• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home ক্ৰীড়া

ৰাষ্ট্ৰীয় ছিনিয়ৰ মহিলা ফুটবলত বিজয়ী মণিপুৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 3, 2018 8:44 am

1 min read

Womenfootball380
74
VIEWS
Share on FacebookShare on Twitter

উৰিষ্যাত অনুষ্ঠিত ২৪ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ মহিলা ফুটবলত পুনৰবাৰ বিজয়ীৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে মণিপুৰ। মণিপুৰৰ দলটোৱে ফাইনেলত ২-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে ঘৰুৱা দল উৰিষ্যাক।

বাৰাবতী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক ফাইনেল খেলখনত বিজয়ী দলৰ হৈ ৪৪ মিনিটত অধিনায়িকা বালা দেৱীয়ে প্ৰথমটো আৰু ৫০ মিনিটত প্ৰেমেশ্বৰী দেৱীয়ে দ্বিতীয়টো গ’ল কৰে। ইফালে মেচ শেষ হ’বলৈ মাত্ৰ কেই মিনিটমান বাকী থকা অৱস্থাত ঘৰুৱা দল উৰিষ্যাৰ হৈ একমাত্ৰ গ’লটো দিয়ে আৰতী শেঠীয়ে।

২৪ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ মহিলা ফুটবলত ফাইনেললৈ অগ্ৰসৰ হোৱাৰ বাবে দুয়োটা দলে ছেমি ফাইনেলত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হয়। প্ৰথমখন ছেমি ফাইনেলত মণিপুৰে শেষ পৰ্যায়ত ৰে’লৱেক টাইব্ৰেকাৰত ৪-৩ আৰু উৰিষ্যাই যোৱাবাৰৰ চেম্পিয়ন তামিলনাডুক অতিৰিক্ত সময়ত গ’ল দি ৪-৩ ব্যৱধানত পৰাস্ত কৰিছিল।

উল্লেখ্যযোগ্য যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মানীয় প্ৰতিযোগিতাখনত মণিপুৰে এই পৰ্যন্ত অভিলেখ সংখ্যক ১৯ বাৰৰ বাবে বিজয়ীৰ সন্মান অৰ্জন কৰিছে।

Recent News

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

arrest-istock-1591718285

প্ৰেয়সীক হত্যা কৰি ফ্লেটৰ ৱালত লুকুৱাই ৰাখিছিল প্ৰেমিকে : প্ৰেমিকক গ্ৰেপ্তাৰ আৰক্ষীৰ

IMG-20210114-WA0012

মেজিৰ ‘জুইত জাহ যাওক অপসংস্কৃতি, কুসংস্কাৰ আদি’ : মাৰ্ঘেৰিটাৰ ভোগালী উৎসৱত মুখ্যমন্ত্ৰী সোণোৱাল

zubin

অনন্য ৰূপত জুবিন গাৰ্গ; বিশেষভাৱে সক্ষম শিশুৰ সৈতে পালন কৰিলে ভোগালী বিহু

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd