DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১৫ সংখ্যক জিণ্টু গগৈ স্মাৰক ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত মাৰ্ঘেৰিটা, নাজিৰা

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
December 20, 2018 8:50 pm
cd82dab1-1f25-4b7d-af20-8a47596cb98b
331
VIEWS
Share on FacebookShare on Twitter

আজি ২০ ডিচেম্বৰ বৃহস্পতিবাৰে অনুষ্ঠিত ১৫ সংখ্যক জিণ্টু গগৈ বীৰ চক্ৰ স্মাৰক ফুটবল প্ৰতিযোগিতাত মাৰ্ঘেৰিটা কলেজ আৰু নাজিৰা কলেজে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ডিব্ৰুগড়ৰ পলো গ্ৰাউণ্ডত এই ফুটবল প্ৰতিযোগিতাখন চলি আছে।

মাৰ্ঘেৰিটা আৰু টেঙাখাতৰ মাজৰ মেচখন তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক হৈ পৰিছিল আৰু নিৰ্ধাৰিত সময়লৈকে অমীমাংসিত হৈ আছিল। অৱশেষত এটা পেনাল্টী শ্বটেৰে মাৰ্ঘেৰিটা কলেজে টেঙাখাতক ৩-২ৰ ব্যৱধানত পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।

মাৰেঘেৰিটাৰ হৈ দীপ কুমাৰ, বিকাশ কৰ্মকাৰে গ’ল দিয়ে। টেঙাখাতৰ হৈ হীৰকজ্যোতি সোণোৱাল আৰু জয়ন্ত বৰাই গ’ল দিয়ে।

আন এখন মেটত নাজিৰা কলেজে ১৭ গাড়ৱাল ৰাইফলছক ৪-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। অগ্ৰসেন মহন্তই ২টা গ’ল নবনীত বুঢ়াগোহাঞিয়ে এটাকৈ গ’ল দিয়ে।১৭ গাড়োৱাল ৰাইফলছৰ হৈ দেৱেন্দ্ৰ পিডিয়ে একমাত্ৰ গ’লটো দিয়ে।

অহাকালি ডিব্ৰুগড় বিশ্ববিদ্যালয়ে বিএফচিচিৰ বিৰুদ্ধে আৰু ডুমডুমা কলেজে এনএলবি চিটী কলেজৰ বিপক্ষে খেলিব। উল্লেখ্য যে ‘অভিযান সদ্ভাৱনা’ৰ অংশ হিচাপে এই প্ৰতিযোগিতাৰ আয়োজন কৰিছে ভাৰতীয় সেনাৰ ডাও ডিভিজনে।  কাৰ্গিলৰ বীৰ চহিদ কেপ্টেইন জিণ্টু গগৈৰ স্মৃতিত এই ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

Recent News

High-speed Aerial Target ‘Abhyas’

দেশীয়ভাৱে নিৰ্মিত ‘হাই-স্পীড এৰিয়েল টাৰ্গেট’ ‘অভ্যাস’ৰ সফল পৰীক্ষণ

Millitants killed in Jammu-Kashmir

জম্মু-কাশ্মীৰত অব্যাহত সন্ত্ৰাসবাদ বিৰোধী অভিযান: দুই লস্কৰ-ই-তৈবা সদস্য নিহত

Maharashtra Political Crisis

আস্থাভোট স্থগিত ৰাখিলে ৰাজ্যপালে: মহাৰাষ্ট্ৰৰ শাসনলৈ পুনৰ উভতাৰ পথত দেৱেন্দ্ৰ ফাড়নবিছ

Vice presidential election India

নিৰ্বাচন আয়োগে ঘোষণা কৰিলে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন: ৬ আগষ্টত হ’ব ভোটগ্ৰহণ, একেদিনাই হ’ব ভোটগণনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd