• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ফেইচবুকৰ চি ই অ’ জুকাৰবাৰ্গৰ মৃত্যু! ভাইৰেল হোৱা প’ষ্টটোৰ সম্পৰ্কে কি ক’লে মাৰ্কে?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 30, 2020 4:24 pm

1 min read

449423-mark-zuckerberg-facebook-f8-developers-conference-facebook
813
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ অতি জনপ্ৰিয় আৰু আটাইতকৈ বেছি প্ৰচলিত সামাজিক মাধ্যমৰ মঞ্চ ফেইচবুকৰ চি ই অ’ মাৰ্ক জুকাৰবাৰ্গৰ মৃত্যু হৈছে!

ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ জুকাৰবাৰ্গৰ মৃত্যু হোৱাৰ পূৰ্বে জুকাৰবাৰ্গে ৮ টা সন্তানসহ তিনিগৰাকী পত্নী এই পৃথিৱীত এৰি গৈছে।

এইদৰে সামাজিক মাধ্যমৰ চাইটত জুকাৰবাৰ্গৰ মৃত্যু হোৱা বুলি এটা প’ষ্ট ভাইৰেল হৈ পৰিছিল।

ফেইচবুকত ভাইৰেল হোৱা এই প’ষ্টটো এটা ফেক্ প’ষ্ট বুলি ইতিমধ্যে নিশ্চিত কৰা হৈছে।

উক্ত প’ষ্টটো অষ্ট্ৰেলিয়ান শোভেল নামৰ ব্যংগাত্মক ৱেবটাইটে সৃষ্টি কৰি ভাইৰেল কৰিছিল।

ইতিমধ্যে ফেইচবুকৰ চি ই অ’ মাৰ্ক জুকাৰবাৰ্গে এই সম্পৰ্কে নিজৰ মন্তব্য প্ৰকাশ কৰিছে।

জুকাৰবাৰ্গে কয় যে, ‘এটা ব্যংগাত্মক বেৱচাইটে তেওঁৰ মৃত্যুৰ ঘোষণা কৰিছিল।’

ফেইচবুকৰ চি ই অ’ গৰাকীয়ে লগতে আৰু কয় যে, সামাজিক মাধ্যমত সত্যৰ সতে খেলা কৰাৰ লগতে প’ষ্ট সত্যাপন কৰাও উচিত নহয়।

অষ্ট্ৰেলিয়ান ব্যংগাত্মক ‘শোভেল’ ৱেবচাইটোৰ হেডলাইনটো প্ৰৰোচনামূলক তথা উত্তেজক বুলিও মন্তব্য কৰিছে জুকাৰবাৰ্গে।

ৱেবচাইটটোৱে হেডলাইনত লিখিছিল ‘৩৬ বছৰ বয়সত মাৰ্ক জুকাৰবাৰ্গৰ মৃত্যু হৈছে, সামাজিক যোগাযোগ মাধ্যমৰ চাইটত প’ষ্টৰ সত্যতা নিৰূপন কৰা উচিত নহয়।’

উক্ত প’ষ্ট নিমিখতে সামাজিক মাধ্যম ফেইচবুকত ভাইৰেল হৈ পৰিল।

Recent News

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

Nipa Ba Final

প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰীৰিক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ

a face

কোভিডৰ ভেকচিন গ্ৰহণৰ পিছতে মুখৰ এটা ফাল পেৰালাইছিছত আক্ৰান্ত ১৩ জনৰ ,ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd