• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Wipro CEO Salary: অভিলেখ! উইপ্ৰোৰ চিইঅ’ৰ দৰমহাই কিমান? শুনিলে চকু কপালত উঠিব আপোনাৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 11, 2022 10:39 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ বিখ্যাত আইটি কোম্পানী উইপ্ৰোৰ মুখ্য কাৰ্যবাহী বিষয়া থিয়েৰী ডেলাপোৰ্টে এক নতুন অভিলেখ গঢ়িছে। থিয়েৰী ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানসমূহৰ ভিতৰত সৰ্বাধিক দৰমহা পোৱা ব্যক্তি হিচাপে পৰিগণিত হৈছে। তেওঁ ৩১ মাৰ্চ, ২০২২ তাৰিখে সমাপ্ত হোৱা বিত্তীয় বৰ্ষৰ দৰমহা হিচাপে ৭৯.৮০ কোটি টকা (১০.৫১ নিযুত ডলাৰ) লাভ কৰিছে।

উইপ্ৰোৱে ইউএছ চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনৰ ওচৰত দাখিল কৰা বাৰ্ষিক প্ৰতিবেদনত এই তথ্য দাঙি ধৰিছে। টাটা কনচাল্টেন্সি চাৰ্ভিচেছ আৰু ইনফোচিছৰ মুখ্য কাৰ্যবাহী বিষয়াসকলে লাভ কৰা দৰমহাতকৈ উইপ্ৰোৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীৰ দৰমহা বহুত বেছি।

লগতে পঢ়ক: Barack Obama: ‘ইউক্ৰেইন যুদ্ধ শেষ হ’বলৈ বহু দেৰি আছে’: আশংকা আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাৰ

Apply Now

থিয়েৰী ডেলাপোৰ্টক ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে ৬৪.৩ কোটি টকাৰ দৰমহা পেকেজৰ সৈতে উইপ্ৰোৱে নিয়োগ কৰিছিল। এই দৰমহা তেওঁক ৯ মাহৰ বাবে দিয়া হৈছিল। কিয়নো ডেলাপোৰ্টে ২০২২ৰ জুলাইত কোম্পানীটোত যোগদান কৰিছিল। ডেলাপোৰ্টৰ তথ্য প্ৰযুক্তি খণ্ডত ২৭ বছৰৰ অভিজ্ঞতা আছে।

ডেলাপোৰ্ট ফ্ৰান্সৰ নাগৰিক। উইপ্ৰোত যোগদান কৰাৰ আগতে তেওঁ কেপজেমিনিত কেইবাটাও শীৰ্ষ পদত কাৰ্যনিৰ্বাহ কৰিছিল।

উইপ্ৰোৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে ডেলাপোৰ্টৰ পেকেজত ১৩.২ কোটি টকাৰ দৰমহা আৰু ভাট্টা অন্তৰ্ভুক্ত আছে। কোম্পানীটোৱে তেওঁক কমিছন আৰু ভেৰিয়েবলৰ ৰূপত ১৯.৩ কোটি টকা পৰিশোধ কৰে। তেওঁ অন্যান্য সুবিধা হিচাপে ৩১.৮ কোটি টকাৰ বৃহৎ ধন লাভ কৰে। দীৰ্ঘম্যাদী ক্ষতিপূৰণৰ অধীনত ডেলাপোৰ্টক ১৫.৫০ কোটি টকা পৰিশোধ কৰা হৈছে।

ইপিনে, একে সময়তে, উইপ্ৰোৱে ২০২২ বিত্তীয় বৰ্ষত অধ্যক্ষ ৰিশাদ প্ৰেমজীক দৰমহা হিচাপে ১.৮২নিযুত ডলাৰ পৰিশোধ কৰিছে।

দৰমহাৰ ক্ষেত্ৰত উইপ্ৰোৰ মুখ্য কাৰ্যবাহী বিষয়া থিয়েৰী ডেলাপোৰ্ট অন্যান্য ভাৰতীয় তথ্য প্ৰযুক্তি কোম্পানী ইনফোচিছ আৰু টাটা কনচাল্টেন্সি চাৰ্ভিচেছৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ তুলনাত আগবাঢ়ি আছে।

লগতে পঢ়ক: Pervez Musharraf: গুৰুতৰভাৱে অসুস্থ প্ৰাক্তন পাক ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফ; ডুবাইত চিকিৎসাধীন

ইনফোচিছৰ মুখ্য কাৰ্যবাহী বিষয়া সলিল পাৰেখে ২০২২ বিত্তীয় বৰ্ষত বাৰ্ষিক ৭১ কোটি টকা দৰমহা লাভ কৰিছে। পাৰেখে ২০২২ চনত ২০২১ বিত্তীয় বৰ্ষতকৈ ৪৩ শতাংশ অধিক দৰমহা লাভ কৰিছে। সেইদৰে, টাটা কনসালটেন্সি চাৰ্ভিচেছৰ মুখ্য কাৰ্যবাহী বিষয়া ৰাজেশ গোপীনাথনে ২০২২ বিত্তীয় বৰ্ষত দৰমহা হিচাপে লাভ কৰিছে ২৫.৮ কোটি টকা। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

June 13, 2026 4:59 pm
‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd