• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

CAA-ৰ বিৰুদ্ধে মৰিগাঁৱত অঃযাঃযুঃছাঃপৰ প্ৰতিবাদী সমদল

NE NOW NEWS এন ই নাও নিউজ
মৰিগাঁও , December 11, 2020 2:40 pm

1 min read

CAA-ৰ বিৰুদ্ধে মৰিগাঁৱত অঃযাঃযুঃছাঃপৰ প্ৰতিবাদী সমদল

ফটো : নৰ্থ-ইষ্ট নাও

4.4k
VIEWS
Share on FacebookShare on Twitter

এটা বৰ্ষ গৰকাৰ পিছত ‘কা’ৰ বিৰুদ্ধে আজি পুনৰ ৰাজ্যৰ দল-সংগঠন সমূহে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে মৰিগাঁও চহৰতো আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইন আমাক নালাগে, ‘কা’ আন্দোলনৰ শ্বহীদৰ ত্যাগ অথলে যাব দিয়া ন’হব আদি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে চহৰৰ সামগ্ৰীক পৰিবেশ উত্তপ্ত কৰি তোলে।

মৰিগাঁও স্কুল খেল পথাৰৰ পৰা সমগ্ৰ চহৰখনতে পৰিভ্ৰমন কৰা প্ৰতিবাদী সমদল কাৰ্যসূচী শুভাৰম্ভণি কৰে ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যনিবাৰ্হক সদস্য ললিত চন্দ্ৰ পাচনিয়ে।

মৰিগাঁও বিহুতলিত সামৰণি পৰা আজিৰ উক্ত প্ৰতিবাদী কাৰ্যসূচীত অ যা যু ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি, সম্পাদক ক্ৰমে দ্বীপজ্যোতি বৈশ্য আৰু মিৰ্জা আৰিফ আলমকে ধৰি জিলাখনৰ বহুকেইটা দল-সংগঠনৰ লগতে প্ৰায় পাঁচ সহস্ৰাধিক ৰাইজে অংশ গ্ৰহণ কৰে।

Recent News

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

index

ত্ৰিপুৰাৰ শিক্ষক বিক্ষোভত নিৰাপত্তাৰক্ষীসহ শতাধিক বিক্ষোভকাৰী আহত : ২ শতাধিক বিক্ষোভকাৰী শিক্ষকক গ্ৰেপ্তাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd