• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

চৰকাৰে উচ্ছেদ কৰিব মনু ভাকেৰৰ প্ৰশিক্ষকৰ ঘৰ : অলিম্পিক এৰি ভাৰতলৈ উভটি আহিল সমৰেশ জং

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 3, 2024 7:44 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অলিম্পিক এৰি ভাৰতলৈ উভটিবলগা হৈছে অলিম্পিক বিজয়ী মনু ভাকেৰৰ প্ৰশিক্ষক সমৰেশ জঙে। শীঘ্ৰেই প্ৰশিক্ষক গৰাকীৰ ঘৰত বুলজ’ডাৰ চলাব কেন্দ্ৰীয় চৰকাৰে। যাৰ বাবে অলিম্পিক আধাতে এৰি দেশলৈ ঘূৰি আহিবলৈ বাধ্য হৈছে মনু ভাকেৰৰ প্ৰশিক্ষক তথা জ্যেষ্ঠ খেলুৱৈ গৰাকী।

সমৰেশ জঙৰ ঘৰ দিল্লীৰ খাইবাৰ পাছ এলেকাত। জানিব পৰা মতে এই অঞ্চলটো প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনত। শেহতীয়াকৈ ভূমি উন্নয়ন বিভাগৰ জাননীৰ জৰিয়তে এই ঘৰসমূহক অবৈধ বুলি ঘোষণা কৰা হৈছে।

Apply Now

জানিব পৰা মতে, অঞ্চলটোৰ সকলো ঘৰত উচ্ছেদ চলাব চৰকাৰে। এই উচ্ছেদত ভঙা যাব সমৰেশ জঙৰ ঘৰটোও।

 যাৰ বাবে ভাৰতীয় শ্বুটিং প্ৰশিক্ষকগৰাকীয়ে নিজৰ ঘৰ বচাবলৈ ফ্ৰান্সৰ পৰা উভতি আহিবলগীয়া হৈছে।

বৃহস্পতিবাৰে নিশা তেওঁ নিজৰ এক্স হেণ্ডেলত কয়, “ভাৰতীয় শ্বুটাৰসকলে দুটা অলিম্পিক পদক লাভ কৰাৰ পিছত ভাৰতীয় দলৰ শ্বুটিং প্ৰশিক্ষক হিচাপে মই ভাৰতলৈ উভতি আহিছো। দুদিনৰ ভিতৰত মোৰ ঘৰ ভাঙি পেলোৱাৰ জাননী দিয়া হৈছে।”

আন এটা পোষ্টত তেওঁ কয় যে অন্তৱৰ্তীকালীন সকাহৰ বাবে ৰিট আবেদন খাৰিজ কৰা হৈছে, উচ্চ ন্যায়ালয়ত শুনানি হোৱা নাই। জৰুৰীকালীন পৰিস্থিতিত আমি এদিনতে সকলো খালী কৰিব লাগিব।

উল্লেখ্য যে ক্ৰীড়াবিদ, অৰ্জুন বঁটাপ্ৰাপকগৰাকীৰ আহ্বান এবাৰো নুশুনিলে চৰকাৰে। বিশ্বত দেশৰ নাম জিলিকাবলৈ সকলোখিনি কৰাৰ পিছতো কোনো চৰকাৰৰ পৰা কোনো ইতিবাচক বাৰ্তা নাহিল ক্ৰীড়াবিদ গৰাকীলৈ।

সমৰেশ জঙে কয়, “যোৱা ৭৫ বছৰ ধৰি মোৰ পৰিয়াল এই অঞ্চলত বসবাস কৰি আহিছে। কিন্তু ঘৰটো ভাঙি পেলোৱাৰ সিদ্ধান্ত কিয় হঠাতে লোৱা হৈছে মই নাজানো। সমগ্ৰ কলনীটোক অবৈধ ঘোষণা কৰা হৈছে। আমি আদালতত ৰিট আবেদন দিছিলো কিন্তু আমাৰ আবেদন খাৰিজ কৰা হ‘ল।‘

উল্লেখ্য যে এইগৰাকী প্ৰাক্তন অলিম্পিয়ানগৰাকীয়ে মনু ভাকেৰৰ জয়ৰ ক্ষেত্ৰত অন্যতম গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ২০০২ চনৰ কমনৱেলথ গেমছত সমৰেশ জঙে ২টা স্বৰ্ণ পদক আৰু ৩টা ৰূপৰ পদক লাভ কৰিছিল। সেই বছৰ অৰ্জুন বঁটাৰেও তেওঁক সম্বৰ্ধনা জনোৱা হৈছিল। সমৰেশ জঙে ২০০৬ চনৰ কমনৱেলথ গেমছত দেশৰ হৈ ৫টা সোণ, ১টা ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ২০০৮ চনৰ বেইজিং অলিম্পিকতো অংশ লৈছিল ক্ৰীড়াবিদগৰাকীয়ে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd