• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাল্লাপুৰম ভাৰতৰ আটাইতকৈ হিংসাজৰ্জৰ জিলা; কেৰালাত প্ৰতি তিনিদিনত এটাকৈ হাতী হত্যা কৰা হয় : মেনকা গান্ধী

এন ই নাও নিউজ by এন ই নাও নিউজ
June 4, 2020 4:17 pm
মেনকা গান্ধী, উৎস-ইণ্টাৰনেট

মেনকা গান্ধী, উৎস-ইণ্টাৰনেট

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেৰালাৰ মাল্লাপুৰমত গৰ্ভৱতী হাতী এজনীক বৰ্বৰভাৱে হত্যা কৰাৰ পাছতো কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাকলৈ বিজেপিৰ জেষ্ঠ নেত্ৰী তথা পশু অধিকাৰ কৰ্মী মেনকা গান্ধীয়ে কেৰালা চৰকাৰক তীব্ৰ সমালোচনা কৰিছে।

২ জুনত মাল্লাপুৰম জিলাৰ এগৰাকী বন বিষয়াই ছ’চিয়েল মিডিয়াযোগে সমগ্ৰ ঘটনা উল্লেখ কৰাত সেই বৰ্বৰ ঘটনা পোহৰলৈ আহিছিল।

Apply Now

বনবিষয়া গৰাকীয়ে গৰ্ভৱতী হাতীজনীয়ে খাদ্যৰ সন্ধানত বনৰ মাজৰ পৰা ওলাই আহিছিল বুলি উল্লেখ কৰে। তেওঁ লগতে গাঁওবাসীয়ে ভোকাতুৰ হাতীজনীক ফটকা ভৰ্তি আনাৰস খাব দিয়াৰ ফলত হাতীজনী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ এটা নদীলৈ গৈ মৃত্যুক আকোৱালি লয় বুলিও কয়।

এই সমগ্ৰ বৰ্বৰ ঘটনাৰ পাছতো কেৰালা চৰকাৰে এতিয়ালৈ কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে বিজেপি নেত্ৰী মেনকা গান্ধীয়ে কেৰালা চৰকাৰক চোকা সমালোচনা কৰে।

মেনকা গান্ধীয়ে কেৰালাৰ মাল্লাপুৰমক ভাৰতৰ আটাইতকৈ হিংসাজৰ্জৰ জিলা বুলি উল্লেখ কৰি জিলাখনত প্ৰতি তিনি দিনৰ অন্তত এটাকৈ হাতী হত্যা কৰা হয় বুলি মন্তব্য কৰে।

‘‘এয়া হত্যা, মাল্লাপুৰম এনেধৰণৰ কাণ্ডৰ বাবে বিখ্যাত, ই ভাৰতৰ আটাইতকৈ হিংসাত্মক জিলা। মাল্লাপুৰমৰ বাসিন্দাই পথত বিষ ছটিয়াই দিয়ে আৰু ইয়াৰ ফলত এবাৰত ৩০০-৪০০ চৰাই আৰু কুকুৰৰ মৃত্যু হয়,’’ পশু অধিকাৰ কৰ্মী গান্ধীয়ে লগতে কয়।

‘‘কেৰালা চৰকাৰে মাল্লাপুৰম ঘটনাৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে, এনে লাগিছে তেওঁলোকে ভয় খাইছে। কেৰালাত প্ৰতি তিনি দিনৰ অন্তৰে অন্তৰে এটাকৈ হাতী হত্যা কৰা হয়। ভাৰতত ২০,০০০ কৈ কম হাতী আছে আৰু ইয়াৰ সংখ্যা দ্ৰুতভাৱে হ্ৰাস পাই আহিছে,’’ মেনকা গান্ধীয়ে লগতে কয়।

মেনকা গান্ধীয়ে এই সন্দৰ্ভত ৰাহুল গান্ধীকো সমালোচনা কৰি ৰাজ্যখনৰ বন সচিৱ গৰাকীৰ পদত্যাগ দাবী কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত পঞ্চম হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠান

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত পঞ্চম হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠান

October 29, 2026 8:30 pm
মৰ্মান্তিক! বন্ধ ফ্লেটৰ পৰা উদ্ধাৰ তিনি ভাতৃ-ভগ্নীৰ উৱলি যোৱা মৃতদেহ; আঁৰত কি ৰহস্য?

মৰ্মান্তিক! বন্ধ ফ্লেটৰ পৰা উদ্ধাৰ তিনি ভাতৃ-ভগ্নীৰ উৱলি যোৱা মৃতদেহ; আঁৰত কি ৰহস্য?

October 29, 2026 7:54 pm
‘লাঠিৰ ভয় নাখাব’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দিল্লী চলো; ছাত্ৰ সংগঠনসমূহক যোগদানৰ আহ্বান ৰাহুল গান্ধীৰ

‘লাঠিৰ ভয় নাখাব’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দিল্লী চলো; ছাত্ৰ সংগঠনসমূহক যোগদানৰ আহ্বান ৰাহুল গান্ধীৰ

October 29, 2026 7:09 pm
বৰদলৈ ট্ৰফীঃ গুৱাহাটী চিটি এফ চিক ৪-১ গ’লত পৰাস্ত কৰিলে গিৰিজানন্দ এছ চি-য়ে, ৫-০ গ’লত জয়লাভ এএছইবি-ৰ

বৰদলৈ ট্ৰফীঃ গুৱাহাটী চিটি এফ চিক ৪-১ গ’লত পৰাস্ত কৰিলে গিৰিজানন্দ এছ চি-য়ে, ৫-০ গ’লত জয়লাভ এএছইবি-ৰ

October 29, 2026 6:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত পঞ্চম হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠান

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত পঞ্চম হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠান

October 29, 2026 8:30 pm
মৰ্মান্তিক! বন্ধ ফ্লেটৰ পৰা উদ্ধাৰ তিনি ভাতৃ-ভগ্নীৰ উৱলি যোৱা মৃতদেহ; আঁৰত কি ৰহস্য?

মৰ্মান্তিক! বন্ধ ফ্লেটৰ পৰা উদ্ধাৰ তিনি ভাতৃ-ভগ্নীৰ উৱলি যোৱা মৃতদেহ; আঁৰত কি ৰহস্য?

October 29, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd