• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নির্বাচনী সমিতিৰ পৰা বাদ পৰাত ক্ষুব্ধ মনীষ তিৱাৰী; নিৰ্বাচনমুখী পঞ্জাৱত কংগ্ৰেছ শিৱিৰত সংঘাত!

সমিতিত এমখা নতুন নাম সংযোজন কৰা হৈছে। পঞ্জাৱৰ কেইবাজনো জ্যেষ্ঠ সাংসদ-বিধায়ক আছে। কিন্তু সেই ‘কোৰ টিম’ত স্থান নাপালে দলৰ জ্যেষ্ঠ নেতা মনীষ তিৱাৰীয়ে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 3, 2026 9:08 am
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা বছৰ পঞ্জাৱত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। যোৱাবাৰৰ বিপৰ্যয় পাহৰি কংগ্ৰেছে পুনৰ পঞ্জাৱৰ শাসন দখল কৰিবলৈ উদগ্ৰীৱ হৈ পৰিছে। সেই লক্ষ্যৰে বুধবাৰে কংগ্ৰেছে নিৰ্বাচনী সমিতি ঘোষণা কৰে। প্ৰায় কুৰিৰো অধিক সংখ্যক নেতাক সমিতিত ৰখা হৈছে। ৰাজ্যিক সভাপতি আৰু বিৰোধী দলৰ নেতাৰ পদৰ কোনো পৰিৱৰ্তন হোৱা নাই।

ইয়াৰ বিপৰীতে সেই সমিতিত এমখা নতুন নাম সংযোজন কৰা হৈছে। পঞ্জাৱৰ কেইবাজনো জ্যেষ্ঠ সাংসদ-বিধায়ক আছে। কিন্তু সেই ‘কোৰ টিম’ত স্থান নাপালে দলৰ জ্যেষ্ঠ নেতা মনীষ তিৱাৰীয়ে। বিষয়টো পোহৰলৈ অহাৰ লগে লগে তেওঁ ছ’চিয়েল মিডিয়াত নিজৰ ক্ষোভ প্ৰকাশ কৰে।

Apply Now

চণ্ডীগড়ৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে নিজৰ এক্স হেণ্ডেলত হতাশাজনক সুৰত লিখিছে, ‘যোৱা ৪৫ বছৰত কংগ্ৰেছে মোক বহুখিনি দিছে। মইও পাৰ্টিৰ বাবে জীৱন উৎসৰ্গা কৰিছো। কিন্তু ভাগ্যক কোনে এৰাই চলিব পাৰে… কিউ চেৰা চেৰা (যি হ’বলগীয়া হ’ব)!’

যদিও তেওঁ ছ’চিয়েল মিডিয়াত সৰৱ, তিৱাৰীয়ে এই বিষয়ত সংবাদ মাধ্যমৰ আগত আৰু একো ক’ব বিচৰা নাই। তেওঁ মাত্ৰ কৈছে, ‘মই যি ক’ব বিচাৰিছিলো সেয়া মোৰ পোষ্টত আছে।’

অৱশ্যে নাম প্ৰকাশত অনিচ্ছুক পঞ্জাৱৰ আন এজন জ্যেষ্ঠ নেতাই কয় যে মনীষ তিৱাৰীৰ শীৰ্ষ সাংগঠনিক পদৰ প্ৰত্যাশা নাছিল। অৱশ্যে চণ্ডীগড়ৰ পূৰ্বে তেওঁ লুধিয়ানা আৰু আনন্দপুৰ চাহাবৰ সাংসদ আছিল। বিগত সময়ত তেওঁ কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্বও পালন কৰি আহিছে। তেওঁ পঞ্জাৱত দলৰ বহু দায়িত্ব পালন কৰি আহিছে। ইয়াৰ পিছতো সমিতি গঠনৰ পূৰ্বে আলোচনা প্ৰক্ৰিয়াৰ কোনো পৰ্যায়তে তেওঁৰ সৈতে কথা পতা হোৱা নাছিল।

মনীষেও লিখিছে, ‘প্ৰতিভাশালী হোৱাটো এটা ডাঙৰ ভুল… নিৰাপত্তাহীন ব্যক্তি বা প্ৰতিষ্ঠানৰ দুৰ্দশাৰ কথা যদি মই জানিলোঁহেঁতেন!’ সেই ‘অসুৰক্ষিত ব্যক্তি’ কোন? যদিও মনীষে নিজে কাৰো নাম ৰাজহুৱাকৈ লোৱা নাই, কংগ্ৰেছৰ সূত্ৰই প্ৰকাশ কৰিছে যে পঞ্জাৱৰ এই সাংগঠনিক পুনৰ্গঠন প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে ৰাহুল গান্ধীৰ তত্বাৱধানত চলি আছে।

है बड़ा कोई अवगुण उसमे जिसे कोई हुनर आवे I

Wish I had an antidote ( ਗਿੱਦੜ ਸਿੰਙੀ) for the insecurities of individuals and institutions!

Having said that @INCIndia has given me enough over the past 45 years and I have also devoted my entire adult life in the service of the…

— Manish Tewari (@ManishTewari) July 2, 2026

উল্লেখ্য যে ২০২০ চনৰ আগষ্ট মাহত তেতিয়াৰ সভানেত্ৰী ছোনিয়া গান্ধীলৈ সাংগঠনিক সংস্কাৰৰ দাবীত চিঠি লিখা ২৩ জন অসন্তুষ্ট কংগ্ৰেছ নেতাৰ (জি-২৩ নামেৰে পৰিচিত)ৰ ভিতৰত তিৱাৰী অন্যতম। অৱশ্যে কেৱল তেওঁ নহয়, আন বহু নেতা পঞ্জাৱ সমিতিক লৈ অসন্তুষ্ট। অমৰিন্দৰ সিঙে ৰাজা ৱাৰিংক ৰাজ্যিক সভাপতি হিচাপে ৰখাত চৰণজিৎ সিং চান্নীকে ধৰি বহুতেই সুখী নহয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd