• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ কেলেংকাৰি: লাহে লাহে খোল খাইছে মুখাৰ আঁৰৰ মুখ!

এন ই নাও নিউজ by এন ই নাও নিউজ
September 26, 2020 10:23 am
Assam-Police-1024x512
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰক্ষী উপ-পৰিদৰ্শকৰ চাকৰিৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাৰ প্ৰশ্ন কাকাত ফাদিল হোৱাৰ ঘটনাৰ পাছতে এই সম্পৰ্কত আৰম্ভ কৰা তদন্তই বিশেষ গতি লাভ কৰিছে।

অসম আৰক্ষীৰ অপৰাধ অনুসন্থান শাখা (চিআইডি) আৰু অপৰাধ শাখা (ক্ৰাইম ব্ৰান্স)ই চলোৱা অভিযানত নিতৌ নতুন নতুন তথ্য পোহৰলৈ আহিছে।

Apply Now

পলাতক আৰক্ষী বিষয়া পি কে দত্তৰ সম্পত্তিৰ পাহাৰ আৰু ব্যৱসায়িক সাম্ৰাজ্যৰ ভাণ্ডাৰ উদ্ধাৰ কৰাৰ পাছত তদন্তকাৰী দলে প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ সৈতে জড়িত দত্তৰ লগতে কেলেংকাৰিটোত জড়িত আনসকলৰ সন্ধানত নামি পৰিছে।

তদন্তকাৰী দলটোৱে শুকুৰবাৰে নৱ ভাৰত নিৰ্মাণ নামৰ এটা সংগঠনৰ সভাপতি কুলদীপ ৰাজবংশীৰ নলবাৰীৰ ঘৰত তালাচী চলাই বহু নথি-পত্ৰ উদ্ধাৰ কৰে।

কুলদীপক আৰক্ষীয়ে প্ৰশ্নকাকত ফাদিল কেলেংকাৰিত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল।

আৰক্ষীয়ে ৰাজবংশীৰ ঘৰত তালাচী চলাই প্ৰশ্নকাকত ফাদিলৰ সৈতে সংগতি থকা কোচিং চেন্টাৰৰ সন্ধান লাভ কৰিছে।

জিলাখনৰ উপ-আৰক্ষী অধীক্ষক জুপি বৰদলৈৰ নেতৃত্বত অভিযান চলোৱা আৰক্ষীৰ দলটোৱে কুলদীপ ৰাজবংশীৰ ঘৰৰ পৰা কোচিং চেন্টাৰৰ সৈতে সম্পৰ্কিত নথি, পৰিবহন বিভাগৰ পৰীক্ষাৰ এডমিট কাৰ্ড, পাছবুক, বেংক ড্ৰাফ্ট,২৪খন ছীমৰ লগতে আন নথিপত্ৰ উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ৰাজবংশীৰ ভাৰত নির্মাণ নামৰ সংস্থাটোৱে আৰক্ষী, বন বিভাগকে ধৰি বিভিন্ন বিভাগৰ চাকৰিৰ বাবে প্ৰাৰ্থীক উপযুক্ত কৰি তোলাৰ উদ্দেশ্যে বিনামূলীয়া প্রশিক্ষণ শিবিৰ আয়োজন কৰাৰ কথা কুলদীপে ফে’চবুকত প্রচাৰ কৰিছিল।

ইপিনে, কুলদীপ ৰাজবংশীৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত কেলেংকাৰিটোত জড়িত  জিলাখনৰ আৰু বহুকেইগৰাকী ব্যক্তি আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে।

আনহাতে, অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ নিযুক্তিৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেকাৰিৰ লন্দৰ্ভত শুকুৰবাৰে  চিআইডিয়ে লখৰাস্থিত হোটেল ভাৰ্গৱ গ্ৰেণ্ডৰ মেনেজাৰ ৰাহুল ডেকাক গ্ৰেপ্তাৰ কৰে।

চিআইডিয়ে হোটেলখনৰ পৰা বহু নথিপত্ৰ জব্দ কৰে। ডেকাক জেৰাৰ বাবে অপৰাধ শাখাৰ কাৰ্যালয়লৈ লৈ যোৱা বুলি জানিব পৰা গৈছে।

এই কেলেংকাৰিত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে শুৱালকুছিৰ বামুন্দিৰ পৰা গ্ৰেপ্তাৰ কৰা কুশল দাসৰ স্বীকাৰোক্তিৰ ভিত্তিত ৰাহুল ডেকাক গ্ৰেপ্তাৰ কৰা হৈছে।

তদন্তকাৰী আৰক্ষীয়ে লগতে কেলেংকাৰিটোকত গ্ৰেপ্তাৰ কৰা আনকেইজন লোকৰো জেৰা অব্যাহত ৰাখিছে।

আনহাতে, কেলেংকাৰিটোৰ অন্যতম নায়ক হিচাপে চৰ্চিত হৈ পৰা বিজেপি নেতা দ্বন ডেকা পলাতক হৈ থকা কথাটোৱে ৰহস্যৰ সৃষ্টি কৰিছে।

পূৰ্বৰে পৰা বহু দুৰ্নীতি-কেলেংকাৰিৰ সৈতে জড়িত হোৱাৰ অভিযোগ থকা দিবন ডেকাৰ তাৎক্ষণিক গ্ৰেপ্তাৰেহে আৰক্ষীৰ নিযুক্তি কেলেংকাৰিটোৰ প্ৰকৃত ৰহস্য উদ্ধাৰ সম্ভৱ কৰি তুলিব বুলি বিভিন্ন মহলে দাবী কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

June 21, 2026 7:58 pm
গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

June 21, 2026 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd