• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অটো

মাৰুতি চুজুকিৰ নতুন গাড়ী Fronxৰ মাইলেজ কিমান? মুকলি হোৱাৰ পূৰ্বে ফাদিল তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 8, 2023 11:21 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বছৰৰ আৰম্ভণিতে নতুন গাড়ী লৈ বজাৰত আবিৰ্ভাৱ হৈছিল মাৰুতি চুজুকি। এই কমপেক্ট ডিজাইন গাড়ীখনৰ নাম হৈছে ফ্ৰনক্স (Fronx)। এই গাড়ীখনক লৈ বিগত কিছুদিন ধৰি বিভিন্ন মহলত চৰ্চা চলিছে।

বজাৰৰ বহুতেই দাবী কৰে যে এই গাড়ীখনে ভৱিষ্যতে মাৰুতি চুজুকিৰ ভাবমূর্তি সলনি কৰিব পাৰে। যিহেতু ভাৰতৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰতো শেহতীয়াকৈ কমপেক্ট গাড়ীৰ জনপ্ৰিয়তা প্ৰচণ্ডভাৱে বৃদ্ধি পাইছে, সেয়েহে ক্ৰেতাৰ পৰা গাড়ীখনে ভাল সঁহাৰি পোৱাৰ সম্ভাৱনা আছে।

চলিত এপ্ৰিল মাহতে এই গাড়ীখন মুকলি কৰাৰ কথা। কিন্তু বজাৰত মাৰুতি ফ্ৰনক্সৰ দৌৰৰ পূৰ্বে গাড়ী কোম্পানীটোৱে নিজেই গাড়ীখনৰ মাইলেজৰ তথ্য ফাদিল কৰিছে। ফ্ৰনক্সৰ শক্তি কাৰ্যক্ষমতাৰ পৰিসংখ্যা কোম্পানীটোৱে প্ৰদান কৰে।

Apply Now

প্ৰথমতে এই গাড়ীখন মেনুৱেল ট্ৰেন্সমিছনৰ লগতে মেনুৱেল ট্ৰেন্সমিছনৰ সৈতে বজাৰত বিক্ৰী কৰা হ’ব। গতিকে, গ্ৰাহকে সেই অনুসৰি মাইলেজ পাব। গাড়ীখনত ১.২ লিটাৰৰ প্ৰাকৃতিকভাৱে এস্পিৰেটেড ডুৱেলজেট পেট্ৰ’ল ইঞ্জিন থাকিব যিয়ে ৯০ হৰ্চপাৱাৰ আৰু ১১৩ এন এম টৰ্ক উৎপাদন কৰিব পাৰে আৰু ৫ স্পীড মেনুৱেল আৰু ৫ স্পীড অটোমেটেড মেনুৱেল ট্ৰেন্সমিছনৰ সৈতে উপলব্ধ হ’ব।

লগতে পঢ়ক: Yamaha-ই দেশত মুকলি কৰিলে নতুন মেক্সি স্কুটাৰ আৰু বাইক! দাম ১.৪৩ লাখৰ পৰা আৰম্ভ

ইয়াৰ লগতে ক্ৰেতাই ১ লিটাৰৰ টাৰ্বোচাৰ্জড বুষ্টাৰজেট পেট্ৰ’ল ইঞ্জিনও পাব যিয়ে সৰ্বোচ্চ শক্তি ১০০ হৰ্চপাৱাৰ আৰু ১৪৭.৬ এন এম টৰ্ক উৎপন্ন কৰে। এই ভেৰিয়েন্টটো ৬ স্পীড টৰ্ক কনভাৰ্টাৰ গিয়াৰবক্সৰ সৈতে সংযুক্ত কৰা হ’ব। কিন্তু সকলো ভেৰিয়েন্টতে নহয়, কেৱল শীৰ্ষ স্পেক জেটা আৰু আলফা ট্ৰিমতহে থাকিব।

গাড়ীখন ৩টা ট্ৰিমত উপলব্ধ হ’ব যিবোৰ হ’ল – চিগমা, ডেল্টা আৰু ডেল্টা প্লাছ। ষ্টেণ্ডাৰ্ড ফিচাৰ হিচাপে সকলো ভেৰিয়েণ্টতে এটা মেনুৱেল গিয়াৰবক্স উপলব্ধ হ’ব। কিন্তু অটোমেটিক গিয়াৰবক্স কেৱল ডেল্টা প্লাছ ট্ৰিমতহে উপলব্ধ।

গাড়ীখনে মেনুৱেল গিয়াৰবক্স ভেৰিয়েণ্টত ২১.৭৯ কিলোমিটাৰ আৰু অটোমেটেড মেনুৱেল ট্ৰেন্সমিছনত ২২.৮৯ কিলোমিটাৰ মাইলেজ লাভ কৰিব। আনহাতে, ১ লিটাৰৰ টাৰ্বো পেট্ৰ’ল ইঞ্জিনে মেনুৱেল ভেৰিয়েণ্টত ২১.৫ কিলোমিটাৰ আৰু অটোমেটিক ভেৰিয়েণ্টত ২০.০১ কিলোমিটাৰ মাইলেজ লাভ কৰিব।

জানিব পৰা গৈছে যে অহা কেইসপ্তাহমানৰ ভিতৰত মাৰুতি চুজুকিয়ে ফ্ৰনক্স গাড়ীখন বিক্ৰী আৰম্ভ কৰিবলৈ ওলাইছে। কোম্পানীটোৰ নেক্সা ষ্ট’ৰৰ পৰা গাড়ীখন বুকিং কৰিব পাৰিব। বজাৰত এই গাড়ীখনৰ প্ৰতিযোগিতা হৈছে টাটা পাঞ্চ, নিছান মেগনাইট আৰু ৰেন’ল্ট কাইগাৰ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm
১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

July 17, 2026 6:27 pm
ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

July 17, 2026 5:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd