• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বটদ্ৰৱা কাণ্ডৰ লগত জড়িত আশ্বিকুল ইছলামৰ মৃত্যু: উচিত তদন্তৰ দাবী জনালে ‘মাছে’

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
May 31, 2022 2:42 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ অসম তথা দেশ জোঁকাৰি যোৱা ঐতিহ্য মণ্ডিত বটদ্ৰবা কাণ্ডৰ মাষ্টাৰ মাইণ্ড বুলি অসম আৰক্ষীয়ে দাবী জনাইছে ।তেনে ক্ষেত্ৰত আৰক্ষী হাতৰ পৰা পলাবলৈ চেষ্টা কৰি আশ্বিকুল ইছলাম নিহত হোৱাটো অতি দুৰ্ভাগ্য জনক ।

কিয়নো অসম আৰক্ষীক সকলোৱে শান্তিৰক্ষী প্ৰহৰী হিচাপে গণ্য কৰে । মৃত্যু মানে বেদনাদায়ক ই যি মৃত্যুয়েই নহওঁক ।অপৰাধী গৰাকী কেনেকৈ কি পৰিস্থিতিত মৃত্যু হ’ল তাৰ উচিত তদন্ত কৰি উপযুক্ত ব্যৱস্থা কৰিবলৈ মানৱ অধিকাৰ সংগ্ৰাম সমিতি,মাছৰ কেন্দ্ৰীয় সমিতিৰ অধ্যক্ষ আদিত্য লহকৰ, কাৰ্যকৰী অধ্যক্ষ কেশৱ চন্দ্ৰ চহৰীয়া, ভাৰপ্ৰাপ্ত সচিব প্ৰধান লক্ষী প্ৰসাদ ডেকাই দাবী জনাইছে।

Apply Now

অসমত আৰক্ষীৰ হাতত এনেদৰে মৃত্যু হোৱা ঘটনা কোনো নতুন নহয় ।সৰ্ব সাধাৰণৰ ধাৰণা অসম আৰক্ষীয়ে ন-ন কৌশল প্ৰয়োগ কৰা বুলি ধাৰণা কৰি ই এক নতুন এনকাউন্টাৰ । তদুপৰি মুক্ত হত্যাৰ পাতনি মেলিছে ।

অপৰাধীক বিচাৰ প্ৰক্ৰিয়ালৈ নপঠিয়াই মৃত্যু দণ্ডৰে দণ্ডিত কৰাটো মানৱ অধিকাৰ চৰম উলংঘন কৰিছে । স্বয়ং আৰক্ষীৰ বাহনৰ পৰা তাকো আৱেষ্টনিৰ মাজত জাপ মাৰি পলায়নৰ চেষ্টা কৰাতো অতি হাস্যকৰ দুখঃজনক। এই কথাই প্ৰতীয়মান কৰিছে আৰক্ষীৰ দায়িত্ব হীনতা প্ৰকৃত দোষী হিচাপে অসম আৰক্ষীয়ে গণ্য কৰা স্বত্বেও অপৰাধী জনৰ ক্ষেত্ৰত উচিত তদন্তৰ খাতিৰত অধিক সৰ্তক হোৱাটো দৰকাৰ আছিল ।

ইমান বেষ্টনীৰ মাজত তেনেকৈ পলাই যাবলৈ চেষ্টা কৰাটো অতি দুভাৰ্গ্যজনক ঘটনা ।এই ক্ষেত্ৰত আৰক্ষী যিমান ধৰণৰ ব্যৱস্থা আৰু তৎপৰ হ’ব লাগিছিল কিয় নহ’ল ইয়াত কিবা ৰহস্য আছে নেকি বুলিও কয় ।

অতি শীঘ্ৰে উপযুক্ত তদন্ত কৰি উচিত শাস্তি প্ৰদান কৰি শান্তিৰ পৰিৱেশ আনিবলৈ মাছে দাবী জনাই ইয়াকো কয় অপৰাধী বিচৰা নামত নিৰপৰাধী ব্যক্তি কোনো ধৰণৰ হাৰাশাস্তি নহয় আৰু মানৱ অধিকাৰ উলংঘন নহয় তাৰ প্ৰতিও আৰক্ষী প্ৰশাসনক দৃষ্টি ৰাখি আইনৰ আওতালৈ আনি বিচাৰ প্ৰক্ৰিয়া কৰিবলৈ আহ্বান জনায়।

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

July 25, 2026 12:16 pm
চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

July 25, 2026 12:16 pm
চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd