• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চৰা দামত বেচিবলৈ কিনা ১৭,৭০০ বটল হেণ্ড ছেনিটাইজাৰ বোজা হ’ল দুই ভ্ৰাতৃৰ

Nenow এন ই নাও নিউজ
গুৱাহাটী , May 15, 2020 6:40 pm

1 min read

Men bought 17000 bottles of sanitiser to sell at high cost, now struggling to sell

হেণ্ড চেনিটাইজাৰ

69.9k
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাৰ দুজন ককাই-ভায়ে কৰ’নাভাইৰাছ মহামাৰীৰ মাজত চৰা দামত বিক্ৰী কৰি লাভ কৰিবলৈ ১৭,৭০০ বটল হেণ্ড ছেনিটাইজাৰ কিনি ৰাখিছিল।

কিন্তু, এতিয়া বিক্ৰী কৰিব নোৱাৰাত দুয়ো ভাতৃৰ বাবে বোজা হৈ পৰিছে ছেনিটাইজাৰৰ বটলবোৰ।

টেনেছিৰ হিক্সনৰ বাসিন্দা মেট আৰু নোৱা কলভিনে আমেৰিকাত কৰ’নাভাইৰাছত মৃত্যুৰ প্ৰথমটো ঘটনাৰ পিছতে বহু হাজাৰ মাইল গাড়ী চলাই এই ছেনিটাইজাৰ সংগ্ৰহ কৰিছিল।

বাতৰি মতে, তেওঁলোকে এই বটলবোৰ কিনাৰ বাবে ১৫ হাজাৰ ইউ এছ ডলাৰ খৰচ কৰিছিল। আৰু ১ ডলাৰত কিনি প্ৰতিটো বটল অনলাইনত ৭০ ডলাৰকৈ বেচাৰ পৰিকল্পনা কৰিছিল।

মহামাৰী বিয়পি পৰাৰ লগে লগে বজাৰত ছেনিটাইজাৰৰ নাটনি হয় আৰু দামো বৃদ্ধি পায়।

কিন্তু অনলাইনযোগে বিক্ৰী কৰি মুনাফা আৰ্জিব খোজা দুই ভাতৃৰ পৰিকল্পনাত চেঁচা পানী ঢালে এমাজনে।

সংকটৰ সময়ত মুনাফা লুটাৰ চেষ্টা কৰা বাবে এমাজনে দুয়োৰে একাউণ্ট বন্ধ কৰি দিয়ে।

মহামাৰীৰ সময়ত কোনোবাটো পৰিয়ালে এবটলো ছেনিটাইজাৰ কিনিবলৈ নোপোৱাৰ সময়ত তেওঁলোকে ইয়াৰ বাবে ক্ষমা খুজিবনে বুলি সোধাত তেওঁলোকে সেয়া অস্বীকাৰ কৰিছে।

মেটে কয়, ব্যৱসায়ত জয় থাকে আৰু লোকচান থাকে। তেওঁ বোলে কৈছে যে তেওঁ যদি সামান্য লাভ পাবলৈয়ো সক্ষম হয়, তেতিয়াও ঠিক আছে।

এতিয়া বহু মানুহৰ সমালোচনাৰ সন্মুখীন হোৱাৰ পিছত তেওঁ হেণ্ড ছেনিটাইজাৰবোৰ দান কৰি দিব বুলিও প্ৰকাশ পাইছে।

Recent News

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd