• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ গাফিলতিৰ বাবে শিক্ষকৰ চাকৰিৰ চূড়ান্ত মেধা তালিকাত বিসংগতি

১৪ মেৰ নিযুক্তি প্ৰক্ৰিয়াৰ পৰা বঞ্চিত কৰি ৰখা হ’ল সকলো প্ৰতিবন্ধী নিবনুৱাক

মুৰুলী বৰুৱা, নগাঁও by মুৰুলী বৰুৱা, নগাঁও
May 12, 2022 8:16 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ ১ লাখ চৰকাৰী চাকৰিৰ অংশ ৰূপে অহা ১৪ মে’ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত আয়োজিত এক বিশাল অনুষ্ঠানত ২৫ হাজাৰ নিবনুৱাক নিযুক্তি পত্ৰ প্ৰদানৰ কথা ঘোষণা কৰিছিল। এই নিযুক্তি প্ৰত্ৰ প্ৰদান অনুষ্ঠানত অসমৰ শিক্ষা, স্বাস্থ্য আৰু গৃহ বিভাগক সামৰি লোৱা হৈছে।

কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰাৰ পাছতো অসমৰ শিক্ষা বিভাগ তথা অসমৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ চূড়ান্ত হেমাহিৰ বাবে প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক পৰ্যায়ত ৯৩৫৪ পদৰ ভিতৰত অসংখ্য মেধাৱী প্ৰাৰ্থী এতিয়া প্ৰাপ্য চাকৰিৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম হৈছে।

লগতে পঢ়ক: ভাল খৱৰ: অসমীয়া ভাষালৈ গুগলৰ ঐতিহাসিক স্বীকৃতি

Apply Now

বুধবাৰে নিশা প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা পঞ্চমখন মেধা তালিকা তথা চুড়ান্ত তালিকাত পাঁচ শতাধিক বিশেষভাৱে সক্ষম প্ৰাৰ্থীক তেওঁলোকৰ নামৰ বিপৰীতে ‘প্ৰভিজনেল চিলেক্ট’ বুলি লিখি নিযুক্তি প্ৰক্ৰিয়াৰ পৰা বঞ্চিত কৰি ৰখা হ’ল।

ইয়াৰ উপৰিও একাংশ প্ৰাৰ্থীৰ নামৰ বিপৰীতে এতিয়াও withheld লিখি থোৱা আছে। বিশেষকৈ, বিশেষ ভাৱে সক্ষম প্ৰাৰ্থী সকলক অগ্ৰাধিকাৰ দিয়াৰ বিপৰীতে অসমৰ প্ৰাথমিক শিক্ষা বিভাগে অন্তিম মেধা তালিকাত এশ শতাংশ বিশেষভাৱে সক্ষম প্ৰাৰ্থী সকলক চূড়ান্তভাৱে কৰা হল বঞ্চিত আৰু অপমানিত।

মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত উপস্থিত থাকি নিযুক্তি পত্ৰ গ্ৰহণৰ সপোন সপোন হৈয়ে থাকি গ’ল। প্ৰথমখন মেধা তালিকাৰ পৰা চতুৰ্থখন মেধা তালিকালৈকে এই সকল প্ৰাৰ্থীক Withheld কৰি ৰখা হৈছিল আৰু অন্তিমখন তালিকাত তেওঁলোকক ‘প্ৰভিজনেল চিলেক্ট’ বুলি নিযুক্তি লাভৰ পৰাই বঞ্চিত কৰি ৰখা হ’ল।

লগতে পঢ়ক: ইপিনে গুণোৎসৱ, আনপিনে মাত্ৰ এজন শিক্ষকৰে এটা কোঠাতে চলিছে পাঁচটাকৈ শ্ৰেণীৰ পাঠদান

ইপিনে একাংশ উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষক পদৰ প্ৰাৰ্থীয়েও চাকৰিৰ বাবে আবেদন কৰিছিল প্ৰাথমিক পৰ্যায়ৰ চাকৰিৰ বাবে। কিন্তু তেওঁলোকে উচ্চ, উচ্চতৰ পৰ্যায়ত নিযুক্তি লাভ কৰাৰ সামন্তৰালভাৱে প্ৰাথমিক পৰ্যায়তো নিযুক্তি লাভ কৰিছিল যদিও প্ৰাথমিক পৰ্যায়ত তেওঁলোকৰ আবেদন পৰিহাৰ কৰাৰ কোনো সুবিধা প্ৰদান নকৰিলে অসমৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে। যাৰ পৰিণতিত বহু যোগ্য প্ৰাৰ্থী বঞ্চিত হোৱাৰ বিপৰীতে বহু পদ অনাহকত ৰুদ্ধ হৈ থাকিল।

সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটোত প্ৰায় চাৰিমাহ সময় লৈয়ো প্ৰথম দুটা মাহত অতি লেহেমীয়া গতিত কাম কৰি অন্তিম সময়ত মুখ্যমন্ত্ৰীয়ে ১৪ মে তাৰিখ ঘোষণা কৰাৰ লগে লগেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় প্ৰাথমিক শিক্ষা বিভাগত।

লগতে পঢ়ক: চোৰাং চিকাৰীৰ নতুন কৌশল; ওৰাং ৰাষ্ট্ৰীয় উদ্যানত হত্যা নকৰাকৈয়ে কাটি নিলে গঁড়ৰ খড়্গ

এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে একাংশ বঞ্চিত প্ৰাৰ্থীয়ে। প্ৰতিখন জিলাই জিলাই বিশেষভাৱে সক্ষম প্ৰাৰ্থী সকলৰ ভেৰিফিকেচন আৰম্ভণিৰ পৰাই কৰা হ’লে আজি এই পৰিস্থিতিৰ সৃষ্টি নহ’লহেতেন।

মুৰুলী বৰুৱা, নগাঁও

মুৰুলী বৰুৱা, নগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

June 21, 2026 7:06 pm
ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় এদিনীয়া ক্ৰিকেট দল ঘোষণা, অধিনায়কৰ দায়িত্বত শুভমন গিল

ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় এদিনীয়া ক্ৰিকেট দল ঘোষণা, অধিনায়কৰ দায়িত্বত শুভমন গিল

June 21, 2026 6:15 pm
মৰণোত্তৰ পৰীক্ষাৰ নামত উৎকোচ! গোপন কেমেৰাত আৱদ্ধ নগাঁৱৰ জ্যেষ্ঠ চিকিৎসক মনোজ কুমাৰ সিনহা

মৰণোত্তৰ পৰীক্ষাৰ নামত উৎকোচ! গোপন কেমেৰাত আৱদ্ধ নগাঁৱৰ জ্যেষ্ঠ চিকিৎসক মনোজ কুমাৰ সিনহা

June 21, 2026 6:00 pm
গোৰেশ্বৰত ৰে’লৱে দলং পাৰ হওঁতে ৰে’লৰ খুন্দাত প্ৰাণ গ’ল নৱম শ্ৰেণীৰ ছাত্ৰীৰ! ১৫ বছৰে আধৰুৱা দলঙক লৈ উত্তপ্ত পৰিস্থিতি

গোৰেশ্বৰত ৰে’লৱে দলং পাৰ হওঁতে ৰে’লৰ খুন্দাত প্ৰাণ গ’ল নৱম শ্ৰেণীৰ ছাত্ৰীৰ! ১৫ বছৰে আধৰুৱা দলঙক লৈ উত্তপ্ত পৰিস্থিতি

June 21, 2026 5:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

June 21, 2026 7:06 pm
ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় এদিনীয়া ক্ৰিকেট দল ঘোষণা, অধিনায়কৰ দায়িত্বত শুভমন গিল

ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় এদিনীয়া ক্ৰিকেট দল ঘোষণা, অধিনায়কৰ দায়িত্বত শুভমন গিল

June 21, 2026 6:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd