DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৪.২৫ কোটি টকাত বিক্ৰী হ’ল ৩৫বছৰ পুৰণি এযোৰ জোতা; কিন্তু কিয় ইমান দাম?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 26, 2020 1:09 pm
564539-michel-jordan.gif

১৯৮৫চনত মাইকেল জৰ্ডানে ব্যৱহাৰ কৰা জোতাযোৰ।

123.3k
VIEWS
Share on FacebookShare on Twitter

দামী জোতা পিন্ধাৰ চখ ৰখা ব্যক্তি বহু আছে। তদুপৰি, নতুন নতুন জোতা সলনি কৰি পিন্ধাৰ চখো বহুতৰে থাকে।

কিন্তু কোনো পুৰণি জোতাৰ বাবে কোটি টকা খৰচ কৰা কথাটো সহজতে হজম নোহোৱাৰে কথা।

সম্প্ৰতি আমেৰিকাত এনে এক ঘটনাৰ কথা পোহৰলৈ আহিছে।

অনলাইন নীলামত এযোৰ পুৰণি জোতা ৫৬০,০০০ডলাৰ (৪.২৫কোটি টকা)ত বিক্ৰী হৈছে।

এনে চড়া দামত জোতা ক্ৰয় কৰাটোও এক অভিলেখ  হৈ পৰিছে।

যি জোতাযোৰৰ কথা কোৱা হৈছে সেইযোৰ আমেৰিকাৰ আটাইতকৈ জনপ্ৰিয় বাস্কেটবল খেলুৱৈ মাকেল জৰ্ডানৰ।

মাইকেল জৰ্ডানে ১৯৮৫চনত এখন খেলত এই জোতাযোৰ পিন্ধিছিল। এই ৩৫ বছৰ পুৰণি জোতাযোৰত মাইকেল জৰ্ডানে নিজে স্বাক্ষৰ কৰিছে।

নীলাম কৰা ছোথেবেইজ (Sotheby’s)নামৰ ৱেবছাইটটোৰ মতে জোতাযোৰ ৫৬০,০০০ ডলাৰ (৪.২৫ কোটি টকা)ত ক্ৰয় কৰা হৈছে।

নীলাম কৰা কোম্পানীটোৱে দাবী কৰা মতে এতিয়ালৈকে বিশ্বত কোনো জোতা ইমান দামত বিক্ৰী হোৱা নাই।

শেহৰ ২৫ মিনিটৰ নীলামতে জোতাযোৰৰ দাম ৩০০,০০ডলাৰ (২.২৮কোটি টকা) স্পৰ্শ কৰে। কিন্তু আটাইতকৈ উচ্চ দাম আগবঢ়োৱাজনৰ দামটো ইমানেই অধিক আছিল যে কোনোৱে তাৰ কাষ চাপিব নোৱাৰিলে।

মাইকেল জৰ্ডান আমেৰিকাৰ বাস্কেটবল জগতৰ সৰ্বাধিক চৰ্চিত খেলুৱৈ।

১৯৮৫ চনত তেওঁ এই ৰঙা আৰু বগা ৰঙৰ নাইকে এয়াৰ (Nike Air) জোতাযোৰ পিন্ধি খেলিছিল।

কোম্পানীটোৱে এই ছিৰিজৰ মাত্ৰ ১২ যোৰ জোতাহে তৈয়াৰ কৰিছিল। বিশেষ কথাটো হ’ল ইয়াৰে এযোৰ জোতা ১৩ নম্বৰৰ আৰু বাকী জোতা কেইযোৰ ১৩.৫ ইঞ্চি জোখৰ আছিল।

Recent News

Maharashtra political crisis: আৰু জটিল হৈ পৰিছে মহাৰাষ্ট্ৰৰ সংকট; উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ সিন্দে শিৱিৰ, আজি শুনানি

Maharashtra political crisis: আৰু জটিল হৈ পৰিছে মহাৰাষ্ট্ৰৰ সংকট; উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ সিন্দে শিৱিৰ, আজি শুনানি

Assam Career- Lakhimpur DC

Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd