DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১৫ এপ্ৰিলৰ পৰা কৰ্মস্থলীলৈ উভতিব লাগিব মেঘালয়ৰ চৰকাৰী কৰ্মচাৰী সকল

এন ই নাও নিউজ by এন ই নাও নিউজ
April 6, 2020 5:37 pm
Story-3-3-1140x570

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

5.4k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশত ২১ দনীয়া ল’কডাউন ঘোষণা কৰাৰ ফলস্বৰূপে সমগ্ৰ দেশৰ লগতে মেঘালয়তো স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈ পৰিছিল।

অহা ১৪ এপ্ৰিলত দেশত ল’কডাউনৰ সামৰণি পৰাৰ পাছত ১৫ এপ্ৰিলৰ পৰা মেঘালয় চৰকাৰৰ চৰকাৰী কৰ্মচাৰী সকল কৰ্মক্ষেত্ৰলৈ উভতিব লাগিব বুলি নিৰ্দেশনা দিয়া হৈছে।

‘‘ৰাজ্যিক কেবিনেটে মেঘালয় চৰকাৰৰ চৰকাৰী কৰ্মচাৰী সকল ১৫ এপ্ৰিলৰ পাছত কৰ্মক্ষেত্ৰলৈ উভতিব লাগিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে,’’ মেঘালয়ৰ উপ-মুখ্য মন্ত্ৰী প্ৰেছট’ন টাইছঙে কয়।

আনহাতে, টাইছঙে ৰাজ্যখনৰ ব্যক্তিগত খণ্ডৰ কাৰ্য্যালয় সমূহ বন্ধ থাকিব বুলিও লগতে উল্লেখ কৰে।

উল্লেখযোগ্য যে, মেঘালয়ত বৰ্তমান চৰকাৰী খণ্ডৰ মাত্ৰ ৩০ শতাংশ কৰ্মচাৰীয়েহে কাৰ্য্যালয়লৈ আহি আছে আৰু বাকী ৭০ শতাংশ কৰ্মচাৰীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ল’কডাউনৰ আহ্বান মৰ্মে ঘৰত আৱদ্ধ হৈ আছে।

তদুপৰি, কিছু সংখ্যক কৰ্মচাৰীয়ে ঘৰৰ পৰা নিজৰ কাম কৰিছে বুলি জানিব পৰা গৈছে।

মেঘালয়ৰ লগতে অসমতো বহু সংখ্যক চৰকাৰী কৰ্মচাৰী ল’কডাউনৰ বাবে কৰ্মক্ষেত্ৰলৈ যাব পৰা নায়। ল’কডাউনৰ পাছত অসমত চৰকাৰী কৰ্মচাৰী সকলৰ ক্ষেত্ৰত কি সিদ্ধান্ত গ্ৰহণ কৰা হয় এতিয়ালৈ অসম চৰকাৰৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হোৱা নায়।

Tags: COVID-19

Recent News

Andhra Pradesh violence over renaming district

জিলাৰ নতুন নামাকৰণক লৈ অন্ধ্ৰ প্ৰদেশত উত্তপ্ত পৰিস্থিতি: জ্বলাই দিলে মন্ত্ৰীৰ ঘৰ

Postmaster Lost 1 Crore In IPL Bets

আনৰ পিঠাৰে বিহু পাতি বিপদত পোষ্টমাষ্টৰ: পানীত পৰিল ১ কোটি টকা

Texas School Shooting

ৰক্তাক্ত টেক্সাছ: বিদ্যালয়ৰ ভিতৰত বন্দুকধাৰী কিশোৰৰ গুলীচালনাত ১৮ শিশুসহ ২১ জনৰ মৃত্যু

gang-rape

কোকৰাঝাৰত কিশোৰীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ: তিনি অভিযুক্তক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd