DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

গ্ৰাহকৰ বাবে সুখবৰ; মাৰুতি চুজুকীয়ে BS-IV বাহনত আগবঢ়াইছে বৃহৎ পৰিমাণৰ ৰেহাই

এন ই নাও নিউজ by এন ই নাও নিউজ
March 12, 2020 6:52 am
a0688019f9c5346f8384928fe94dc29b

প্ৰতিনিধিত্বমূলক ফ'টো, সৌজন্য-ইন্টাৰনেট

59.3k
VIEWS
Share on FacebookShare on Twitter

চাৰিচকীয়া বাহন নিৰ্মতা প্ৰতিষ্ঠান মাৰুতি চুজুকীয়ে ইয়াৰ BS-IV বাহনসমূহত গ্ৰাহকৰ বাবে আগবঢ়াইছে বৃহৎ পৰিমাণৰ ৰেহাই। এই ৰেহাই থাকিব কেৱল মাৰ্চ মাহৰ বাবে।

কোন মডেলৰ বাহনত কিমান ৰেহাই দিয়া হৈছে—

মাৰুতি চুজুকী চিয়াজ

মাৰুতি চুজুকী চিয়াজত ৪৫,০০০ টকাৰ ৰেহাই দিয়া হৈছে। ইয়াৰে নগদ ৰেহাই ১০,০০০ টকা হোৱাৰ বিপৰীতে বিনিময় বোনাচ ২৫,০০০ টকা আৰু ক’ৰ্পৰেট ৰেহাই দিয়া হৈছে ১০,০০০ টকা।

ইয়াৰ ফলত এই শ্ৰেণী মডেলৰ গাড়ী মূল্য ৮.৩১ লাখ টকাৰ পৰা আৰম্ভ হৈ ১১.০৯ লাখ টকা হ’ব।

মাৰুতি চুজুকী XL6

মাৰুতি চুজুকী XL6 মডেলত বিনিময বোনাচ লাভ কৰিব ১৫,০০০ টকা। এই মডেলৰ গাড়ীৰ দাম আৰম্ভ হ’ব ৯.৮৪ লাখ টকাৰ পৰা।

মাৰুতি চুজুকী বলেন’

বলেন’ত গ্ৰাহকে ৰেহাই পাব ২০,০০০ টকা। ইয়াত এক্সেঞ্চ বোনাচ হিচাবে পাব ১৫,০০০ টকা আৰু ৫,০০০ টকা লাভ কৰিব ক’ৰ্পৰেট ৰেহাই।

এই শ্ৰেণী মডেলৰ বাহনৰ আৰম্ভণি মূল্য ৫.৭ লাখ টকাৰ পৰা ৯.০৩ লাখ টকা।

মাৰুতি চুজুকী ইগ্নিছ

ইগ্নিছ শ্ৰেণী মেডলৰ বাহনবোৰত ৰেহাই মূল্য হৈছে ২০,০০০ টকা। ইয়াৰে ১৫,০০০ টকা এক্সেঞ্চ বোনাচ আৰু ৫,০০০ টকা ক’ৰ্পৰেট ৰেহাই।

Recent News

ধৰ্ষণত অভিযুক্ত বিচপ ফ্ৰাংকো মুলাক্কালৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিলে পোপ ফ্ৰান্সিছে

ধৰ্ষণত অভিযুক্ত বিচপ ফ্ৰাংকো মুলাক্কালৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিলে পোপ ফ্ৰান্সিছে

ছেনেগালত কাৰাবন্দী বিৰোধী নেতা; প্ৰতিবাদকাৰীলৈ আৰক্ষীৰ গুলী, নিহত ৯ জন

ছেনেগালত কাৰাবন্দী বিৰোধী নেতা; প্ৰতিবাদকাৰীলৈ আৰক্ষীৰ গুলী, নিহত ৯ জন

যৌন বাসনা পূৰণৰ বাবে পেট-স্তনত ইচ্ছাকৃতভাৱে স্পৰ্শ! দুখন এজাহাৰত উল্লেখ ১০টা নিৰ্যাতনৰ ঘটনা

যৌন বাসনা পূৰণৰ বাবে পেট-স্তনত ইচ্ছাকৃতভাৱে স্পৰ্শ! দুখন এজাহাৰত উল্লেখ ১০টা নিৰ্যাতনৰ ঘটনা

হঠাতে মঞ্চত উজুটি খাই পৰিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন; তাৰপিছত…(চাওক ভিডিঅ’)

হঠাতে মঞ্চত উজুটি খাই পৰিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন; তাৰপিছত…(চাওক ভিডিঅ’)

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd