• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰা সমিতিৰ সদস্য কোন? যাক লৈ অসন্তুষ্ট প্ৰতিবাদকাৰী কৃষক

এন ই নাও নিউজ by এন ই নাও নিউজ
January 13, 2021 10:37 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ে মঙলবাৰে বিতৰ্কিত কৃষি আইন ৰূপায়নত স্থগিতাদেশ প্ৰদান কৰাৰ লগতে এই বিষয়টো সমাধানৰ বাবে এখন চাৰিজনীয়া উচ্চস্তৰীয় সমিতি গঠন কৰি দিয়ে।

সমিতিৰ প্ৰথমখন বৈঠক ১০ দিনৰ ভিতৰত অনুষ্ঠিত হ’ব আৰু ২ মাহৰ ভিতৰত সমিতিয়ে ইয়াৰ প্ৰতিবেদন দাখিল কৰিব।

Apply Now

অৱশ্যে প্রতিবাদকাৰী কৃষক সংগঠনবোৰ এই সমিতিক লৈ মুঠেও সন্তুষ্ট নহয় আৰু সমিতিৰ সৈতে আলোচনাত অংশ নলয় বুলিও স্পষ্ট কৰি দিছে।

আন্দোলনকাৰী কৃষক সংগঠন সমূহে কিয় এই সমিতিক লৈ সন্তুষ্ট নহয় আৰু সমিতিখন গঠন কৰি দিয়া বিশেষজ্ঞ চাৰিজনৰ বিষয়ে জানো আহক

ভুপিন্দৰ সিং মান

ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ আৰু ভাৰতীয় কৃষক য়ুনিয়নৰ সৈতে জড়িত ভুপিন্দৰ সিং মান এজন কৃষি বিশেষজ্ঞ হোৱাৰ লগতে অখিল ভাৰতীয় কিষাণ সমন্বয় সমিতিৰ সভাপতি।

তদুপৰি ১৯৬৬ চনত গঠন হোৱা ফাৰ্মাৰ্ছ ফ্ৰেণ্ডছ এছ’চিয়েশ্যন এজন প্ৰতিষ্ঠাপক সদস্য আছিল। ইয়াৰ পিছত এই সংগঠনটো ‘পঞ্জাৱ খেতি-বাৰী য়ুনিয়ন’ বুলি জনা যায়।

ৰাষ্ট্ৰীয় পৰ্য্যায়ত সংগঠনটো কেন্দ্ৰীয় কিষাণ য়ুনিয়ন হৈ পৰিছিল আৰু এই সংগঠনটোৱে আন আন কৃষি সংগঠনৰ লগত মিলি কিষাণ সমন্বয় সমিতি গঠন কৰে।

উল্লেখ্য যে যোৱা ১৪ ডিচেম্বৰত অখিল ভাৰতীয় কিষাণ সমন্বয় সমিতিৰ অধীনত কৃষক সংগঠনবোৰে কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰক সাক্ষাৎ কৰি বিতৰ্কিত আইন কেইখনক সমৰ্থন জনাইছিল।

অনিল ঘনৱট

অনিল ঘনৱট মহাৰাষ্ট্ৰৰ মুখ্য কৃষক সংগঠন শ্বেটকাৰী সংগঠনৰ সভাপতি। শ্বেটকাৰী সংগঠনটোৱে কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইন তিনিখনক সমৰ্থন কৰি আছে।

এই সংগঠনটোৱে কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰক সাক্ষাৎ কৰি আইন কেইখনৰ প্ৰতি সমৰ্থন আগবঢ়াই থৈছে।

মহাৰাষ্ট্ৰৰ এই সংগঠনটো বিখ্যাত কৃষক নেতা শৰদ যোশীৰ দ্বাৰা গঠন কৰা হৈছিল।

অশোক গুলাটি

কৃষি অৰ্থনীতিবিদ অশোক গুলাটিক ২০১৫ চনত পদ্মশ্ৰী প্ৰদান কৰা হৈছিল। খাদ্য যোগান আৰু মূল্য নিৰ্ধাৰণ নীতিৰ বাবে ভাৰত চৰকাৰক পৰামৰ্শ দিয়া উপদেষ্টা সমিতি কমিশ্যন ফৰ এগ্ৰিকালচাৰেল কাষ্টম এণ্ড প্ৰাইচেজৰ অধ্যক্ষ আছিল গুলাটি।

গুলাটিয়ে কৃষি সম্পৰ্কীয় বিভিন্ন বিষয় যেনে খাদ্য সুৰক্ষা, কৃষি-বাণিজ্য, শৃংখল প্ৰণালী, শস্য বীমা, ৰাজসাহায্য, স্থিৰতা আৰু দৰিদ্ৰতা নিৰ্মূল আদিৰ ওপৰত গৱেষণা কৰিছে।

অশোক গুলাটিক মোদী চৰকাৰৰ নতুন কৃষি আইন কেইখনৰ সমৰ্থক বুলি সৰ্বজন বিদিত। কিয়নো তেওঁ কৈছিল যে যদিহে চৰকাৰে চাপত আইন কেইখন প্ৰত্যাহাৰ কৰে, তেন্তে কৃষকসকলে লোকচানৰ সন্মুখীন হ’ব।

ড° প্ৰমোদ কুমাৰ যোশী

ড° প্ৰমোদ কুমাৰ যোশীও কৃষি খণ্ডৰ লগত জৰিত এজন জনপ্ৰিয় লোক। তেওঁ হায়দৰাবাদস্থিত নেশ্যনেল একাডেমি অফ এগ্ৰিকালচাৰেল ৰিচাৰ্ছ মেনেজমেণ্ট আৰু নেশ্যনেল চেণ্টাৰ ফৰ এগ্ৰিকালচাৰেল ইকনমিক্স এণ্ড পলিচি মেকাৰ্ছ, নতুন দিল্লীৰ অধ্যক্ষ আছিল।

উল্লেখ্য যে যোশীয়েও কষি আইন কেইখনৰ সপক্ষে নিজৰ মতামত ইতিমধ্যে দি থৈছে।

কষি আইনৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি থকা কৃষক সংগঠনৰ নেতাসকলে ওপৰোক্ত কাৰণসমূহৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া এই সমিতিখনক লৈ মুঠেও সন্তুষ্ট নহয়।

সমিতিৰ চাৰিওজন সদস্য চৰকাৰী লোক বুলি অভিযোগ কৰি কৃষক নেতা ৰাকেশ টিকেট আৰু দৰ্শনপাল সিঙে স্পষ্টকৈ উল্লেখ কৰে যে আইন কেইখন বাতিল নকৰালৈকে আন্দোলন চলি থাকিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

July 25, 2026 12:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd