• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আলফা (স্বাঃ) লৈ গৈছে বহু উচ্চ-শিক্ষিত যুৱক-যুৱতী, তালিকাত কোন কোন ?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
May 11, 2022 3:18 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৱনুৱা সমস্যাৰ বাবেই হওঁক বা আন কোনো কাৰকৰ বাবেই হওঁক আলফা (স্বাঃ) লৈ গৈছে বহু উচ্চ-শিক্ষিত যুৱক-যুৱতী।

২০১৮ চনৰ মাজভাগৰ পৰা যোৱা ৬ মেলৈ আলফা (স্বাঃ)ত যোগ দিছে ২ শতাধিক উচ্চ শিক্ষিত যুৱক-যুৱতীয়ে।

Apply Now

একাংশ বুদ্ধিজীৱিৰ মন্তব্যৰ প্ৰত্যুত্তৰ দি সশস্ত্ৰ বিদ্ৰোহী সংগঠনটোৱে এই দাবী কৰিছে।

এটা সূত্ৰৰ পৰা আমি এই খবৰ লাভ কৰিছো।

২০১৮ চনৰ পৰা এতিয়ালৈ এগৰাকী পি এইচ ডি ডিগ্ৰীধাৰী, চাৰি গৰাকী অভিযন্তা, ৬ গৰাকী স্নাতকোত্তৰ আৰু ডেৰ

শতাধিক স্নাতক ডিগ্ৰীধাৰী যুৱক- যুৱতীয়ে আলফা (স্বাঃ) ত যোগদান কৰিছে বুলি তথ্য পোৱা গৈছে।

মাত্ৰ কিছুদিন পূৰ্বে জ্যেষ্ঠ সাংবাদিক তথা বুদ্ধিজীৱি ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে আলফা (স্বাঃ) লৈ যুৱক-যুৱতীৰ গমন সন্দৰ্ভত এটা মন্তব্য কৰিছিল।

আলফা (স্বাঃ)ত অশিক্ষিত যুৱক-যুৱতীয়েহে যোগ দি আছে বুলি তেওঁ মন্তব্য কৰিছিল।

ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ মন্তব্যৰ পাছতে আলফা (স্বাঃ)ৰ এটা প্ৰতিক্ৰিয়াসূচক বাৰ্তা আমাৰ হাতত আহি পৰিছে।

সংগঠনটোৱে বাৰ্তাৰ লগত অতি শেহতীয়াভাৱে সংগঠনটোত যোগ দিয়া বহুকেইগৰাকী যুৱক-যুৱতীৰ শিক্ষাগত অৰ্হতাৰ কথা প্ৰকাশ কৰিছে।

তেওঁলোক হ’ল ক্ৰমে- গোলঘাট মৰঙীৰ ঋতুৰাজ বৰা, স্নাতক (কলা)

শদিয়াৰ জনাৰ্দন গগৈ, স্নাতক (কলা)

সৰুপথাৰৰ পদ্ম গগৈ, স্নাতক (বাণিজ্য)

বাক্সাৰ শালবাৰীৰ উদ্ধৱ দাস, স্নাতক (কলা)

ছিপাঝাৰৰ হিৰকজ্যোতি বৰা, স্নাতক (কলা)

শদিয়াৰ চানু গগৈ, স্নাতক (কলা)

ধেমাজীৰ পাৰ্থজিত কোঁৱৰ, স্নাতক (কলা)

মাৰ্ঘেৰিটাৰ মহন্ত বৰুৱা, স্নাতক (কলা)

লখিমপুৰৰ লালুকৰ শৰ্মিষ্ঠা শইকীয়া, স্নাতকোত্তৰ (কলা)

মৰাণৰ খোৱাং চৰাইবাহীৰ অভিলেষ বৰা, স্নাতক (বিজ্ঞান)

মুছলপুৰৰ সৌৰভ ৰাজবংশী, স্নাতক (বিজ্ঞান)

ওদালগুৰিৰ ভেৰগাঁৱৰ জাকাৰিয়া আহমেদ, স্নাতক (কলা)

সোণাৰীৰ পৰাগজ্যোতি চেতিয়া, স্নাতক (কলা)

ৰঙিয়াৰ ৰিংকু আহমেদ, গীতানগৰৰ মানৱ ডেকা, কনিষ্ঠ অভিযন্তা

কাকপথাৰৰ অচ্যুত নেওগ, স্নাতক (কলা)

কাকপথাৰৰ মমতা নেওগ, ওদালগুৰিৰ পানেৰীৰ হিমাংশু ভূঞা, স্নাতক (বিজ্ঞান)

গোৱালপাৰাৰ লক্ষীপুৰৰ চাইফুল ইছলাম, বি ফাৰ্ম

আলফা(স্বাঃ)লৈ এইদৰে যুৱক-যুৱতীৰ গমনৰ তথ্য প্ৰকাশ পাই থকাটো নিত্যান্তই চিন্তনীয় বিষয়।

কি কাৰণত এনেদৰে বহু যুৱক-যুৱতীয়ে সৃগ্ৰামৰ কাঁইটীয়া পথত খোজ দিছে সেয়া পৰ্যালোচনা কৰাৰ সময় এতিয়া আহি পৰিছে।

আলোচনাৰ মাধ্যমেৰে সমস্যাৰ ওৰ পেলোৱাৰ ক্ষেত্ৰত চৰকাৰে সোনকালে পদক্ষেপ গ্ৰহণ কৰাটো এতিয়া সময়ৰ দাবী হৈ পৰিছে বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd