• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শ্ৰীমদ্ভাগৱত গীতাৰ মণিপুৰী সংস্কৰণ উন্মোচন

NE NOW NEWS নিখিল মুন্দ্ৰা
হোজাই , December 11, 2020 11:40 am

1 min read

Manipuri-version-of-Bhagwat-Geeta-1140x570

গ্ৰন্থ উন্মোচনৰ এটি মুহূৰ্ত। ফটো: নৰ্থইষ্ট নাও।

3.8k
VIEWS
Share on FacebookShare on Twitter

ৰেনুকা দেৱী শাস্ত্ৰীয়ে লিখি উলিওৱা ‘শ্ৰীমদ্ভাগৱত গীতা’ৰ মণিপুৰী সংস্কৰণ আৰু এখন অসমীয়া গ্ৰন্থ ‘মহাকবি কালিদাস’ উন্মোচন কৰা হয়।

শ্ৰীমদ্ভাগৱত গীতাৰ মণিপুৰী সংস্কৰণটো প্ৰকাশ কৰিছে অসম-মণিপুৰী সাহিত্য পৰিষদে আৰু ‘মহাকবি কালিদাস’খন প্ৰকাশ কৰি উলিয়াইছে হোজাই সাহিত্য সভাই।

‘শ্ৰীমদ্ভাগৱত গীতা’ৰ মণিপুৰী সংস্কৰণ আৰু ‘মহাকবি কালিদাস’ গ্ৰন্থ দুখন বৃহস্পতিবাৰে হোজাইৰ গৌৰনগৰত থকা গৌৰনগৰ সংস্কৃত বেদ বিদ্যালয়ত বিভিন্ন লোকৰ উপস্থিতিত উন্মোচন কৰে পণ্ডিত খেলেম্বা শাস্ত্ৰী, পদ্মকান্ত নাথ, লেইছম গোলাপ, অনুপ কুমাৰ বৰঠাকুৰ, টেনছুবাম মনিহাৰ আৰু পুখৰাবম কামিনিয়ে।

বক্তাসকলে ৰেনুকা দেৱী শাস্ত্ৰীৰ প্ৰচেষ্টাৰ শলাগ লয়।

তেওঁলোকে কয় যে শ্ৰীমদ্ভাগৱত গীতাৰ মণিপুৰী সংস্কৰণে মণিপুৰী পাঠকসকলক শ্ৰীমদ্ভাগৱত গীতাৰ মহৎ দৰ্শন বুজাত সহায় কৰিব আৰু তেওঁলোকক ধৰ্ম তথা সত্যৰ পথত চলিবলৈ অনুপ্ৰাণিত কৰিব।

আনহাতে, ৰেনুকা দেৱী শাস্ত্ৰীয়ে অসমীয়া ভাষাত লিখা আনখন গ্ৰন্থ ‘মহাকবি কালিদাস’ৰো পণ্ডিত তথা লেখকসকলে প্ৰশংসা কৰে।

তেওঁলোকে এই গ্ৰন্থখন শিশু সাহিত্যলৈ এক গুৰুত্বপূৰ্ণ বৰঙণি বুলি উল্লেখ কৰে।

Recent News

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd