• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰক্তাক্ত ম্যানমাৰত এদিনতে ১১৪ গৰাকী লোকক হত্যা কৰিলে সেনাই

১২ খন দেশৰ প্ৰতিৰক্ষামন্ত্ৰীয়ে সমূহীয়া বিবৃতি প্ৰকাশ কৰি গৰিহণা দিলে জুণ্টাক

এন ই নাও নিউজ by এন ই নাও নিউজ
March 28, 2021 6:20 pm
a mnyanmar
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সম্পূৰ্ণ অগণতান্ত্ৰিক ভাবে শাসন ভাৰ নিজৰ হাতলৈ নিয়া ম্যানমাৰৰ সামৰিক শাসকৰ নৃশংসতাত এতিয়া কঁপি উঠিছে সমগ্ৰ বিশ্ব।

মাত্ৰ এটা দিনটোতে ম্যানমাৰত সেনাই হত্যা কৰিছে সামৰিক শাসনৰ বিৰোধিতা কৰা ১১৪ গৰাকীকৈ প্ৰতিবাদকাৰীক।

Apply Now

ম্যানমাৰৰ ইতিহাসৰ এই ক’লা দিনটোতে দক্ষিণ পূৱ এছিয়াৰ পাহাৰীয়া দেশখনৰ সামৰিক প্ৰশাসনে গণতন্ত্ৰকামী প্ৰায় ১১৪ গৰাকী নিৰস্ত্ৰ প্ৰতিবাদকাৰীক হত্যা কৰিছে।

জুণ্টাই দেশখনৰ জনতা আৰু গণতন্ত্ৰক সুৰক্ষা দিব বুলি ঘোষণা কৰাৰ পিছতেই ম্যানমাৰৰ সামৰিক শাসকৰ সেনাই দেশখনৰ বিভন্ন চহৰত এই হত্যা লীলা সংঘটিত কৰিছে।

উল্লেখ্য যে অলপতে ৩২০ গৰাকী নিৰপৰাধী প্ৰতিবাদকাৰীক হত্যা কৰাৰ পিছত দেশখনৰ সামৰিক জেনেৰেলসকলে সামৰিক দিৱস উদযাপন কৰিছিল আৰু ইয়াৰ পিছতেই ম্যানমাৰৰ বিভিন্ন চহৰ ১১৪ জনকৈ প্ৰতিবাদকাৰীক হত্যা কৰা বুলি প্ৰকাশ পাইছে সংবাদ মাধ্যমত।

আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাসমূহৰ মতে য়াংগুণৰ দালা আৰক্ষী থানাৰ সন্মুখত নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত মুক্তভাৱে সেনাই গুলীচালনা কৰি অতি কমেও চাৰিজন প্ৰতিবাদকাৰীক হত্যা কৰিছে।

ইফালে সংবাদ সংস্থা ৰয়টাৰৰ মতে ইনছেইন জিলাৰ ২১ বছৰ অনুৰ্ধৰ ফুটবল দলৰ তিনিগৰাকী সদস্যক সেনাই গুলীয়াই হত্যা কৰিছে। ফুটবল দলটোৱে গণতন্ত্ৰকামী সমদলত অংশগ্ৰহণ কৰিছিল।

স্থানীয় সংবাদ পত্ৰ ম্যানমাৰ নাওৰ মতে মাণ্ডালয়ৰ বিভিন্ন প্ৰান্তত ম্যানমাৰ সেনাই অতি কমেও ১৩ গৰাকী প্ৰতিবাদকাৰীক গুলীয়াই হত্যা কৰিছে।

ইফালে সামাজিক মাধ্যমত এক ভিডিঅ’ ভাইৰেল হৈছে য’ত চহৰৰ জনশূন্য পথেদি মটৰচাইকেলেৰে গৈ থকা দুগৰাকী পথচাৰীক সেনাবাহিনীৰ এখন বাহনৰ পৰা সেনাই গুলীচালনা কৰিছে আৰু তৎক্ষণাতে গুলীবিদ্ধ দুয়োগৰাকী লোকক মাটিত ঢলি পৰিছে।

ম্যানমাৰৰ সেনাৰ এনে নৃশংসতাক কঠোৰ ভাষাৰে গৰিহণা দি বিশ্বৰ ১২ খন দেশৰ প্ৰতিৰক্ষামন্ত্ৰীয়ে আজি এক যৌথ বিবৃতি প্ৰকাশ কৰিছে।

এই বিবৃতিত স্বাক্ষৰ কৰিছে আমেৰিকা, জাপান, ব্ৰিটেইন, অষ্ট্ৰেলিয়াকে ধৰি বিশ্বৰ ১২ খন দেশৰ প্ৰতিৰক্ষামন্ত্ৰীয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

June 26, 2026 10:11 am
ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

June 26, 2026 8:43 am
এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

June 26, 2026 8:04 am
পেলনীয়া বটল নেপেলাব, ইয়াৰ জৰিয়তে তৈয়াৰ কৰক ঘৰত সজোৱা বহুতো সুন্দৰ সামগ্ৰী

পেলনীয়া বটল নেপেলাব, ইয়াৰ জৰিয়তে তৈয়াৰ কৰক ঘৰত সজোৱা বহুতো সুন্দৰ সামগ্ৰী

June 26, 2026 7:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

June 26, 2026 10:11 am
ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

June 26, 2026 8:43 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd