• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

য়ুনিক’ডকে ধৰি প্ৰচলিত আন্তঃৰাষ্ট্ৰীয় মানবোৰত অসমীয়া লিপিক অন্তৰ্ভুক্ত কৰিবলৈ প্ৰধান মন্ত্ৰীলৈ স্মাৰকপত্ৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 24, 2018 3:37 pm

1 min read

Unicode

প্ৰধান মন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰ কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত গুণজিত কাশ্যপৰ হাতত তুলি দিয়াৰ সময়ত।

385
VIEWS
Share on FacebookShare on Twitter

আজি সচেতন নাগৰিকৰ এটা ৬জনীয়া দলে অসমীয়া লিপিক বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মানবোৰৰ ভিতৰত অন্তৰ্ভুক্ত কৰিবলৈ অনুৰোধ জনাই ডাঃ সত্যকাম ফুকনৰ নেতৃত্বত ৫০০জন ব্যক্তিৰ স্বাক্ষৰ সম্বলিত এখন স্মাৰক পত্ৰ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ জৰিয়তে প্ৰধান মন্ত্ৰীলৈ প্ৰেৰণ কৰে।

ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ ৫০০জন লোকৰ চহী থকা এই আৱেদন সম্বলিত স্মাৰকপত্ৰখন আজি ১১.৩০ বজাত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ জৰিয়তে প্ৰেৰণ কৰা হয়। উক্ত সময়ত উপায়ুক্ত বীৰেন্দ্ৰ মিট্টাল অনুপস্থিত থকাত অতিৰিক্ত উপায়ুক্ত গুণজিত কাশ্যপৰ হাতত দলটোৱে স্মাৰকপত্ৰখন প্ৰদান কৰে। স্মাৰকপত্ৰখন আগ্ৰহেৰে গ্ৰহণ কৰি অতিৰিক্ত উপায়ুক্তজনে বিশেষ গুৰুত্বসহ বিষয়টো ল’ব বুলি দলটোক আশ্বাস দিয়ে।

উল্লেখযোগ্য যে য়ুনিক’ডকে ধৰি প্ৰচলিত আৰু বহুল ব্যৱহৃত আন্তঃৰাষ্ট্ৰীয় মানবোৰত অসমীয়া লিপি ইয়াৰ স্বকীয়তাৰ সৈতে অন্তৰ্ভুক্ত নোহোৱা বাবে ইণ্টাৰনেট জগত আৰু শৈক্ষিক(academic) উপস্থাপনত বিভিন্ন সমস্যাৰ সৃষ্টি হৈ আহিছে। লগতে অসমীয়া লিপিৰ পৰিচয় সংকটে দেখা দিছে।

ডাঃ সত্যকাম ফুকনৰ নেতৃত্বত যোৱা আজিৰ ৬জনীয়া দলটোত আছিল ক্ৰমে ডাঃ সত্যকাম ফুকন, অঞ্জন চন্দ্ৰ বৰুৱা, অৰিন্দম বৰগোহাঁই, কিশোৰ ডেকা, আজিজুল হক আৰু দুৰ্লভ গগৈ।

Recent News

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd