DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মণিপুৰত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃতকৰ সংখ্যা ৪৭ গৰাকীলৈ বৃদ্ধি; মুঠ আক্ৰান্ত ৮২১০ গৰাকী

এন ই নাও নিউজ by এন ই নাও নিউজ
September 16, 2020 12:19 pm
117
VIEWS
Share on FacebookShare on Twitter

মণিপুৰত বিগত ২৪ ঘণ্টাত ২৩৯ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ইয়াৰ ফলত ৰাজ্যখনত মুঠ ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা ৮২১০ গৰাকীলৈ বৃদ্ধি পায়।

বিগত ২৪ ঘণ্টাত ৰাজ্যখনত নতুনকৈ ক’ৰ’না আক্ৰান্ত হোৱা লোক সকলৰ ভিতৰত ২২৪ গৰাকী সাধাৰণ নাগৰিক আৰু ১৫ গৰাকী নিৰাপত্তা বাহিনীৰ লোক।

ৰাজ্যখনৰ বিভিন্ন কোভিড টেষ্টিং কেন্দ্ৰত সম্পন্ন হোৱা পৰীক্ষাত এইসকল লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

পশ্চিম ইম্ফল, পূৱ ইম্ফল, থৌবাল, উখৰুল, কাকচিং, চৌৰাচন্দনপুৰ, বিষ্ণুপুৰ আদি জিলাত ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা সৰ্বাধিক।

মণিপুৰত ক’ৰ’না আক্ৰান্ত লোক সকলৰ অধিকাংশৰে কোনোধৰণৰ ভ্ৰমণ ইতিহাস নায়।

আনহাতে, ক’ৰ’না আক্ৰান্ত আটাইকেইগৰাকী লোককে কোভিড কেয়াৰ কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে।

তদুপৰি, বিগত ২৪ ঘণ্টাত মণিপুৰত এগৰাকী ৬৯ বছৰীয়া লোকৰ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হয়।

মণিপুৰত বৰ্তমানলৈ ৪৭ গৰাকী লোকৰ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।

Recent News

UP Couple Kills Daughter

অ’নাৰ কিলিং! গৰ্ভাৱস্থা পৰীক্ষাৰ কিট পোৱাৰ বাবেই যুৱতীক হত্যা নিজ পিতৃ-মাতৃৰ!

Indian Missing In Turkey

ভূমিকম্প বিধ্বস্ত তুৰস্কত সন্ধানহীন ভাৰতীয় নাগৰিক: ১০ ভাৰতীয় আৱদ্ধ ভূমিকম্পপীড়িত চহৰত

Rahul Gandhi accuses Modi

বন্ধু আদানীক ৰক্ষণাবেক্ষণ মোদীৰ! সংসদত পুনৰ সোচ্চাৰ ৰাহুল গান্ধী

dust storm in Guwahati

ধূলিয়ৰি গুৱাহাটী: অত্যন্ত নিম্ন স্তৰত মহানগৰীৰ বায়ুৰ গুণাগুণ সূচাংক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd