• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতত অনুষ্ঠিত হ’বলগীয়া ক্ৰিকেট বিশ্বকাপ-২০২৩ৰ সূচী ঘোষণা; চাওক ভাৰতৰ খেলৰ সূচী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 27, 2023 1:50 pm
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া ক্ৰিকেট বিশ্বকাপ-২০২৩ৰ সূচী প্ৰকাশ কৰা হৈছে। ৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব বিশ্বকাপৰ যুঁজ। প্ৰথমখন মেচত যোৱাবাৰৰ চেম্পিয়ন ইংলেণ্ড ৰানাৰ্ছ আপ নিউজিলেণ্ডৰ মুখামুখি হ’ব। অহা ৮ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ভাৰতৰ অভিযান।

ৰোহিত শৰ্মাৰ নেতৃত্বৰ ভাৰতৰ প্ৰথম প্ৰতিদ্বন্দ্বী অষ্ট্ৰেলিয়া। ১৯ নৱেম্বৰত অনুষ্ঠিত হ’ব মেগা টুৰ্ণামেণ্টৰ ফাইনেল।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোডীক প্ৰশ্ন কৰা সাংবাদিকক হাৰাশাস্তিৰ ঘটনাক গৰিহণা হোৱাইট হাউছৰ

Apply Now

প্ৰকাশ পোৱা সূচী অনুসৰি আহমেদাবাদত ভাৰত আৰু পাকিস্তান মুখামুখি হ’ব। ১৫ অক্টোবৰত মুখামুখি হ’ব চিৰ প্ৰতিদ্বন্দ্বী দল দুটা। ভাৰতৰ ৯খন চহৰত গ্ৰুপ পৰ্যায়ৰ খেল খেলিব টীম ইণ্ডিয়াই। অহা ৫ নৱেম্বৰত ইডেন গাৰ্ডেনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব ভাৰতে।

প্ৰতিযোগিতাখনৰ প্ৰথমখন খেল আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। ইংলেণ্ড বনাম নিউজিলেণ্ডৰ খেলৰ পৰা আৰম্ভ হ’ব এই প্ৰতিযোগিতা। বিশ্বকাপৰ ছেমি ফাইনেল দুখন মুম্বাই আৰু কলকাতাত অনুষ্ঠিত হ’ব। অন্তিম চাৰিখন খেল ক্ৰমে ৱানখেড়ে ষ্টেডিয়াম আৰু ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব। অহা ১৫ আৰু ১৬ নৱেম্বৰত অনুষ্ঠিত হ’ব ছেমি ফাইনেল খেল। ১৯ নৱেম্বৰত নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত বিশ্বকাপৰ ফাইনেল হ’ব।

লগতে পঢ়ক: চিকিৎসা বিভ্ৰাট! জিভাৰ সলনি পুৰুষাংগৰ অস্ত্ৰোপচাৰ; বাতিল চিকিৎসালয়ৰ অনুজ্ঞাপত্ৰ

মঙলবাৰে মুম্বাইত প্ৰকাশ পালে পৰৱৰ্তী এদিনীয়া বিশ্বকাপৰ সূচী। ইতিমধ্যে ভাৰতকে ধৰি ৮টা দলে বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে। কোৱালিফায়াৰত জয়লাভ কৰি আৰু দুটা দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ দাবী মানি তেওঁলোকৰ মেচৰ স্থান সলনি কৰিব নেকি সেইটো লক্ষ্য কৰা হৈছিল যদিও শেষত আহমেদাবাদতে আয়োজন কৰিবলৈ লোৱা হৈছে ভাৰত-পাক মেচ।

বিশ্বকাপ-২০২৩ৰ ভাৰতৰ খেলৰ সূচী

ভাৰত বনাম অষ্ট্ৰেলিয়া : ৮ অক্টোবৰ, চেন্নাই

ভাৰত বনাম আফগানিস্তান: ১১ অক্টোবৰ, দিল্লী

ভাৰত বনাম পাকিস্তান: ১৫ অক্টোবৰ, আহমেদাবাদ

ভাৰত বনাম বাংলাদেশ : ১৯ অক্টোবৰ, পুনে

ভাৰত বনাম নিউজিলেণ্ড: ২২ অক্টোবৰ, ধৰ্মশালা

ভাৰত বনাম ইংলেণ্ড: ২৯ অক্টোবৰ, লক্ষ্ণৌ

ভাৰত বনাম কোৱালিফায়াৰ : ২ নৱেম্বৰ, মুম্বাই

ভাৰত বনাম দক্ষিণ আফ্ৰিকা: ৫ নৱেম্বৰ, কলকাতা

ভাৰত বনাম কোৱালিফায়াৰ : ১১ নৱেম্বৰ, বেংগালুৰু।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm
‘অমৃতপ্ৰভাই কেনেকৈ পালে জামিন?’ জুবিন ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচীত প্ৰশ্ন গৰিমাৰ

‘অমৃতপ্ৰভাই কেনেকৈ পালে জামিন?’ জুবিন ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচীত প্ৰশ্ন গৰিমাৰ

October 12, 2026 6:00 pm
মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

October 12, 2026 5:00 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

October 12, 2026 4:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm
‘অমৃতপ্ৰভাই কেনেকৈ পালে জামিন?’ জুবিন ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচীত প্ৰশ্ন গৰিমাৰ

‘অমৃতপ্ৰভাই কেনেকৈ পালে জামিন?’ জুবিন ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচীত প্ৰশ্ন গৰিমাৰ

October 12, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd