• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কামপুৰ মহাবিদ্যালয়ত ব্যাপক দুৰ্নীতি; মুখ্য মন্ত্ৰীৰ তদন্তকাৰী শাখাৰ অভিযান

মিণ্টু দাস by মিণ্টু দাস
October 4, 2018 7:00 am
Kampur College
363
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ কামপুৰৰ একমাত্ৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান কামপুৰ মহাবিদ্যালয়ত বৰ্তমান ব্যাপক দুৰ্নীতিয়ে গ্ৰাস কৰিছে। ইউ জি চি য়ে ব্লে’ক লিষ্টটেড কৰা মহাবিদ্যালয়খনৰ আন্তঃগাঠনিকে ধৰি বিভিন্ন উন্নয়নমূলক কামত দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে।

যাৰ বাবে স্থানীয় সচেতন লোকে দিয়া লিখিত আবেদনৰ ভিত্তিত বুধবাৰে মহাবিদ্যালয়খনত মুখ্য মন্ত্ৰী তদন্তকাৰী শাখা আৰু গড়কাপ্তানি বিভাগে অভিযান চলায়। মহাবিদ্যালয়ৰ অৱস্থাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ হৰেকৃষ্ণ দেৱশৰ্মাই কয়, ‘আই চি ইউত অক্সিজেন লৈ চলি আছে বৰ্তমান কামপুৰ মহাবিদ্যালয়। যি কোনো সময়ত বন্ধ হ’ব পাৰে। ইউ জি চি য়ে ব্লে’ক লিষ্টটেড কৰিলে মহাবিদ্যালয়খনক৷’

বিগত সময়ছোৱাত অধ্যক্ষ হিচাপে থকা হীৰেন্দ্ৰ নাথ শৰ্মাই পৰিচালনা সমিতিৰ লগত মিলি মহাবিদ্যালয়খনৰ বিভিন্ন শিতানৰ উন্নয়নমূলক কামৰ সিংহভাগ ধন আত্মসাৎ কৰাৰ অভিযোগ তুলি স্থানীয় লোকে এখন সভা অনুষ্ঠিত কৰি দিয়া লিখিত আবেদনৰ ভিত্তিত বুধবাৰে উক্ত অভিযান চলোৱা হয়।

১ কোটি ১০ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বিল্ডিঙটো নিম্ন মানৰ সামগ্ৰীৰে নিৰ্মাণ কৰি ধন আত্মসাৎ কৰাৰ লগতে, পুথিভঁৰালৰ কিতাপ কিনাৰ নামটো ভূৱা বিল দেখুৱাই ধন সৰকাই নিয়াৰ অভিযোগ উত্থাপন হৈছে। বৰ্তমান বিল্ডিঙটোৰ পকী বেৰত বৃহৎ বৃহৎ ফাঁ‌ট মেলিছে। আনকি খোৱা পানীৰো সমস্যা মহাবিদ্যালয়খনত ৷

স্থানীয় সচেতন লোকৰ লগতে মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে মুখ্য মন্ত্ৰী তদন্তকাৰী শাখাক উচিত তদন্ত কৰি দোষীক শাস্তি দিবলৈ দাবী জনায়।

Recent News

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd