• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰপেটাত অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক : মুখ্য মন্ত্ৰীৰ ভ্ৰমণক লৈ তৎপৰ আৰক্ষী প্ৰশাসন

NE NOW NEWS পুলেন্দ্ৰ দাস
বৰপেটা , October 23, 2018 3:12 pm

1 min read

67f3e748-e323-4b3b-aa45-30b53b302ea6

বন্ধৰ সময়ছোৱাত বৰপেটা চহৰৰ পাঁচআলি চ'কৰ দৃশ্য। ফটো: নৰ্থইষ্ট নাও

295
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬’ বাতিলৰ লগতে কেইবাটাও দাবীৰ সমৰ্থনত প্ৰায় ৬০ টাকৈ জাতীয় সংগঠনে আজি আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ বৰপেটাত সৰ্বাত্মকভাৱে পৰা পৰিলক্ষিত হৈছে।

বন্ধৰ সময়ছোৱাত বৰপেটাৰ জনজীৱন একপ্ৰকাৰ স্তব্ধ হৈ পৰে। বন্ধ বিফল কৰাৰ বাবে চৰকাৰ আৰু প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও বন্ধ বিফল কৰাত সফল নহ’ল ৷

বৰপেটা চহৰত প্ৰায় সকলো প্ৰকাৰৰ দোকানৰ লগতে যানবাহনৰ চলাচল বন্ধ হয় যদিও দুই এখন ব্যক্তিগত বাহন চলাচল কৰা পৰিলক্ষিত হয়। বন্ধৰ সময়ছোৱাত যাতে কোনো কূটাঘাতমূলক কাৰ্য সংঘটিত নহয় তাৰ বাবে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী সষ্টম হৈ থাকে।

ইপিনে, অসম বন্ধৰ সময়ছোৱাত আৰক্ষী প্ৰশাসন বিশেষ তৎপৰ হৈ পৰিছে মুখ্য মন্ত্ৰীৰ ভ্ৰমণক লৈ ৷ কিয়নো মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আজি বৰপেটাৰ পাটবাউসী সত্ৰ ভ্ৰমণ কৰিব ৷

মুখ্য মন্ত্ৰীৰ ভ্ৰমণৰ সময়ত বন্ধৰ সমৰ্থকে যাতে কোনো বাধাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে আৰক্ষী প্ৰশাসন বিশেষ তৎপৰ হোৱা পৰিলক্ষিত হৈছে।

Recent News

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd