DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

টিকটৰ পৰা বঞ্চিত: বিজেপি এৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা মুখ্যমন্ত্ৰীৰ পুত্ৰই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 21, 2022 7:52 pm
BJP
252
VIEWS
Share on FacebookShare on Twitter

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দলীয় বেমেজালিয়ে দেখা দিছে গোৱা বিজেপিত। নিৰ্বাচনৰ বাবে বিজেপিৰ ঘোষিত তালিকাৰ পৰা বাদ পৰাৰ পিছত বিজেপি ত্যাগ কৰিছে গোৱাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ পাৰিকাৰৰ পুত্ৰ উৎপল পাৰিকাৰে।

দল ত্যাগ কৰাৰ পাছতে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলি ঘোষণা কৰিছে উৎপল পাৰিকাৰে। পাৰিকাৰে কয় যে তেওঁ এতিয়া নিজৰ মূল্যবোধৰ বাবে কিছু স্থিতি লোৱাৰ সময় আহি পৰিছে।

আজি সন্ধিয়া সাংবাদিকৰ আগত উৎপল পাৰিকাৰে কয়, “মই যোৱা আৰু এই নিৰ্বাচনৰ সময়তো মোৰ দলক বুজাবলৈ যথাসাধ্য চেষ্টা কৰিছিলো যে মই কেৱল দলৰ সকলো সদস্যৰ সমৰ্থনেই লাভ কৰা নাই, মই পানাজীৰ সাধাৰণ লোকসকলৰ সমৰ্থনো লাভ কৰিছো।”

“তথাপিও মই পানাজী সমষ্টিৰ প্ৰাৰ্থিত্ব লাভ কৰিবলৈ অক্ষম। যোৱা দুবছৰত সুবিধাবাদীভাৱে দললৈ অহা এজন ব্যক্তিক টিকট দিয়া হৈছে। সেয়েহে মই আগবাঢ়ি যাব বিচাৰো আৰু পানাজীৰ লোকসকলক মোৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিবলৈ দিব বিচাৰো।” তেওঁ কয়।

তিনিবাৰৰ গোৱাৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যখনত বিজেপিৰ শীৰ্ষ নেতা মনোহৰ পাৰিকাৰৰ ২০১৯ চনত মৃত্যু হয়। এজন বহুল জনপ্ৰিয় নেতা হিচাপে তেওঁ পানাজী সমষ্টি ২৫ বছৰ ধৰি ৰাখিছিল।

উল্লেখ্য যে বিজেপিৰ প্ৰাৰ্থী তালিকাৰ পৰা বঞ্চিত কৰাৰ পিছতে আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে উৎপল পাৰিকাৰক আপ দললৈ আমন্ত্ৰণ জনাইছিল আৰু আপ দলৰ টিকটৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ আহ্বান জনাইছিল।

Recent News

Qutub Minar row

মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল নেকি কুতুব মিনাৰ! আদালতত কি ক’লে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে

Irfan Habib

“ঔৰংজেৱৰ ভুল পথকেই অনুসৰণ কৰিব নেকি?”- চৰকাৰলৈ প্ৰশ্ন তুলিলে ইতিহাসবিদ ইৰফান হাবিবে

Putin Russia-Ukraine war

ইউক্ৰেইন যুদ্ধৰ পাছত শাস্তিৰ সন্মুখীন হ’ব নেকি পুটিন! ৰুছ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ অভিযোগ

batadrava case

বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd