DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দাম কমিল মাৰুতিৰ; পূজাৰ বতৰতে ঘৰলৈ আনক আপোনাৰ পছন্দৰ মডেল

এন ই নাও নিউজ by এন ই নাও নিউজ
September 29, 2019 10:48 am
maruti-suzuki-baleno-rs

প্ৰতিনিধিত্বমূলক ফটো

13.8k
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ সৰ্ববৃহৎ ঘৰুৱা অটোমোবাইল নিৰ্মাতা মাৰুতি চুজুকিয়ে ইয়াৰ নিৰ্বাচিত মডেল সমূহৰ মূল্য হ্ৰাস কৰিছে।

নিৰ্বাচিত মডেলত কোম্পানীটোৱে এক্স শ্ব’ৰুম মূল্যত ৫,০০০টকাকৈ হ্ৰাস কৰিছে।

এই মডেলসমূহৰ ভিতৰত আছে Alto 800, Alto K10, Swift Diesel, Celerio, Baleno Diesel, Ignis, Dzire Diesel, Tour S Diesel, Vitara Brezza আৰু S-Crossৰ সকলো মডেল।

অলপতে মাৰুতি চুজুকি ইণ্ডিয়াই এক প্ৰেছ বিজ্ঞপ্তিত এই কথা সদৰী কৰিছে।

এই মডেলসমূহৰ মূল্য ২.৯৩ লাখ টকাৰ পৰা ১১.৪৯ লাখ টকা পৰ্যন্ত আছে।

যোৱা ২৫ ছেপ্টেম্বৰৰ পৰা এই নতুন মূল্য দেশত প্ৰযোজ্য হৈছে।

এই হ্ৰাস পোৱা মূল্যই কোম্পানীৰ গাড়ীসমূহৰ ৰেঞ্জত থকা বৰ্তমানৰ প্ৰম’চনেল অ’ফাৰক অতিক্ৰম কৰিব।

কোম্পানীটোৱে কয় যে গাড়ীৰ এই মূল্য হ্ৰাসে বিশেষকৈ প্ৰথম পৰ্যায়ৰ ক্ৰেতা-গ্ৰাহকসকলৰ ব্যয় হ্ৰাস কৰিব বুলি আশা কৰা হৈছে।

চৰকাৰে উদ্যোগক মন্দাৱস্থাৰ পৰা সকাহ দিয়াৰ লক্ষ্যৰে কৰ্পোৰেট টেক্স হ্ৰাস কৰাৰ পাছতে কোম্পানীটোৱে গাড়ীৰ মূল্য হ্ৰাস কৰে।

শাৰদীয় উৎসৱৰ বতৰত কৰা এই মূল্য হ্ৰাসৰ ঘোষণাই গ্ৰাহকক আকৰ্ষণ কৰাৰ লগতে বজাৰত চাহিদাও বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।

Recent News

ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২২

ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২২

Flood in Assam

ধাৰ লৈ বান ক্ষতিগ্রস্তক ক্ষতিপূৰণ দিবলৈ বিচৰা বিজেপিয়ে এতিয়া মিছাৰ আশ্রয় লৈছে: আঞ্চলিক গণ মৰ্চা

Jasprit Bumrah

বুমৰাহৰ আন এক অভিলেখ: অতিক্ৰম কৰিলে ভুৱনেশ্বৰ কুমাৰ, জাহিৰ খানক

Femina Miss India World 2022

কৰ্ণাটকৰ চিনি চেট্টীৰ শিৰত মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২২ খিতাপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd