• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মণিপুৰত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৭ গৰাকীলৈ বৃদ্ধি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 14, 2020 11:27 am

1 min read

মণিপুৰত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৭ গৰাকীলৈ বৃদ্ধি
3.7k
VIEWS
Share on FacebookShare on Twitter

মণিপুৰত মঙলবাৰে নতুনকৈ ২৩৭ গৰাকী লোক ক’ৰ’না প’জিটিভ হয়। ইয়াৰ ফলত ৰাজ্যখনত ক’ৰ’না আক্ৰান্ত মুঠ লোকৰ সংখ্যা ১৩,৭৯৩ গৰাকীলৈ বৃদ্ধি পায়।

মণিপুৰৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এই কথা প্ৰকাশ কৰা হয়।

আনহাতে, মণিপুৰত মঙলবাৰৰ দিনটোত চাৰিগৰাকী ব্যক্তিৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হয়।

মণিপুৰত বৰ্তমানলৈ মুঠ ৯৭ গৰাকী ব্যক্তি ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু মুখত পৰিছে।

মঙলবাৰে মণিপুৰত ক’ৰ’না সংক্ৰমিত হোৱা ২৩৭ গৰাকী লোকৰ ভিতৰত ২৩০ গৰাকী সাধাৰণ নাগৰিক আৰু সাতগৰাকী চি আৰ পি এফৰ জোৱান।

ৰাজ্যখনৰ ২৪ টা কোভিড পৰীক্ষা কেন্দ্ৰত এই লোক সকল কোভিড প’জিটিভ হিচাপে চিহ্নিত হয়।

তদুপৰি, ক’ৰ’না প’জিটিভ হোৱা ২৩০ গৰাকী সাধাৰণ নাগৰিকৰ ভিতৰত সাতগৰাকী ব্যক্তি বহিঃৰাজ্যৰ পৰা উভতি অহা।

মণিপুৰত বিগত ২৪ ঘণ্টাত ১২২ গৰাকী লোকক ১৩ টা কোভিড কেয়াৰ কেন্দ্ৰৰ পৰা ক’ৰ’না মুক্ত হোৱাৰ পাছত মুকলি কৰি দিয়া হয়।

পাহাৰীয়া ৰাজ্যখনত বৰ্তমান ২৮৬৭ গৰাকী সক্ৰিয় কোভিড ৰোগী থকাৰ বিপৰীতে ১০,৮২৯ গৰাকী ব্যক্তি চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে।

Recent News

সকলো লোককে দিয়া হ’ব বিনামূলীয়া কোভিড ভেকচিন; এইখন ৰাজ্যৰ কেবিনেটত প্ৰস্তাৱ গ্ৰহণ

বহু কেইখন দেশলৈ কোভিড ভেকচিনেৰে সহায় ভাৰতৰ; আমেৰিকাৰ উচ্চ প্ৰশংসা

জাকাই ইক' কেম্প

পৰ্যটন ক্ষেত্ৰত ন-সংযোজন ৰাঙলু পাহাৰগুৰিৰ জাকাই ইক’ কেম্প; পৰ্যটকক আদৰিবলৈ সাজু

ৱেষ্ট ইণ্ডিজক হৰুৱাই এদিনীয়া শৃংখলাত বাংলাদেশৰ শ্ৰেষ্ঠত্ব

ৱেষ্ট ইণ্ডিজক হৰুৱাই এদিনীয়া শৃংখলাত বাংলাদেশৰ শ্ৰেষ্ঠত্ব

WhatsApp Image 2021-01-23 at 11.48.57 AM

ৰাহানেৰ মহানুভৱতা! কেংগাৰুৰ প্ৰতিকৃতি থকাৰ বাবেই নাকাটিলে কেক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd