অপেনাৰ জনে এঘাৰটা চাৰি আৰু পাঁচটা ছয়েৰে ৬৬ টা বলত ১০৩ ৰাণ সংগ্ৰহ কৰে।

আনহাতে, মায়াংকৰ বিস্ফোৰক শতৰাণৰ পিছতো জম্মু-কাশ্মীৰৰ হাতত আঠ উইকেটত পৰাস্ত হয় মণিপুৰ। প্ৰথমে বেট ধৰি মণিপুৰে নিৰ্ধাৰিত ২০ অভাৰত ছয়টা উইকেট হেৰুৱাই ১৮২ ৰাণ সংগ্ৰহ কৰে। মায়াংকৰ উপৰি মণিপুৰৰ হৈ শুভম খাজুৰিয়াই অৰ্ধশতৰাণ সংগ্ৰহ কৰে।

মণিপুৰে বান্ধি দিয়া ১৮৩ ৰাণৰ বিজয় লক্ষ্য আগত ৰাখি খেলিবলৈ নমা জম্মু-কাশ্মীৰে ১৭.১ অভাৰতে ২ টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। জম্মু-কাশ্মীৰৰ হৈ যতীন ৱাধান আৰু বনদ্বীপ সিঙে ব্যক্তিগতভাবে ৫৯ ৰাণৰ বৰঙণি যোগাই দলৰ বিজয় সহজ কৰি তোলে।

উল্লেখযোগ্য যে, ৰঞ্জী ট্ৰফী প্ৰতিযোগিতাতো মণিপুৰৰ বাওঁহতীয়া বেগী বলাৰ ৰেক্স সিঙে এটা ইনিংছত ১০ টা উইকেট দখল কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। এই প্ৰদৰ্শনৰ সুবাদতে সিঙে ভাৰতীয় ১৯ বছৰ অনূৰ্ধ্ব দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd