• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মানৱতাৰ জলন্ত উদাহৰণ! এতিয়াও মাত্ৰ ১০টকাতে ৰোগী চোৱা কোন এইগৰাকী চিকিৎসক?

এন ই নাও নিউজ by এন ই নাও নিউজ
December 22, 2020 10:47 am
Noor-Parveen

ডাঃ নুৰী পাৰভিন।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাম্প্ৰতিক সময়ত বহু সাধাৰণ ৰোগীয়ে হাস্পাতললৈ বা চিকিৎসকৰ ওচৰলৈ যাবলৈ ভয় কৰাৰ অন্যতম কাৰণ হৈছে খৰচৰ শংকা। তাতেই কৰ’না সংকটৰ মাজত বেচৰকাৰী হাস্পাতলৰ বিয়াগোম বিলৰ কথাটো নকলেও চলে।

সাধাৰণ লোকৰ বাবে বেমাৰত পৰাটো ডাঙৰ চিন্তাৰ কাৰণ হৈ পৰিছে। দেশৰ সকলোতে এইখন এখন সাধাৰণ ছবি।

Apply Now

ইয়াৰ মাজতো চিকিৎসকৰ বৃত্তিতো যে মানৱতা হেৰাই যোৱা নাই সেয়া প্ৰমান কৰিছে অন্ধ্ৰপ্ৰদেশৰ এইগৰাকী যুৱতী চিকিৎসকে।

অন্ধ্ৰ প্ৰদেশৰ কাড়াপ্পা জিলাৰ এখন বেচৰকাৰী মেডিকেল কলেজৰ পৰা চিকিৎসা শাস্ত্ৰৰ ডিগ্ৰী গ্ৰহণ কৰে ডাঃ নুৰী পাৰভিনে। তেতিয়াই তেওঁ ঠিক কৰিছিল যে তেওঁৰ লক্ষ্য কেবল টকা নহয়, সকলোকে চিকিৎসাৰ সুবিধা প্ৰদান কৰাহে।

কোনোৱে যাতে চিকিৎসাৰ পৰা বিমুখ হ’বলগীয়া নহয় তাৰ বাবে তেওঁ গ্ৰহণ কৰিছে চিকিৎসা বৃত্তি।দুখীয়া লোকসকল যাতে সমস্যাত পৰিবলগীয়া নহয় তাৰ বাবে মাত্ৰ ১০ টকাৰ বিনিময়তে নুৰীয়ে আগবঢ়াই আহিছে চিকিৎসা সেৱা।

কাড়াপ্পাৰ দুখীয়া লোকৰ বসতি অঞ্চলতে তেওঁ খুলি লৈছে এখন নিজৰ ক্লিনিক। যিসকলে টকাৰ অভাৱত চিকিৎসকৰ ওচৰলৈ যাব নিবিচাৰে তেওঁলোকে যেন তেওঁৰ কাষলৈ আহিব পাৰে সেয়া পাৰভিনে নিশ্চিত কৰে।

বিজয়ৱাড়াৰ কন্যা পাৰভিনে সেই ভিতৰুৱা অঞ্চলত ক্লিনিক খোলাৰ কথা পিতৃ-মাতৃক জনাই দিয়ে। তেওঁলোকে কন্যাৰ এনে সিদ্ধান্তৰ বিৰোধিতা নকৰি এনে মানৱতাৰ সেৱাৰ প্ৰয়াসৰ বাবে আশীৰ্বাদ কৰে।

দহটকীয়া চিকিৎসকগৰাকীৰ ভাষাৰে,’’আচলতে মই সৰুৰে পৰা এইদৰে ডাঙৰ হৈছো। মা-দেউতাক বহু সমাজসেৱামূলক কাম কৰা দেখিছো। আনকি, তিনিজন অনাথক আশ্ৰয় দি তেওঁলোকৰ পঢ়াশুনাৰ দায়িত্বও লৈছিল। তেওঁলোকৰ পৰাই মানুহৰ সেৱা কৰাৰ এই অনুপ্ৰেৰণা লাভ কৰিছো।‘’

ডাঃ নুৰী পাৰভিনৰ তাত ১০ টকাত ৰোগী চোৱাৰ উপৰি ৫০টকাত তেওঁৰ ক্লিনিকত বেডতো থাকিব পোৱা যায়। সেয়াই নহয়, ক্লিনিক খোলাৰ পূৰ্বে পাৰভিনে দুটাকৈ স্বেচ্ছাসেৱী সংস্থাও গঢ়ি তুলিছে। তাত যুৱ প্ৰজন্মক সুস্থ কৰি ৰখাৰ বিভিন্ন ব্যৱস্থা কৰা হৈছে।

ডাঃ পাৰভিনৰ এনে প্ৰচেষ্টাই সকলোৰে প্ৰশংসা বুটলিছে। ভৱিষ্যতে আৰু জন কল্যাণৰ কামত আত্মনিয়োগ কৰাৰ পৰিকল্পনা আছে এই মনৱদৰদী চিকিৎসকগৰাকীৰ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd