• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অভাৱগ্ৰস্ত লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ ৰেড ক্ৰছ ছ’চাইটি মাৰ্ঘেৰিটা শাখাৰ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
April 28, 2020 1:00 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

2.6k
VIEWS
Share on FacebookShare on Twitter

মাৰাত্মক ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে দীৰ্ঘদিন চলি থকা লকডাউনে দৰিদ্ৰ তথা শ্ৰমজীবী পৰিয়াল সমূহলৈ চৰম ভাবুকি কঢ়িয়াই অনাৰ সময়তে তিনিচুকীয়া জিলাৰ একাংশ দৰিদ্ৰ পৰিয়ালক সকাহ দিয়াৰ বাবে আগবাঢি আহিল ৰেড ক্ৰছ ছ’চাইটি মাৰ্ঘেৰিটা শাখা৷

মাৰ্ঘেৰিটা ৰাজহ চক্ৰৰ লাকলা, ফুলবাৰী, টিংকুপথাৰ, জাগুন, লিডু, মাকুমপথাৰ, ডিগবৈ, বগাপানী, টিংৰাই, ডুমডুমা ৰাজহচক্ৰৰ কেইবাখনো গাঁ‌ৱৰ আৰ্থিক ভাবে দুৰ্বল পৰিয়ালৰ মাজত তিনিদিনৰ বাবে চাউল, দাইল, আলু, মিঠাতেল, নিমখ, চাবোন আদি খাদ্য সামগ্ৰী বিতৰকণ কৰে।

এই পৰ্যন্ত ১০৫৬টা পৰিয়ালক ৰেড ক্ৰছ ছচাইটিৰ সদস্য সকলে ঘৰে ঘৰে গৈ বিতৰণ কৰাৰ উপৰি মাৰ্ঘেৰিটাৰ বিভিন্ন স্থানত ক’ৰ’না সংক্ৰমণ ৰোধ কৰিবলৈ কেইবাদিনো ধৰি হাইপক্লৰাইড আৰু ফেনাইল সংমিশ্ৰণেৰে চেনিটাইজ কৰে৷

ছ’চাইটিৰ সম্পাদক পবিত্ৰ বৰগোহাঁঞিৰ নেতৃত্বত জনসাধাৰণৰ ঘৰে ঘৰে গৈ বিনামূলীয়াকৈ মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰা বুলিও জানিবলৈ দিয়ে।

তদুপৰি ছ’চাইটিৰ মাৰ্ঘেৰিটা শাখাৰ উদ্যোগত আৰু মহকুমা প্ৰশাসনৰ সহযোগত “প্ৰতিৰোধ“ নামে মাৰ্ঘেৰিটা, বৰগোলাই, লিডু, জাগুন, ডিগবৈৰ বিভিন্ন স্থানত সজাগতা অভিযান চলাই জনসাধাৰণক চাবোন আৰু চেনিটাইজাৰ প্ৰয়োগেৰে হাত ধুবলৈ দিয়াৰ লগতে মাস্ক পৰিধান কৰি সামাজিক ব্যৱধান মানি চলি চৰকাৰী নিৰ্দেশনা সমূহ অনুকৰণ কৰিবলৈ পৰামৰ্শ দিয়ে৷

ৰেড ক্ৰছ ছ’চাইটিৰ এনে কাৰ্যসূচী অনাগত দিনটো চলি থাকিব বুলি সন্থাৰ সম্পাদকে আজি সংবাদমাধ্যমক জানিবলৈ দিছে৷

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd