• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতৰ পৰা ৯ লাখ কোভিড ভেকচিন আমদানি কৰিব মেক্সিকোই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 30, 2021 12:00 pm

1 min read

ভাৰতৰ পৰা ৯ লাখ কোভিড ভেকচিন আমদানি কৰিব মেক্সিকোই

মেক্সিকোৰ ৰাষ্ট্ৰপতি

218
VIEWS
Share on FacebookShare on Twitter

মেক্সিকোৰ ৰাষ্ট্ৰপতি এন্ড্ৰেছ মেনুৱেল লোপেজে শুকুৰবাৰে দেশখনে ভাৰতৰ পৰা প্ৰায় ৯ লাখ কোভিড ভেকচিন আমদানি কৰিব বুলি সদৰী কৰে।

ফেব্ৰুৱাৰি মাহত মেক্সিকোই ভাৰতৰ পৰা এষ্ট্ৰাজেনেকাৰ কোভিড ভেকচিন আমদানি কৰিব বুলি ৰাষ্ট্ৰপতি লোপেজে কয়।

২৪ জানুৱাৰিত কোভিডৰ সংক্ৰমণৰ পৰা চিকিৎসাৰ অন্তত সুস্থ হৈ উঠা ৰাষ্ট্ৰপতি লোপেজে মেক্সিকোই ভাৰতৰ উপৰি ৰাছিয়াৰ স্পুটনিক-ভি আৰু ফাইজাৰৰ ভেকচিনো লাভ কৰিব বুলি প্ৰকাশ কৰে।

মেক্সিকোত এতিয়ালৈ কোভিডৰ সংক্ৰমণৰ ফলত ১.৫ লাখ লোকৰ মৃত্যু হৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ পাছতে মেক্সিকোত সৰ্বাধিক লোকৰ কোভিডৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।

উল্লেখযোগ্য যে, ভাৰতে বৰ্তমান সময়ত বিভিন্ন দেশলৈ কোভিড ভেকচিন যোগান কৰিছে।

বাণিজ্যিকভাৱে ভাৰতে অন্য দেশলৈ কোভিড ভেকচিন ৰপ্তানি কৰাৰ লগতে চুবুৰীয়া দেশ সমূহলৈ অনুদান হিচাপেও কোভিড ভেকচিন আগবঢ়াইছে।

ভাৰতে ভূটান, নেপাল, বাংলাদেশ, শ্ৰীলংকা, ম্যানমাৰ, আফগানিস্তান আদি দেশলৈ বিনামূলীয়াভাৱে কোভিডৰ ভেকচিন প্ৰেৰণ কৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ এক অভিযানৰ অংশস্বৰূপে ভাৰতে আফ্ৰিকালৈয়ো ১ কোটি কোভিড ভেকচিন অতি শীঘ্ৰে পঠিয়াব।

Recent News

bhaba

তিনি তৰুণ লেখকক মুনীন বৰকটকী সাহিত্য বঁটা প্ৰদান

IMG-20210228-WA0001(1)

জাহাজৰ প্ৰতীক চিহ্নৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অসম জাতীয় পৰিষদে

IMG_20210227_200752

নগাঁও জিলাৰ ৭টা বিধান সভা সমষ্টিত ১৯০০টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰে কৰিব ভোটদান

bomb-750x375

মুকেশ আম্বানীৰ ঘৰৰ সন্মুখত বিস্ফোৰক ভৰ্তি বাহন ৰখাৰ দায়িত্ব স্বীকাৰ কৰিলে জইছ-উল-হিন্দে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd