DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, March 24, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Mary Kom: ভৰিত গুৰুতৰ আঘাত; কমনৱেলথ গেমছৰ ট্ৰায়েলৰ পৰাই বাহিৰ হ’ল মেৰী কম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 11, 2022 1:30 pm
141
VIEWS
Share on FacebookShare on Twitter

আগন্তুক বাৰ্মিংহাম কমনৱেলথ গেমছৰ বাবে ভাৰতীয় বক্সিং দল বাছনি কৰিবলৈ ট্ৰায়েল অনুষ্ঠিত হৈছিল। এই পৰীক্ষা শিৱিৰৰ পৰাই ভাৰতীয় বক্সিং অনুৰাগীসকলৰ বাবে আহিছে এক দু:খবৰ। ভৰিৰ আঘাতৰ বাবে ভাৰতৰ কিংবদন্তি বক্সাৰ মেৰী কমে  ট্ৰায়েলৰ পৰাই নাম প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ’ল।

৪৮ কিলোগ্ৰাম শাখাৰ বাবে এই  ট্ৰায়েল অনুষ্ঠিত হৈছিল। তাতেই মেৰী কমে ভৰিৰ আঘাতৰ বাবে নাম প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয়।

লগতে পঢ়ক: Wipro CEO Salary: অভিলেখ! উইপ্ৰোৰ চিইঅ’ৰ দৰমহাই কিমান? শুনিলে চকু কপালত উঠিব আপোনাৰ!

ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত ট্ৰায়েলৰ ৪৮ কিলোগ্ৰাম শাখাৰ ছেমি ফাইনেলৰ প্ৰথম ৰাউণ্ডত মেৰী কম আঘাতপ্ৰাপ্ত হয়। ফলত তেওঁ নিজৰ নাম প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয়। মেৰী কমে ট্ৰায়েলৰ ছেমিফাইনেলৰ পৰা নাম প্ৰত্যাহাৰ কৰাৰ লগে লগে হাৰিয়ানাৰ নিতু ফাইনেললৈ গুচি যায়।

২০১৮ ৰ কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী মেৰী কম ট্ৰায়েলৰ প্ৰথম পৰ্যায়ৰ সময়ত হঠাতে পৰি যায়। তথাপি ৩৯ বছৰীয়া মেৰীয়ে যুঁজ দিবলৈ চেষ্টা কৰিছিল। কিন্তু একেৰাহে কেইটামান পাঞ্চ মৰাৰ পিছত আঘাতৰ বাবে তেওঁ আৰু সন্তুলন ৰাখিব পৰা নাছিল মেৰীয়ে। অৱশেষত তেওঁ নিজৰ নাম প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয়।

লগতে পঢ়ক: COVID-19 Update: দেশত পুনৰ কৰ’নাৰ ৰঙা চকু! বৃদ্ধি সংক্ৰমণ; ৪০হাজাৰ অতিক্ৰম সক্ৰিয় ৰোগী

উল্লেখ্য যে মেৰী কমক ৰিঙৰ পৰা উলিয়াই বাহিৰলৈ অনাৰ সময়তো তেওঁক সাহায্য কৰিব লগা হয়। অহা মাহত বাৰ্মিংহামত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ।

Recent News

Rahul Gandhi

সাংসদ পদ হেৰুৱালে ৰাহুল গান্ধীয়ে: লোকসভাৰ সদস্য পদৰ বাবে অযোগ্য ঘোষণা

“শূৰ্পনাখা মন্তব্য!” পাঁচ বছৰৰ পিছত মোডীৰ বিৰুদ্ধে মানহানি গোচৰ কংগ্ৰেছ নেতা ৰেণুকা চৌধুৰীৰ

“শূৰ্পনাখা মন্তব্য!” পাঁচ বছৰৰ পিছত মোডীৰ বিৰুদ্ধে মানহানি গোচৰ কংগ্ৰেছ নেতা ৰেণুকা চৌধুৰীৰ

opposition parties goes Supreme Court

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহৰ অপব্যৱহাৰ: চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ ১৪ টা বিৰোধী দল

Salman Khan

ব্ৰিটেইনৰ পৰা আহিছিল ছলমাল খানক হত্যাৰ ভাবুকিৰ মেইল! মেইলৰ সৈতে সংলগ্ন ব্ৰিটেইনৰ ফোন নম্বৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd