• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰত আজিৰ পৰা কাৰ্যকৰী ইনাৰ লাইন পাৰ্মিট

এন ই নাও নিউজ by এন ই নাও নিউজ
January 1, 2020 11:53 am
ILP-750x375

প্ৰতিনিধিত্বমূলক চিত্ৰ

554
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূবৰ আন এখন ৰাজ্য মণিপুৰত আজিৰ পৰা সম্পূৰ্ণৰূপে কাৰ্যকৰী হ’ব ইনাৰ লাই পাৰ্মিট (আই এল পি) ব্যৱস্থা। মঙলবাৰে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙে এই কথা ৰাজহুৱা কৰে।

নৱ বৰ্ষৰ প্ৰাক ক্ষণত ৩১ ডিচেম্বৰত ইম্ফলত মুখ্য মন্ত্ৰী সিঙে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰি কয় যে আই এল পি আমাৰ দীৰ্ঘদিনীয়া দাবী আছিল আৰু এইখনে খিলঞ্জীয়া লোকসকলক সুৰক্ষা প্ৰদান কৰিব।

মঙলবাৰৰ দিনটোতে চৰকাৰে ষ্টেইট গেজেটযোগে আই এল পিৰ নিৰ্দেশনাসমূহো প্ৰকাশ কৰে।

প্ৰৱেশদ্বাৰ সমূহ সম্পূৰ্ণৰূপে সাজু হৈ উঠাৰ লগতে ৰাজ্যখনত যাতে ভালদৰে এই ব্যৱস্থাৰ প্ৰৱৰ্তন হয় তাৰ বাবে বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে বুলি মুখ্য মন্ত্ৰীয়ে জানিবলৈ দিয়ে।

মণিপুৰত কাৰ্যকৰী হোৱাৰ আগৰে পৰাই উত্তৰ-পূবৰ তিনিখন ৰাজ্য ক্ৰমে অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মিজোৰামত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা আছে।

আই এল পিৰ সম্প্ৰসাৰণ ৰাজ্যখনৰ জনসাধাৰণৰ নেৰানেপেৰা প্ৰচেস্তাৰ ফল বুলি উল্লেখ কৰি তেওঁ কয়, ‘ৰাজ্যখনত আই এল পি সম্প্ৰসাৰণ কৰাৰ বাবে আমি কেন্দ্ৰৰ নেতাসকলৰ শলাগ লোৱা উচিত’।

উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক (আইন) বাতিলৰ দাবীত মণিপুৰৰ চৰকাৰৰ লগতে বিভিন্ন দল-সংগঠনে কৰা তীব্ৰ আন্দোলনৰ ফলতেই কেন্দ্ৰীয় চৰকাৰে যোৱা ৯ ডিচেম্বৰত ৰাজ্যখনত ইনাৰলাইন পাৰ্মিট প্ৰৱৰ্তন কৰা হ’ব বুলি ঘোষণা কৰিছিল।

Recent News

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd