• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৪০,৫৫৪ মেট্ৰিক টন কয়লা চুৰি: তদন্তৰ নিৰ্দেশ কমিটীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 5, 2025 11:04 am
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পূব জয়ন্তীয়া পাহাৰৰ ক’ল ইণ্ডিয়া লিমিটেডৰ দ্বাৰা পৰিচালিত ডিপোত  ৪০,৫৫৪.৭২ মেট্ৰিক টন কয়লা নিৰুদ্দেশ হোৱাৰ বিষয়টো তদন্ত কৰিবলৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি পি কাটাকেৰ নেতৃত্বত এখন কমিটীয়ে খনি আৰু ভূতত্ত্ব বিভাগৰ সচিবক নিৰ্দেশ দিছে। কমিটীয়ে দুসপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব বুলিও উল্লেখ কৰিছে।

উল্লেখ্য যে দুখন চৰকাৰী প্ৰতিবেদন তুলনা কৰোঁতে এই বিষয়টো পোহৰলৈ আহে। খনিজ সম্পদ সঞ্চালকে ২০২৫ চনৰ ২১ এপ্ৰিলত ১,৯৩,২৭০.৩৭ মেট্ৰিক টন কয়লাৰ তথ্য দিয়াৰ বিপৰীতে, জোৱাইৰ সংমণ্ডলীয় খনি বিষয়াই(DMO) ২০২৫ চনৰ ১৭ এপ্ৰিলত নিলামৰ পিছত মাত্ৰ ১,৫২,৭১৫.৬৫ মেট্ৰিক টন কয়লাৰ তথ্য প্ৰদান কৰিছিল।

Apply Now

উল্লেখ্য যে কমিটীয়ে কেইবাখনো জিলাত কয়লা বিক্ৰীত পলম হোৱাৰ কথাও লক্ষ্য কৰে কাৰণ এপ্ৰিল মাহৰ পৰা কোনো নিলাম অনুষ্ঠিত হোৱা নাই, যদিও অধিক কয়লা বিক্ৰীৰ বাবে ৰখা হৈছিল। পূব জয়ন্তীয়া পাহাৰত ১,৯৬,৭৪০.৩৭ মেট্ৰিক টন নিলামৰ বাবে ৰখা হৈছিল যদিও মাত্ৰ ৩,৪০০ মেট্ৰিক টনহে বিক্ৰী হৈছিল। কোনো নিলাম নোহোৱাৰ বাবে বিভিন্ন ডিপোত বিশাল পৰিমাণৰ কয়লা অব্যৱহৃত হৈ পৰি আছে।

ইয়াৰ উপৰিও ১৫টা ক’ক অভেন প্লাণ্ট আৰু মেছাৰ্ছ শ্ৰী শকাম্বৰী ফেৰ’ এলয় প্ৰাইভেট লিমিটেড নামৰ কোম্পানী এটাৰ পৰা বৃহৎ পৰিমাণৰ ধন জৰুৰীভাৱে উদ্ধাৰৰ আহ্বান জনায়। প্ৰতিবেদন অনুসৰি  উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো ৩৩টা অবৈধ ক’ক অভেন প্লাণ্ট (পূব জয়ন্তীয়া পাহাৰত ১৬টা আৰু পশ্চিম খাছি পাহাৰত ১৭টা) এতিয়াও ভাঙি পেলোৱা হোৱা নাই। পূব জয়ন্তীয়া পাহাৰত ১৬টা উদ্যোগৰ আটাইকেইটালৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছিল যদিও কোনো এটাই সঁহাৰি দিয়া নাই। অবৈধ উদ্যোগসমূহ ভাঙিবলৈ পুঁজি এতিয়াও মুকলি কৰা হোৱা নাই। কমিটীয়ে উপ-আয়ুক্তক পুঁজি লাভ কৰাৰ দুসপ্তাহৰ ভিতৰত উদ্যোগসমূহ ভাঙি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

৩৩টা অবৈধ উদ্যোগৰ আটাইকেইটা ভাঙি পেলাবলৈ ধন শীঘ্ৰে মুকলি কৰাৰ দাবী জনাই কমিটীয়ে জিলা কৰ্তৃপক্ষক ভাঙি পেলোৱা পৰ্যন্ত উদ্যোগসমূহ বন্ধ ৰাখিবলৈ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ম্যানমাৰত  ছমাহত ৭০২ জন সাধাৰণ নাগৰিকক হত্যা কৰিলে সেনাই! পোহৰলৈ আহিল ৰাষ্ট্ৰসংঘৰ ভয়ংকৰ প্ৰতিবেদন

ম্যানমাৰত  ছমাহত ৭০২ জন সাধাৰণ নাগৰিকক হত্যা কৰিলে সেনাই! পোহৰলৈ আহিল ৰাষ্ট্ৰসংঘৰ ভয়ংকৰ প্ৰতিবেদন

June 24, 2026 10:40 am
বিশ্বকাপৰ  খবৰ : পানামাক ১-০ গ’লত পৰাস্ত কৰি ক্ৰোৱেচিয়াৰ বিজয় অভিযান আৰম্ভ

বিশ্বকাপৰ  খবৰ : পানামাক ১-০ গ’লত পৰাস্ত কৰি ক্ৰোৱেচিয়াৰ বিজয় অভিযান আৰম্ভ

June 24, 2026 10:09 am
দুটাকৈ গ’লেৰে মেছিক প্ৰত্যুত্তৰ ৰোনাল্ডোৰ! উজবেকিস্তানক ৫ গ’লত পৰাস্ত কৰিলে পৰ্তুগালে

দুটাকৈ গ’লেৰে মেছিক প্ৰত্যুত্তৰ ৰোনাল্ডোৰ! উজবেকিস্তানক ৫ গ’লত পৰাস্ত কৰিলে পৰ্তুগালে

June 24, 2026 9:40 am
জুন মাহত সমগ্ৰ ভাৰতত বৰষুণৰ পৰিমাণ ৪২ শতাংশ হ্ৰাস, বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্বেগ

জুন মাহত সমগ্ৰ ভাৰতত বৰষুণৰ পৰিমাণ ৪২ শতাংশ হ্ৰাস, বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্বেগ

June 24, 2026 8:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ম্যানমাৰত  ছমাহত ৭০২ জন সাধাৰণ নাগৰিকক হত্যা কৰিলে সেনাই! পোহৰলৈ আহিল ৰাষ্ট্ৰসংঘৰ ভয়ংকৰ প্ৰতিবেদন

ম্যানমাৰত  ছমাহত ৭০২ জন সাধাৰণ নাগৰিকক হত্যা কৰিলে সেনাই! পোহৰলৈ আহিল ৰাষ্ট্ৰসংঘৰ ভয়ংকৰ প্ৰতিবেদন

June 24, 2026 10:40 am
বিশ্বকাপৰ  খবৰ : পানামাক ১-০ গ’লত পৰাস্ত কৰি ক্ৰোৱেচিয়াৰ বিজয় অভিযান আৰম্ভ

বিশ্বকাপৰ  খবৰ : পানামাক ১-০ গ’লত পৰাস্ত কৰি ক্ৰোৱেচিয়াৰ বিজয় অভিযান আৰম্ভ

June 24, 2026 10:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd