• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাৰ লিডুত ভয়ংকৰ অগ্নিকাণ্ডত ৯টা বাসগৃহ সম্পূৰ্ণ ভাবে ভস্মীভূত

কাল অমানিশা নামি আহিল ৯ টা পৰিয়ালৰ জীৱনলৈ, প্ৰশাসনক সহায়ৰ আহ্বান

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , October 2, 2020 3:24 pm

1 min read

afire
315
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ লিডুত আজি সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড।

এই অগ্নিকাণ্ডৰ ফলত ৯ টাকৈ বাসগৃহ সম্পূৰ্ণ ৰূপে জুইত জাহ যায়।

অগ্নিকাণ্ডৰ ফলত লক্ষাধিক টকাৰ সা-সম্পত্তি ধ্বংস হয়।

উল্লেখ্য যে আজি দিনৰ ভাগত সংঘটিত হোৱা অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও ইলেক্ট্ৰিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হয় বুলি স্থানীয় লোকে সন্দেহ ব্যক্ত কৰিছে।

লিডু আৰক্ষী চকীৰ অন্তৰ্গত ৭ নম্বৰ এলেকাত সংঘটিত হোৱা এই অগ্নিকাণ্ডত আশা পাছোৱান, কালিয়ান টপ্ন, পৱন চাৱাশী, বাবলু তাঁতী, বেটাব মালী, অনিল বাৰা, সঞ্জু তাঁতী আৰু শৰ্মা বাজে নামৰ ব্যক্তি কেইজনৰ ঘৰ সম্পূৰ্ণৰূপে জাহ যায়।

অগ্নিকাণ্ডৰ ফলত কেইবা লাখ টকাৰ সম্পত্তি নষ্ট হোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিছে।

অগ্নিকাণ্ডৰ খবৰ পাই মাৰ্ঘেৰিটা অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মীয়ে  ততাতয়াকৈ ঘটনাস্থলীত উপস্থিত হৈছিল যদিও নিমিষতে ৯টাকৈ বাসগৃহ জুইত যাহ যায়।

এই অগ্নিকাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে এইদৰে ৯ টা পৰিয়ালৰ বাসগৃহ ভস্মীভূত হোৱাত দুখীয়া পৰিয়াল কেইটাৰ জীৱনলৈ কাল অমানিশা নামি অহা পৰিলক্ষিত হৈছে।

লিডু আৰক্ষীয়ে ইতিমধ্যে অগ্নিকাণ্ডৰ সমগ্ৰ ঘটনাৰ  তদন্ত আৰম্ভ কৰিছে।

স্থানীয় ৰাইজে প্ৰশাসনক ৯টা পৰিয়ালৰ দায়িত্ব লবলৈ অনুৰোধ কৰাৰ লগতে বাসগৃহ নিৰ্মাণ কৰি দিয়াত সহায়ৰ হাতত আগবঢ়াবলৈ আহ্বান জনাইছে।

Recent News

deadbody recovered final

শালনাৰ সোণাজুৰিৰ শিলৰ কোঁৱাৰীত সন্ধানহীন হোৱা লোকৰ মৃতদেহ উদ্ধাৰ

tajmahal_web

তাজমহলত বোমাতংক : পৰ্যটকৰ মাজত হাহাকাৰ; এজন ব্যক্তিক আটক আৰক্ষীৰ

Krishnai

গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তত দুই অপহৰণকাৰীক গ্ৰেপ্তাৰ

CM

মুছলমানৰ জনসংখ্যাতকৈ অধিক জনকল্যাণমূলক আঁচনি ৰূপায়ণ কৰিছে চৰকাৰে; যোগী আদিত্যনাথৰ বিতৰ্কিত মন্তব্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd