• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ট্ৰাম্পৰ শাসনৰ বিৰুদ্ধে জনতাৰ হুংকাৰ: ‘হেণ্ডছ অফ’ আন্দোলনে জোকাৰিছে আমেৰিকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 7, 2025 7:58 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাৰি মাহ আগতে ড’নাল্ড ট্ৰাম্পে দ্বিতীয়টো কাৰ্যকালৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। কিন্তু এই সময়ছোৱাৰ ভিতৰতে তেওঁৰ নীতি আৰু উপদেষ্টা ইলন মাস্কৰ কাৰ্যকলাপৰ বিৰুদ্ধে ৰাজপথত নামি পৰিছে আমেৰিকাৰ সচেতন জনতা। শনিবাৰৰ পৰা দেশজুৰি প্ৰতিবাদৰ ঢৌ উঠিছে। এই আন্দোলনত জনতাৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিছে প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে।

তেওঁ  আন্দোলনত আংশগ্ৰহণ কৰি কয় যে আজি আমেৰিকাৰ প্ৰতিটো চুকত মানুহে ট্ৰাম্পৰ বিৰুদ্ধে থিয় দিছে। সামাজিক সুৰক্ষা, স্বাস্থ্যসেৱা আৰু শিক্ষাৰ হকে থিয় দিয়াৰ বাবে গৌৰৱান্বিত বুলি মত প্ৰকাশ কৰে।

Apply Now

ট্ৰাম্পৰ শাসনত হতাশ হৈ হাজাৰ হাজাৰ আমেৰিকান নাগৰিকে ৰাস্তাত নামিছে। শনিবাৰৰ পৰা আমেৰিকাৰ নিউয়ৰ্ক, ক’লৰাডো, লছ এঞ্জেলছ, হিউষ্টন আৰু ৱাশ্বিংটনসহ কেইবাখনো চহৰত উত্তাল প্ৰতিবাদ চলি আছে। বিভিন্ন নাগৰিক অধিকাৰ সংগঠন, ট্ৰেড ইউনিয়ন, তৃতীয় লিংগসকলৰ সংগঠন আৰু ৰাজনৈতিক আন্দোলনৰ কৰ্মীসকল একলগ হৈ ৫০খন ৰাজ্যৰ ১২০০তকৈ অধিক স্থানত একেলগে এই ‘হেণ্ডছ অফ’ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। এই সমাৱেশবোৰ শান্তিপূৰ্ণ হৈ আছে, আৰু এতিয়ালৈকে কোনো গ্ৰেপ্তাৰৰ খবৰ অহা নাই।

প্ৰতিবাদীসকলে হুংকাৰ দি কয় যে আমেৰিকাত ৰজা নাই, ফেচিবাদ চলিব নোৱাৰে। এই প্ৰতিবাদ আমেৰিকাতে সীমাবদ্ধ নেথাকি ব্ৰিটেইন, ফ্ৰান্স, জাৰ্মানী, মেক্সিকো আদি দেশলৈও বিয়পি পৰিছে।

উল্লেখ্য যে ট্ৰাম্পৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছৰে পৰা তেওঁৰ কেইবাটাও সিদ্ধান্তই জনতাৰ অসন্তুষ্ট হৈ পৰিছিল। প্ৰশাসনত বিষয়াসকলৰ অব্যাহতিঅনুপ্ৰৱেশকাৰীক বিতাড়ন, তৃতীয় লিংগৰ স্বীকৃতি বাতিল কৰা আৰু নতুন শুল্ক নীতিৰ দৰে পদক্ষেপৰ বিৰুদ্ধে জনসাধাৰণ ক্ষুব্ধ হৈ পৰিছে আমেৰিকাৰ জনতা। বিশেষকৈ ট্ৰাম্প প্ৰশাসনৰ শেহতীয়া শুল্ক নীতিৰ বাবে দেশৰ বাহিৰতো অসন্তোষ বাঢ়িছে।

এই আন্দোলনৰ মাজতো ট্ৰাম্পৰ সমৰ্থকসকল থিয় দিছে। কিন্তু ‘হেণ্ডছ অফ’ আন্দোলনে স্পষ্ট কৰি দিছে যে আমেৰিকাৰ এটা বৃহৎ অংশ তেওঁৰ শাসনত সুখী নহয়। এই ‘হেণ্ডছ অফ’ আন্দোলনে  কি ৰূপ ল’ব সেয়া লক্ষণীয় হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

June 24, 2026 9:01 pm
পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

June 24, 2026 8:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd